• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
kapil sharma show

The Kapil Sarma Show ত চূড়ান্ত অপমানৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী

9 months ago
মহিলাৰ বাবে বাম্পাৰ অফাৰ! ১০ সন্তান জন্ম দিয়া মহিলাই লাভ কৰিব ১১ লাখ টকা!

মহিলাৰ বাবে বাম্পাৰ অফাৰ! ১০ সন্তান জন্ম দিয়া মহিলাই লাভ কৰিব ১১ লাখ টকা!

16 hours ago
বান্ধৱীৰ পিতৃক বিবাহ কৰাবলৈ অস্বীকাৰ কলেজীয়া ছাত্ৰী, যৌন উৎপীড়ন চলাই ভিডিঅ’ ভাইৰেল

বান্ধৱীৰ পিতৃক বিবাহ কৰাবলৈ অস্বীকাৰ কলেজীয়া ছাত্ৰী, যৌন উৎপীড়ন চলাই ভিডিঅ’ ভাইৰেল

16 hours ago
বিফল প্ৰেমৰ কৰুণ পৰিণতি! প্ৰেমত ব্যৰ্থ হৈ চলন্ত ৰে’লত জঁপিয়াই আত্মহত্যা প্ৰেমিকৰ, প্ৰেমিকক বচাবলৈ গৈ বন্ধুৰো মৃত্যু

বিফল প্ৰেমৰ কৰুণ পৰিণতি! প্ৰেমত ব্যৰ্থ হৈ চলন্ত ৰে’লত জঁপিয়াই আত্মহত্যা প্ৰেমিকৰ, প্ৰেমিকক বচাবলৈ গৈ বন্ধুৰো মৃত্যু

17 hours ago
অতি মৰ্মান্তিক! দুই কণমানি পুত্ৰ, পতী এৰি পৰপুৰুষলৈ পলাল পত্নী, ২ পুত্ৰক বিহপান কৰোৱাই আত্মহনন পিতৃৰ

অতি মৰ্মান্তিক! দুই কণমানি পুত্ৰ, পতী এৰি পৰপুৰুষলৈ পলাল পত্নী, ২ পুত্ৰক বিহপান কৰোৱাই আত্মহনন পিতৃৰ

18 hours ago
এগৰাকী মহিলালৈ টুইটে মাতিলে বিপদ! আদালতে বিহিছে ৩৪ বছৰৰ কাৰাদণ্ড

এগৰাকী মহিলালৈ টুইটে মাতিলে বিপদ! আদালতে বিহিছে ৩৪ বছৰৰ কাৰাদণ্ড

19 hours ago
কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

20 hours ago
বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…

বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…

21 hours ago
‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

22 hours ago
চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…

চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…

23 hours ago
আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

2 days ago
চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

2 days ago
শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

2 days ago
  • About
  • Advertise
  • Careers
Friday, August 19, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

The Kapil Sarma Show ত চূড়ান্ত অপমানৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী

editor by editor
November 24, 2021 - Updated on November 28, 2021
in গুৱাহাটী, বিনোদন, ভাৰত, ৰাজনীতি
0
kapil sharma show
0
SHARES
12.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ নাম হৈছে প্ৰাক্তন অভিনেত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী। কিন্তু এইবাৰ এইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে  চূড়ান্ত অপমানৰ সন্মুখীন হ’ল দেশৰ সৰ্ববৃহৎ জনপ্ৰিয় খুহুটীয়া অনুষ্ঠান The Kapil Sarma Show ত। আচলতে ঘটনাটো আছিল এনেধৰণৰ, স্মৃতি ইৰানীয়ে নিজে লিখা বুলি কোৱা ‘‘লাল ছালাম’’ নামৰ এখন কিতাপ উন্মোচন কৰিবৰ বাবে আহিছিল কপিল শৰ্মা অনুষ্ঠানলৈ। আচলতে এই অনুষ্ঠানৰ বাবে পূৰ্বৰে পৰা The Kapil Sarma Show ত সময় ধাৰ্য কৰা আছিল। আৰু সেইদৰে নিৰ্দিষ্ট সময় মতে কপিল শৰ্মা অনুষ্ঠানৰ দূৱাৰদলিত উপস্থিত হৈছিল স্মৃতি ইৰানী। ইমানলৈকে সকলো ঠিকেই আছিল। সমস্যা তাতহে  আৰম্ভ হ’ল, যেতিয়া কিতাপ উন্মোচনৰ বাবে যোৱা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীক চিনি নাপাওঁ বুলি ক’লে কপিল শৰ্মা অনুষ্ঠানৰ নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ পাছত এবাৰ, দুবাৰ নহয় বহুবাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনুৰোধ কৰিলে নিৰাপত্তা ৰক্ষীক। কিন্তু নাই, নিৰাপত্তা ৰক্ষী নাচোৰবান্দা। কোনো কাৰণতে নিৰাপত্তা ৰক্ষীয়ে কপিল শৰ্মা অনুষ্ঠানত সোমাব নিদিয়ে স্মৃতি ইৰানীক। খবৰ অনুসৰি আনকি এই বাক-বিতণ্ডাৰ মাজতে স্মৃতি ইৰানীৰ সন্মুখেৰে অনুষ্ঠানৰ মাজলৈ বিভিন্ন ব্যক্তিৰ লগতে খাদ্য দিয়া মানুহ পৰ্যন্ত প্ৰবেশ কৰি প্ৰস্থান কৰিলে কিন্তু স্মৃতি ইৰানীক কোনো কাৰণতে প্ৰৱেশ কৰিবলৈ নিদিয়ে নিৰাপত্তাৰক্ষীয়ে। শেষত উপায়হীন কেন্দ্ৰীয়মন্ত্ৰীয়ে কি কৰিব আৰু৷ নিৰাপত্তাৰক্ষীয়েই যদি কেন্দ্ৰীয় মন্ত্ৰীক চিনিয়ে নাপায় তেন্তে তাত থাকিনো কি লাভ ! শেষত যেনেদৰে আহিছিল তেনেদৰে উভতি যাব লগা হ’ল কেন্দ্ৰীয় মন্ত্ৰী। ইফালে এই ঘটনাৰ পিছত কপিল শৰ্মাৰ লগতে টিভি চেনেলটোৰ পৰিচালক, মালিকে স্মৃতি ইৰানীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে যদিও বাতৰি লিখা সময় লৈ স্মৃতি ইৰানীয়ে পুনৰ কপিল শৰ্মা অনুষ্ঠানত উপস্থিত থকাৰ সন্মতি প্ৰদান কৰা নাই।

Click Here for more:

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelsmriti irani
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ বাবে বাম্পাৰ অফাৰ! ১০ সন্তান জন্ম দিয়া মহিলাই লাভ কৰিব ১১ লাখ টকা!
ৰাজনীতি

মহিলাৰ বাবে বাম্পাৰ অফাৰ! ১০ সন্তান জন্ম দিয়া মহিলাই লাভ কৰিব ১১ লাখ টকা!

August 18, 2022
কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ
ভাৰত

কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

August 18, 2022
‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’
ভাৰত

‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’

August 18, 2022
চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…
ভাৰত

চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…

August 18, 2022
Next Post
cabinet

ৰাজ্যৰ সলনি হ’ব কমাণ্ডো বেটেলিয়নত নিযুক্তি প্ৰক্ৰিয়া, বয়সৰ ঊৰ্ধসীমা হ্ৰাস কৰা হ’ল কামাণ্ডো বেটেলিয়নৰ নিযুক্তিত

sananta tanti

বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান, প্ৰিয় কবিৰ মৃত্যুত মৰ্মাহত অনুৰাগী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.