• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে?

কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে?

4 years ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

5 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

6 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

6 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

7 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

7 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

7 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

9 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

9 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

10 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

12 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

12 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে?

editor by editor
April 21, 2022
in অসম, ৰাজনীতি
0
কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে?
0
SHARES
448
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ অন্য এগৰাকী অকৰ্মণ্য মন্ত্ৰীয়ে ৰাজহুৱা স্থানতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ধমক খালে৷ এইবাৰ মুখ্যমন্ত্ৰীৰ ধমক খোৱা মন্ত্ৰীগৰাকী হৈছে ৰাজ্যৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷

আমিনগাঁৱৰ এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰিবহণ বিভাগকলৈ তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে৷ আনকি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক আৰু ১০ দিনৰ সময়সীমা দিছে৷

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ পৰিবহণ বিভাগ বহু পিছপৰি আছে৷ বিমল বৰাৰ পৰ্যটন বিভাগৰ দৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰিবহণ বিভাগ আগবাঢ়িব পৰা নাই, বৰং বহুখিনি পিছ পৰি আছে৷ পৰিবহণ মন্ত্ৰী তথা তেওঁ বিভাগে উন্নয়নৰ প্ৰতিযোগিতাৰ দৌৰত অংশ লওক৷

লগতে পঢ়ক কি নাম ৰাখিলে প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ নৱজাতিকা কন্যাৰ নাম?

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি কোভিডকালীন সময়ত পৰিবহন খণ্ডৰ চালক হেণ্ডিমেনক এককালীন সাহায্য প্ৰদান কৰাৰ কথা আছিল৷ মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজিলৈকে তাৰ তালিকা প্ৰস্তুত কৰিব নোৱাৰাৰ বাবে তেওঁৰ চৰকাৰে সেই এককালীন সাহায্য প্ৰদান কৰিব পৰা নাই৷

মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক ১০ দিনৰ সময়সীমা বান্ধি দি শীঘ্ৰেই উক্ত তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে৷ মুখ্যমন্ত্ৰীৰ এই ধমকৰ সময়ত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও মঞ্চত উপস্থিত আছিল৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে তামুলপুৰৰ উপ নিৰ্বাচনৰ সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে মুখ্যমন্ত্ৰীৰ পৰা মঞ্চতে তদ্ৰূপ ধমক খাইছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam cmAssam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24Assam-Govtaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamchandra mohan patowary
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
Next Post
‘মোৰ বিয়া ২৬ তাৰিখে, মোক লৈ যোৱাহি’ ১০ টকীয়া নোটত বাৰ্তা লিখি প্ৰেমিকাৰ কাতৰ আহ্বান

‘মোৰ বিয়া ২৬ তাৰিখে, মোক লৈ যোৱাহি’ ১০ টকীয়া নোটত বাৰ্তা লিখি প্ৰেমিকাৰ কাতৰ আহ্বান

চানগ্লাছ নিবলৈ পাহৰিলে মিলিন্দৰ পত্নী অংকিতাই : কি অথন্তৰ ঘটিল সাগৰৰ পাৰত?

চানগ্লাছ নিবলৈ পাহৰিলে মিলিন্দৰ পত্নী অংকিতাই : কি অথন্তৰ ঘটিল সাগৰৰ পাৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.