• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
cabinet

ৰাজ্যৰ সলনি হ’ব কমাণ্ডো বেটেলিয়নত নিযুক্তি প্ৰক্ৰিয়া, বয়সৰ ঊৰ্ধসীমা হ্ৰাস কৰা হ’ল কামাণ্ডো বেটেলিয়নৰ নিযুক্তিত

5 years ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

2 minutes ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

36 minutes ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

1 hour ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

3 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

4 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

4 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

5 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

6 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

6 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

7 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যৰ সলনি হ’ব কমাণ্ডো বেটেলিয়নত নিযুক্তি প্ৰক্ৰিয়া, বয়সৰ ঊৰ্ধসীমা হ্ৰাস কৰা হ’ল কামাণ্ডো বেটেলিয়নৰ নিযুক্তিত

editor by editor
November 24, 2021
in অসম, গুৱাহাটী, ৰাজনীতি
0
cabinet
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সলনি হ’ব কমাণ্ডো বেটেলিয়নত নিযুক্তি প্ৰক্ৰিয়া৷ বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বিশেষ সিদ্ধান্ত৷ ২৪ ৰ বছৰ বয়সৰ পৰিৱৰ্তে এতিয়াৰে কমাণ্ডো বেটেলিয়নত নিযুক্তিৰ ঊৰ্ধসীমা নিৰ্ধাৰণ কৰা হৈছে ২১ বছৰ৷ কিন্তু ST/SC প্ৰাৰ্থীৰ বাবে কি ধৰণৰ শিথিলতা গ্ৰহণ কৰিব বৰ্তমান সেই সিদ্ধান্ত গ্ৰহণ কৰা নাই আজিৰ কেবিনেটত৷ ইয়াৰ উপৰি কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেবিনেটৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত অসমৰ শিক্ষা ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন আহিব৷ শিক্ষা নীতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে৷ ইয়াৰ উপৰি ভূমি লবেদখল সন্দৰ্ভতো কেবিনেটত সিদ্ধান্ত গ্ৰহণ৷ সত্ৰৰ ভূমি বেদখলমুক্ত কৰা বিজেপিৰ অন্যতম প্ৰধান নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল৷ বেদখল উচ্ছেদ অব্যাহত ৰখা চৰকাৰে এইক্ষেত্ৰত এখন বিশেষ কমিটী গঠন কৰি দিছে৷ কমিটীৰ অধ্যক্ষ বিধায়ক প্ৰদীপ হাজৰিকা৷ কমিটীৰ সদস্য বিধায়ক মৃণাল শইকীয়া, বিধায়ক ৰূপক শৰ্মা৷ বঙাইগাঁৱক লৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত৷ বঙাইগাঁৱত স্থাপন হ’ব মেডিকেল কলেজ৷ বঙাইগাঁও কলেজ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব৷ কেবিনেটৰ এই সিদ্ধান্ত স্বাভাৱিকতে ৰাজ্যখনৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰীকৰণৰ দিশে অসম আগবাঢ়িছে৷ ই এক প্ৰত্যাহ্বানমূলক যদিও শিক্ষাক্ষেত্ৰত নতুন দিগন্তৰ সূচনাযে কৰিব সেয়া নিশ্চিত৷ বঙাইগাঁৱত অনুষ্ঠিত কেবিনেটৰ সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণৰ বাবে চৰকাৰে খৰতকীয়াকৈ ব্যৱস্থা ল’ব বুলি আশা কৰিছে জনসাধাৰণে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
Next Post
sananta tanti

বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান, প্ৰিয় কবিৰ মৃত্যুত মৰ্মাহত অনুৰাগী

himanta biswa sharma

পুৰোহিত, নামঘৰীয়াৰ বাবে আৰ্থিক অনুদান। ১৫ ডিচেম্বৰৰ ভিতৰত অনলাইন আৱেদন কৰক। ন’হলে নাপাব এটকাও ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.