• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
himanta biswa sharma

পুৰোহিত, নামঘৰীয়াৰ বাবে আৰ্থিক অনুদান। ১৫ ডিচেম্বৰৰ ভিতৰত অনলাইন আৱেদন কৰক। ন’হলে নাপাব এটকাও ধন

4 years ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

3 days ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

3 days ago
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

3 days ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

3 days ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

3 days ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

3 days ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

3 days ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

3 days ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

4 days ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

4 days ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

4 days ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুৰোহিত, নামঘৰীয়াৰ বাবে আৰ্থিক অনুদান। ১৫ ডিচেম্বৰৰ ভিতৰত অনলাইন আৱেদন কৰক। ন’হলে নাপাব এটকাও ধন

editor by editor
November 25, 2021
in অসম, গুৱাহাটী, ৰাজনীতি
0
himanta biswa sharma
0
SHARES
6.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পূৰ্বে ঘোষণা কৰিছিল যে ৰাজ্যৰ পুৰোহিত আৰু নামঘৰীয়াসকলক কোভিডৰ ফলত হোৱা আৰ্থিক সংকটৰ বাবে ১৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আৰু এই সাহায্য লাভ কৰিবৰ বাবে নিদিষ্ট মাধ্যমেৰে আৱেদন কৰিব লাগিব ৰাজ্যৰ পুৰোহিত আৰু নামঘৰীয়া সমাজে। কিন্তু এই আৱেদনৰ বাবে চৰকাৰৰ ফালৰ পৰা নিৰ্দিষ্ট কিছু প্ৰমাণ পত্ৰৰ লগতে অৰ্হতা থকাটো অত্যন্ত প্ৰয়োজনীয়।

 

প্ৰথমতে প্ৰয়োজনীয় অৰ্হতা

* আৱেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

* ০১/০১/২০২১ সময়ৰ লৈকে আৱেদনকাৰীৰ বয়স ৪০ বছৰ হ’ব লাগিব।

* আৱেদনকাৰীয়ে কোনো মন্দিৰ অথবা নামঘৰত ন্যূনতম পাঁচ বছৰ সেৱা কৰাৰ আভিজ্ঞতা থাকিব লাগিব।

* সেৱা আগবঢ়োৱাৰ বিনিময়ত আৱেদনকাৰীয়ে  নামঘৰ বা মন্দিৰৰ পৰচালনা সমিতিৰ পৰা মাহেকীয়া হিচাপত মাননিৰ পৰিমান উল্লেখ কৰিব লাগিব

* আৱেদনকাৰীয়ে সেৱা আগবঢ়োৱা মন্দিৰ বা নামঘৰ অন্তত পঞ্চাশ বছৰীয়া পুৰণি হ’ব লাগিব

* বাৰ্ষিক আয় ৩ লাখ তলৰ হোৱাটো বাধ্যতামূলক

* কোনো চৰকাৰী পেঞ্চন পোৱা ব্যক্তিয়ে এই আৱেদন কৰিব নোৱাৰিব।

* এগৰাকী আৱেদনকাৰীয়ে মাত্ৰ এবাৰহে আৱেদন কৰিব পাৰিব

* আৱেদনকাৰীৰ নিজৰ নামত বেংক একাউন্ট থকাটো বাধ্যতামূলক

* বেংক পাছবুকৰ নাম আৰু আৱেদনকাৰীৰ নাম সম্পূৰ্ণ একে হ’ব লাগিব।

* শুদ্ধ ৰূপত দাখিল কৰিব লাগিব IFSC কোড

 

এইবাৰ আহিছো আৱেদনকাৰীক প্ৰয়োজন হোৱা নথিপত্ৰৰ তালিকালৈ

* আৱেদনকাৰীয়ে শেহতীয়া এখন পাচপোৰ্ট ফটো আপলোড কৰিব লাগিব

* বয়সৰ প্ৰমাণ হিচাপে আৱেদনকাৰীয়ে যিকোনো এখন প্ৰমান পত্ৰ আপলোড কৰিব লাগিব

* ন্যূনতম পাঁচ বছৰ সেৱা আগবঢ়োৱাৰ অভিজ্ঞতা সম্পৰ্কীয় প্ৰমান পত্ৰ আপলোড কৰিব লাগিব আৱেদনকাৰীয়ে

* আৱেদনকাৰীয়ে নামঘৰ অথবা মন্দিৰত ধৰ্মীয় ৰীতি-নীতি পালন কৰি থকাৰ এখন ফটো আপলোড কৰিব লাগিব।

* আৱেদনকাৰীয়ে বেংক পাচবুকৰ প্ৰথম পৃষ্ঠা স্পষ্টকৈ আপলোড কৰিব লাগিব

* মাহেকীয়া মাননিৰ ক্ষেত্ৰতো আৱেদনকাৰীয়ে পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে স্বাক্ষৰ কৰা এখন প্ৰমান পত্ৰ আপলোড কৰিব লাগিব

 

এতিয়া আহিছো ক’ত কেনেকৈ আৱেদন কৰিব

২৬ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত আৱেদনকৰীসকলে প্ৰ-পত্ৰ আপলোড কৰিব লাগিব WWW.anudaanassamculture.com ত। আৰু যথা সময়ত আৱেদনকাৰীসকলৰ তালিকা প্ৰকাশ কৰা হ’ব উক্ত ৱেব চাইটত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam govt decisionassam ka tazza khabarassam live 24Assam-Govtaxom live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে
অসম

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

July 13, 2025
কেবিনেটৰ বিশেষ বৈঠক- গাঁওবুঢ়া, উদাসীন ভকত, অংগনবাড়ী কৰ্মী, সহায়িকা আদিলৈ সুখবৰ
অসম

কেবিনেটৰ বিশেষ বৈঠক- গাঁওবুঢ়া, উদাসীন ভকত, অংগনবাড়ী কৰ্মী, সহায়িকা আদিলৈ সুখবৰ

July 10, 2025
ভাইৰেল পোষ্ট, ব্ৰিটেইনৰ মুঠ জন্মগত বিসংগতিৰ ৩৩ শতাংশই পাকিস্তানী, কাৰণ…
বিবিধ

ভাইৰেল পোষ্ট, ব্ৰিটেইনৰ মুঠ জন্মগত বিসংগতিৰ ৩৩ শতাংশই পাকিস্তানী, কাৰণ…

July 9, 2025
অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে
অসম

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

July 9, 2025
Next Post
republic tv

‘‘মই তোমালোকৰ চেনেলত একোৱেই নকও’’ ৰাকেশ টিকাইটৰ মন্তব্য। অৰ্ণৱ গোস্বামীৰ নাকত এতিয়াও কিয় লাজ নালাগে!

border dispute

প্ৰধানমন্ত্ৰীৰ কথাত আশ্বস্ত নহয় দেশৰ জনতা, দিল্লী সীমান্তত আজিও অব্যাহত কৃষকৰ প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.