• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫গৰাকীৰ প্ৰাণ গ’ল, বাকী সকলো আহতঃ কিন্তু মাতৃৰ বুকুত শুই থকা এজনী কণমাণিৰ একোৱেই নহ’ল…

১৫গৰাকীৰ প্ৰাণ গ’ল, বাকী সকলো আহতঃ কিন্তু মাতৃৰ বুকুত শুই থকা এজনী কণমাণিৰ একোৱেই নহ’ল…

2 years ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

8 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

9 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

9 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

10 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

11 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

11 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

12 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

12 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

13 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

14 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

14 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১৫গৰাকীৰ প্ৰাণ গ’ল, বাকী সকলো আহতঃ কিন্তু মাতৃৰ বুকুত শুই থকা এজনী কণমাণিৰ একোৱেই নহ’ল…

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত গভীৰ টোপনিত থকা মাতৃগৰাকীয়ে সহযাত্ৰীৰ মৰণকাতৰ চিঞৰ শুনিহে সাৰ পাইছিল

editor by editor
January 3, 2024
in অসম
0
১৫গৰাকীৰ প্ৰাণ গ’ল, বাকী সকলো আহতঃ কিন্তু মাতৃৰ বুকুত শুই থকা এজনী কণমাণিৰ একোৱেই নহ’ল…
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ মাতৃক ভগৱান বুলি কোৱা হয়। এগৰাকী মাতৃৰ বুকুৰ পৰা সন্তানক স্বয়ং ভগৱানেও কাঢ়ি নিব নোৱাৰে বুলি কোৱা হয়। আৰু প্ৰচলিত সেই কথাষাৰেই যেন প্ৰমাণ হল দেৰগাঁৱৰ সেই ভয়ংকৰ দুৰ্ঘটনাটোত। বনভোজ খাবলৈ মাতৃৰ সৈতে সেই অভিশপ্ত বাছখনত গৈছিল এটি ৩বছৰীয়া শিশুও। পুৱতি নিশা বাছত উঠি মাতৃৰ বুকুত টোপনি গৈছিল কণমাণিজনী। মাতৃৰ সৈতে গভীৰ নিদ্ৰাত থকাৰ সময়তে সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনাতো।

কিন্তু নিয়তিৰ কি বিধান! ১৫গৰাকীকৈ সহযাত্ৰী মৃত্যু হোৱাৰ লগতে ৩১গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হোৱা বাছখনত এই মাতৃ আৰু কন্যাৰ বিশেষ একো হানি নহল। আচৰিত কথাটো হৈছে যে, মাতৃৰ বুকুত শুই থকা সেই কণমাণিজনীৰ গাত একো আঘাতৰ চিনেই নাই। সেয়েহে হয়তো গ্ৰামাঞ্চলত সকলোৱে কয় যে, মাক মানেই বাঘিনী। মাকৰ বুকুৰ পৰা সন্তানক কোনো শক্তিয়ে কাঢ়ি নিব নোৱাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত গভীৰ টোপনিত থকা মাতৃগৰাকীয়ে সহযাত্ৰীৰ মৰণকাতৰ চিঞৰ শুনিহে সাৰ পাইছিল। আৰু সাৰ পায়ে দেখিছিল তচ-নচ হৈ যোৱা বাছখন। বৰ্তমান ৭গৰাকী যাত্ৰীৰ অৱস্থা সুস্থিৰ যদিও বাকীসকলৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
যোৰহাট দুৰ্ঘটনাৰ আহতসকলক  প্ৰয়োজনীয় সকলো ৰক্ত প্ৰদান কৰিব আছুয়ে..

যোৰহাট দুৰ্ঘটনাৰ আহতসকলক প্ৰয়োজনীয় সকলো ৰক্ত প্ৰদান কৰিব আছুয়ে..

১০০ কিলোমিটাৰ বেগত নুৰ আলমে চলাইছিল ট্ৰাকখন! ঘৰত এতিয়া শোকাকুল পৰিৱেশ…

১০০ কিলোমিটাৰ বেগত নুৰ আলমে চলাইছিল ট্ৰাকখন! ঘৰত এতিয়া শোকাকুল পৰিৱেশ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.