মিউচুৱেল ফাণ্ড এছ আই পি হৈছে এনে এক স্থান য’ত বিনিয়োগ কৰিলে একসময়ত আপুনি ভাল ৰিটাৰ্ণ পাবই৷ স্মল কেপ ফাণ্ড হৈছে এনে এক স্থান য’ত আপুনি যদি মাহত ৭হাজাৰকৈ ধন বিনিয়োগ কৰে তেন্তে ৫বছৰৰ ভিতৰত হাতলৈ আহিব প্ৰায় ১০লাখ টকা৷ প্ৰকৃততে ইয়াত বিনিয়োগ কৰিলে যি সুদৰ হাৰ দিয়া হয় সেয়া অন্য কতোৱেই আপুনি লাভ নকৰে৷
এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে এই ধন আপুনি লেথাৰিকৈ বিনিয়োগ কৰি থাকিব লাগিব৷ যদি মাজতে ধনৰ বিনিয়োগ বন্ধ কৰে তেন্তে এই পৰিমাণ কমি আহিব পাৰে৷ কিন্তু যদি সময়মতে এই বিনিয়োগ কৰে তেন্তে লাখপতি হোৱাৰ পৰা কোনোৱে ৰখাব নোৱাৰে৷
য’ত আপুনি বিনিয়োগ কৰে তাৰ ডিটেইলছ পূৰ্বেই জানি লওক৷ বৰ্তমান সময়ত বহু ফেক প্ৰতিষ্ঠানো আছে য’ত বিনিয়োগ কৰিলে আপোনাৰ ধন হেৰাবও পাৰে৷ সেয়ে পূৰ্বে সকলো বিষয় ভালদৰে পৰীক্ষা কৰি তাৰপিছতহে বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ