• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

10 months ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

18 minutes ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

43 minutes ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

2 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

2 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

3 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

5 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

6 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

6 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

7 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

7 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

23 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

editor by editor
March 31, 2025
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ
0
SHARES
812
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান আৰু ৰশ্মিকা মাণ্ডানা অভিনীত বহু প্ৰত্যাশিত ছবি ‘চিকন্দৰ’ ঈদ উপলক্ষে ৩০ মাৰ্চত ছবিগৃহত মুক্তি লাব কৰে। ছবিখন সন্দৰ্ভত ছ’চিয়েল মিডিয়াত চলি থকা ব্যাপক হৈ চৈ দেখি ছবিখনে মুক্তিৰ দিনাই প্ৰায় ৪০ৰ পৰা ৫০ কোটি টকা সংগ্ৰহ কৰিব বুলি জল্পনা-কল্পনা কৰা হৈছিল।

কিন্তু মুক্তিৰ পাছত বক্স অফিচত আশানুৰূপ ফল লাভ কৰাত ব্যৰ্থ হৈছে ‘চিকন্দৰ’। প্ৰকাশিত প্ৰতিবেদন অনুসৰি ছবিখনে মুকলিৰ দিনটোত কেৱল ২৬ কোটি টকা সংগ্ৰহ কৰিছে। লগতে আজিৰ দিনটোৰ সৈতে ‘চিকন্দৰ’ৰ মুঠ সংগ্ৰহ ৩৪.৫১ কোটি টকা।

উল্লেখ্য যে ছলমান খানৰ ছবি ‘চিকান্দৰ’ৰ পৰিচালনা কৰিছে এ আৰ মুৰুগাডোছে, আনহাতে সাজিদ নাদিয়াৱালাই প্ৰযোজনা কৰিছে। মুক্তিৰ দিনটোত অনুৰাগীক হতাশ কৰা এইখন ছলমানৰ প্ৰথমখন ছবি নহয়। ইয়াৰ পূৰ্বেও ছলমান খানৰ  ছবিয়ে মুকলি দিনটোত আশা কৰাতকৈ বহু কম উপাৰ্জন কৰিছিল।

কিছি কা ভাই কিছি কি জান-
ছলমান খান আৰু পূজা হেগড়ে অভিনীত একচন-কমেডী ছবি ‘কিছি কা ভাই কিছি কি জান’ ছবিগৃহত মুক্তি লাভ কৰিছিল ২০২৩ চনৰ এপ্ৰিল মাহত। দৰ্শকে এই ছবিখনৰ পৰা বহু আশা কৰিছিল যদিও বক্স অফিচত প্ৰথম দিনা মাত্ৰ ১৫ কোটি টকা সংগ্ৰহ কৰিছিল।

ৰাধে-
বলীউডৰ অভিনেতা ছলমান খান, জেকী শ্ৰফ আৰু দিশা পাটানীৰ ছবি ‘ৰাধে’ ছবিগৃহত মুক্তি লাভ কৰিছিল ২০২১ চনত ঈদ উপলক্ষে। সেই সময়ত বলীউড বৰ্জনৰ প্ৰভাৱ বহু ছবিত দেখা গৈছিল। ‘ৰাধে’ই উদ্বোধনী দিনটোত উপাৰ্জন কৰিছিল মাত্ৰ ৪.৩৯ কোটি টকা।

ৰেচ- ৩-
২০১৮ চনত ছবিগৃহত মুক্তি পোৱা ‘ৰেচ ৩’ ছবিখনো ঈদ উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰিছিল। ‘ৰেচ’ ফ্ৰেঞ্চাইজিৰ এইটো আছিল তৃতীয় খণ্ড য’ত জেকলিন ফাৰ্নাণ্ডেজক ছলমান খানৰ সৈতে দেখা গৈছিল। এই ছবিখনে মুকলিৰ দিনা ২৯ কোটি টকা উপাৰ্জন কৰিছিল।

টিউবলাইট-
ছলমান খান আৰু সোহেল খান অভিনীত ছবি ‘টিউবলাইট’ ছবিগৃহত মুক্তি লাভ কৰিছিল ২০১৭ চনত। এই ছবিখনো ঈদ উপলক্ষে মুক্তি লাভ কৰিছিল, যিয়ে মুকলি দিনটোত ২১ কোটি টকা সংগ্ৰহ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodBollywood MovieEid 2025Salma KhanSikandar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
Next Post
১০ দিনৰ পাছত ৩ ৰাশিৰ জীৱনলৈ আহিব ধন-সম্পত্তি আৰু সুখৰ বৰষুণ

১০ দিনৰ পাছত ৩ ৰাশিৰ জীৱনলৈ আহিব ধন-সম্পত্তি আৰু সুখৰ বৰষুণ

ভাৰতত কেতিয়া আহিব ৬ জি সেৱা, কেন্দ্ৰীয় যোগাযোগ ৰাজ্যিক মন্ত্ৰীৰ ঘোষণা

ভাৰতত কেতিয়া আহিব ৬ জি সেৱা, কেন্দ্ৰীয় যোগাযোগ ৰাজ্যিক মন্ত্ৰীৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.