• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চানগ্লাছ নিবলৈ পাহৰিলে মিলিন্দৰ পত্নী অংকিতাই : কি অথন্তৰ ঘটিল সাগৰৰ পাৰত?

চানগ্লাছ নিবলৈ পাহৰিলে মিলিন্দৰ পত্নী অংকিতাই : কি অথন্তৰ ঘটিল সাগৰৰ পাৰত?

3 months ago
পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

3 hours ago
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

4 hours ago
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

5 hours ago
আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

6 hours ago
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

7 hours ago
কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

8 hours ago
জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

9 hours ago
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

10 hours ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

1 day ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

1 day ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

1 day ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

চানগ্লাছ নিবলৈ পাহৰিলে মিলিন্দৰ পত্নী অংকিতাই : কি অথন্তৰ ঘটিল সাগৰৰ পাৰত?

editor by editor
April 21, 2022
in জীৱনশৈলী, বিনোদন, ভ্ৰমণ
0
চানগ্লাছ নিবলৈ পাহৰিলে মিলিন্দৰ পত্নী অংকিতাই : কি অথন্তৰ ঘটিল সাগৰৰ পাৰত?
0
SHARES
391
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বসন্তৰ পিছতে লাহেকৈ গ্ৰীষ্ম আহিব৷ উচ্চ বিত্ত তথা চেলিব্ৰেটি মানুহৰ বাবে গ্ৰীষ্ম মানেই সাগৰীয় পাৰ৷ অৰ্থাৎ বীচ্চত জীৱনৰ মাধুৰ্য উদযাপন৷

অসমৰ জীয়াৰী তথা দেশৰ বিখ্যাত মডেল মিলিন্দ চুমনৰ পত্নী অংকিতা কোঁৱৰেও বসন্ততে বীচ্চত বন্ধ দিন উদযাপন কৰিলে৷ কিন্তু বীচ্চৰ পাৰত বন্ধ দিন উদযাপন কৰিবলৈ যাওঁতে অংকিতাই নিজৰ চানগ্লাছ নিবলৈ পাহৰিলে৷ যাৰবাবে অংকিতাই কিছু অথন্তত ভুগিবলগীয়া হয়৷

অৱশ্যে, চানগ্লাছ নিবলৈ পাহৰিলেও অংকিতাই নিজৰ বু্দ্ধিৰে সেই অথন্তৰৰ পৰা নিজকে ৰক্ষা কৰে৷ কিন্তু কেনেকৈ নিজকে সেই অথন্তৰৰ পৰা অংকিতাই ৰক্ষা কৰিলে?

 

 

View this post on Instagram

 

A post shared by Ankita Konwar (@ankita_earthy)

 

লগতে পঢ়ক কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে?

অংকিতা কোঁৱৰে নিজেই সেই বিষয়ে প্ৰকাশ কৰিছে৷ ইনষ্টাগ্ৰামত অংকিতা কোঁৱৰে এই বিষয়ে প্ৰকাশ কৰি কৈছে যে গৰমত চানগ্লাছ পাহৰিলেও চিন্তিত বা দুখ কৰাৰ প্ৰয়োজন নাই, কাৰণ ইয়াৰ তাৎক্ষণিক সমাধানৰ বাবে অন্য পথ আছে৷

‘‘যেতিয়া আপুনি চানগ্লাছ নিবলৈ পাহৰে তেতিয়া আপুনি কি কৰিব? আপোনাৰ কঁকালত পিন্ধা কাপোৰ খুলি মূৰৰ ওপৰত ঘূনঘটৰ নিচিনাকৈ লওক৷’’ অংকিতা কোঁৱৰে ইনষ্টাগ্ৰামত ফ’টো শ্বেয়াৰ কৰি এইদৰে লিখিছে৷

 

 

View this post on Instagram

 

A post shared by Ankita Konwar (@ankita_earthy)

 

উল্লেখ্য যে অভিনেতা-মডেল মিলিন্দ চুমনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছৰে পৰা অংকিতা কোঁৱৰে দুয়োৰে বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰাৰ ফ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আহিছে৷ বিশেষকৈ সাগৰৰ পাৰত দুয়োৰে অন্তৰংগ মুহূৰ্ত উযাপন কৰাৰ ফ’টোও শ্বেয়াৰ কৰি আহিছে৷

 

লগতে পঢ়ক পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?

শেহতীয়াকৈ অংকিতাই তেওঁলোকৰ বিবাহ বাৰ্ষিকীৰ ফ’টোও শ্বেয়াৰ কৰিছে৷ লক্ষদ্বীপৰ সাগৰৰ পাৰত বিকিনি পিন্ধি উঠা তেওঁৰ ফ’টোও শ্বেয়াৰ কৰিছে অংকিতাই৷

‘‘বিকিনি+যিকোনো আকাৰৰ শৰীৰ=বিকিনি শৰীৰ। মই সাগৰৰ পাৰ ভাল পাওঁ আৰু সাগৰৰ পাৰেও মোক ভাল পায়।’’ ফ’টো শ্বেয়াৰ কৰি অংকিতাই লগতে এইদৰে লিখিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ankita Konwarasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMilind Suman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল
চিনেমা

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 6, 2022
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ
ভাৰত

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

July 6, 2022
আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?
বিবিধ

আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

July 6, 2022
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!
স্বাস্থ্য

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

July 5, 2022
Next Post
কিয় ছাতিৰে নিজকে ঢাকি ৰাখিছিল শ্বাহৰুখ আৰু গৌৰি খানে?

কিয় ছাতিৰে নিজকে ঢাকি ৰাখিছিল শ্বাহৰুখ আৰু গৌৰি খানে?

দেশৰ একমাত্ৰ মহিলা হিচাপে বিশেষ ৰাষ্ট্ৰীয় সন্মান লাভ অসমৰ এগৰাকী কন্যাৰ

দেশৰ একমাত্ৰ মহিলা হিচাপে বিশেষ ৰাষ্ট্ৰীয় সন্মান লাভ অসমৰ এগৰাকী কন্যাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.