• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাত্ৰী ভৰ্তি বাছৰ অতিকে ভয়ংকৰ দুৰ্ঘটনা- ১২ নিহত ৪০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

1 year ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

6 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

7 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

8 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

9 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

10 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

11 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যাত্ৰী ভৰ্তি বাছৰ অতিকে ভয়ংকৰ দুৰ্ঘটনা- ১২ নিহত ৪০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

editor by editor
October 29, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
যাত্ৰী ভৰ্তি বাছৰ অতিকে ভয়ংকৰ দুৰ্ঘটনা- ১২ নিহত ৪০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা
0
SHARES
485
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যাত্ৰী ভৰ্তি বাছৰ অতিকে ভয়ংকৰ দুৰ্ঘটনা- ১২ নিহত ৪০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

দীপাৱলীৰ পূৰ্বে আজি ধনতেৰাছৰ দিনটোত ৰাজস্থানত সংঘটিত হৈছে এক অতিকে শোকাৱহ পথ দুৰ্ঘটনা। যি দুৰ্ঘটনাত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ১২ গৰাকী লোকে। আনহাতে ৪০ গৰাকী লোক আহত। মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ৰাজস্থানৰ পৰা আহিছে এক দুৰ্ঘটনাৰ ডাঙৰ খবৰ। ৰাজ্যখনৰ ছিকাৰত এখন যাত্ৰী ভৰ্তি বাছে উৰণীয়া সেঁতুৰ দেৱালত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা হয়।

দুৰ্ঘটনাত এতিয়ালৈকে ১২ জন লোকে প্ৰাণ হেৰুৱাইছে, আনহাতে বহু লোক গুৰুতৰভাৱে আহত হৈছে। তথ্যৰ ভিত্তিত আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰে। সংকটজনক অৱস্থাত কেইবাজনো লোক। যাৰ বাবে আৰক্ষীয়ে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা ব্যক্ত কৰিছে।

এই দুৰ্ঘটনা সংঘটিত হৈছে ছিকাৰৰ লক্ষ্মনগড় চহৰৰ সমীপত। যাত্ৰীৰে ভৰা এখন ব্যক্তিগত বাছ সুজানগৰৰ পৰা নৱালগড়লৈ গৈ আছিল। এই সময়ছোৱাতে দ্ৰুতবেগী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ প্ৰকাণ্ড দেৱালত খুন্দা মাৰে, যাৰ বাবে যাত্ৰীসকলৰ মাজৰ হাঁহি ফুৰ্তি মুহুৰ্ততে কান্দোনলৈ পৰিণত হয়।

দেৱালৰ সৈতে সংঘৰ্ষ ইমানেই ভয়াৱহ যে বাছখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক এই বিষয়ে অৱগত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentRajastha SikarrajasthanRajasthan Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

March 23, 2026
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?
জীৱনশৈলী

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

March 23, 2026
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
Next Post
৪ দিন পূৰ্বেই নিহত হৈছিল পুত্ৰ, একেটা ঘৰতে থাকিয়ো অজ্ঞাত অন্ধ পিতৃ-মাতৃ, মাত দি থাকিল পুত্ৰক

শুক্ৰৰ ট্ৰেনজিটৰ বাবে ৩ ৰাশিৰ সোণালী সময় আৰম্ভ, হঠাৎ হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন