• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
kapil sharma show

The Kapil Sarma Show ত চূড়ান্ত অপমানৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী

4 years ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

35 minutes ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

1 hour ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

9 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

10 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

12 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

13 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

13 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

14 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

14 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

15 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

15 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

The Kapil Sarma Show ত চূড়ান্ত অপমানৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী

editor by editor
November 24, 2021 - Updated on November 28, 2021
in গুৱাহাটী, বিনোদন, ভাৰত, ৰাজনীতি
0
kapil sharma show
0
SHARES
12.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ নাম হৈছে প্ৰাক্তন অভিনেত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী। কিন্তু এইবাৰ এইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে  চূড়ান্ত অপমানৰ সন্মুখীন হ’ল দেশৰ সৰ্ববৃহৎ জনপ্ৰিয় খুহুটীয়া অনুষ্ঠান The Kapil Sarma Show ত। আচলতে ঘটনাটো আছিল এনেধৰণৰ, স্মৃতি ইৰানীয়ে নিজে লিখা বুলি কোৱা ‘‘লাল ছালাম’’ নামৰ এখন কিতাপ উন্মোচন কৰিবৰ বাবে আহিছিল কপিল শৰ্মা অনুষ্ঠানলৈ। আচলতে এই অনুষ্ঠানৰ বাবে পূৰ্বৰে পৰা The Kapil Sarma Show ত সময় ধাৰ্য কৰা আছিল। আৰু সেইদৰে নিৰ্দিষ্ট সময় মতে কপিল শৰ্মা অনুষ্ঠানৰ দূৱাৰদলিত উপস্থিত হৈছিল স্মৃতি ইৰানী। ইমানলৈকে সকলো ঠিকেই আছিল। সমস্যা তাতহে  আৰম্ভ হ’ল, যেতিয়া কিতাপ উন্মোচনৰ বাবে যোৱা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীক চিনি নাপাওঁ বুলি ক’লে কপিল শৰ্মা অনুষ্ঠানৰ নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ পাছত এবাৰ, দুবাৰ নহয় বহুবাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনুৰোধ কৰিলে নিৰাপত্তা ৰক্ষীক। কিন্তু নাই, নিৰাপত্তা ৰক্ষী নাচোৰবান্দা। কোনো কাৰণতে নিৰাপত্তা ৰক্ষীয়ে কপিল শৰ্মা অনুষ্ঠানত সোমাব নিদিয়ে স্মৃতি ইৰানীক। খবৰ অনুসৰি আনকি এই বাক-বিতণ্ডাৰ মাজতে স্মৃতি ইৰানীৰ সন্মুখেৰে অনুষ্ঠানৰ মাজলৈ বিভিন্ন ব্যক্তিৰ লগতে খাদ্য দিয়া মানুহ পৰ্যন্ত প্ৰবেশ কৰি প্ৰস্থান কৰিলে কিন্তু স্মৃতি ইৰানীক কোনো কাৰণতে প্ৰৱেশ কৰিবলৈ নিদিয়ে নিৰাপত্তাৰক্ষীয়ে। শেষত উপায়হীন কেন্দ্ৰীয়মন্ত্ৰীয়ে কি কৰিব আৰু৷ নিৰাপত্তাৰক্ষীয়েই যদি কেন্দ্ৰীয় মন্ত্ৰীক চিনিয়ে নাপায় তেন্তে তাত থাকিনো কি লাভ ! শেষত যেনেদৰে আহিছিল তেনেদৰে উভতি যাব লগা হ’ল কেন্দ্ৰীয় মন্ত্ৰী। ইফালে এই ঘটনাৰ পিছত কপিল শৰ্মাৰ লগতে টিভি চেনেলটোৰ পৰিচালক, মালিকে স্মৃতি ইৰানীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে যদিও বাতৰি লিখা সময় লৈ স্মৃতি ইৰানীয়ে পুনৰ কপিল শৰ্মা অনুষ্ঠানত উপস্থিত থকাৰ সন্মতি প্ৰদান কৰা নাই।

Click Here for more:

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelsmriti irani
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
Next Post
cabinet

ৰাজ্যৰ সলনি হ’ব কমাণ্ডো বেটেলিয়নত নিযুক্তি প্ৰক্ৰিয়া, বয়সৰ ঊৰ্ধসীমা হ্ৰাস কৰা হ’ল কামাণ্ডো বেটেলিয়নৰ নিযুক্তিত

sananta tanti

বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান, প্ৰিয় কবিৰ মৃত্যুত মৰ্মাহত অনুৰাগী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.