• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭ বছৰৰ পাছত পুনৰ ‘তুলসী’ৰ ৰূপত স্মৃতি ইৰাণী, আহি আছে ‘কিউকি শাস ভি কভী বহু থি-২’

১৭ বছৰৰ পাছত পুনৰ ‘তুলসী’ৰ ৰূপত স্মৃতি ইৰাণী, আহি আছে ‘কিউকি শাস ভি কভী বহু থি-২’

12 months ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

13 minutes ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

47 minutes ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

1 hour ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

2 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

3 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

4 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

5 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

5 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

6 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

6 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

7 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৭ বছৰৰ পাছত পুনৰ ‘তুলসী’ৰ ৰূপত স্মৃতি ইৰাণী, আহি আছে ‘কিউকি শাস ভি কভী বহু থি-২’

editor by editor
July 7, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
১৭ বছৰৰ পাছত পুনৰ ‘তুলসী’ৰ ৰূপত স্মৃতি ইৰাণী, আহি আছে ‘কিউকি শাস ভি কভী বহু থি-২’
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৭ বছৰৰ পাছত পুনৰ ‘তুলসী’ৰ ৰূপত স্মৃতি ইৰাণী, আহি আছে ‘কিউকি শাস ভি কভী বহু থি-২’

১৭ বছৰৰ পিছত তুলসী ৰূপে পুনৰ দৰ্শকৰ মাজলৈ ঘূৰি আহিছে স্মৃতি ইৰাণী। বহু প্ৰত্যাশিত ধাৰাবাহিক ‘কিউকি শাস ভি কভী বহু থি ২’ৰ প্ৰথম লুক প্ৰকাশ পোৱাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ২০০০ চনত প্ৰচাৰিত আৰু ২০০৮ চনলৈকে সফলতাৰে চলি থকা এই আইকনিক টেলিভিছন শ্ব’ৱে এতিয়া দ্বিতীয় ছিজনেৰে দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে।

যাক লৈ অনুৰাগীসকল অতি সুখী। প্ৰিয় ধাৰাবাহিক তথা প্ৰিয় অভিনেত্ৰীক চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে অনুৰাগী সকল। ইফালে, শ্ব’টোৰ পৰা তুলসী বিৰাণীৰ চৰিত্ৰত স্মৃতি ইৰাণীৰ ফাৰ্ষ্ট লুকেও দৃষ্টি কাঢ়িছে অনুৰাগীৰ।

চেলিব্ৰিটি পাপাৰাজী ইনষ্টাগ্ৰাম একাউণ্ট ‘ইষ্টেণ্ট বলীউড’ই সোমবাৰে এটা পোষ্ট শ্বেয়াৰ কৰি স্মৃতি ইৰাণীৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰে। এই পোষ্টটোত শ্ব’টোত তুলসী বিৰাণীৰ চৰিত্ৰত অভিনয় কৰা স্মৃতি ইৰাণীক পৰম্পৰাগত গহনাৰে তুলসীৰ চিগনেচাৰ ষ্টাইলত দেখা গৈছে।

পূৰ্বৰ আইকনিক শ্ব’টোৰ মূল তাৰকা অভিনেতাসকলৰ ভিতৰত আছে তুলসী বিৰাণীৰ চৰিত্ৰত স্মৃতি ইৰাণী, মিহিৰ মনসুখ বিৰাণীৰ চৰিত্ৰত অমৰ উপাধ্যায়, গোবৰ্ধন বিৰাণীৰ চৰিত্ৰত দীনেশ ঠাকুৰ, আম্বা বিৰাণীৰ চৰিত্ৰত সুধা শিৱপুৰী ইত্যাদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian TV Showsmriti irani
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ
বিনোদন

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?
বিনোদন

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

July 6, 2026
Next Post
ভয়ংকৰ শক্তিশালী হৈছে শুক্ৰ, টকাৰ গাদীত শুব ৪ৰাশি, বাঢ়িব বেংক বেলেন্স, শিৱৰ কৃপা লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

ভয়ংকৰ শক্তিশালী হৈছে শুক্ৰ, টকাৰ গাদীত শুব ৪ৰাশি, বাঢ়িব বেংক বেলেন্স, শিৱৰ কৃপা লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

পোষ্ট অফিচত ৫ বছৰৰ TDত ২লাখ ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

পোষ্ট অফিচত ৫ বছৰৰ TDত ২লাখ ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.