• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

3 weeks ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

9 minutes ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

30 minutes ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

2 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

2 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

5 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

5 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

6 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

7 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

7 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

8 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

9 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

ইণ্ডোনেছিয়াৰ বৰ্ষাৰণ্যত পোৱা ৰেফ্লেছিয়া আৰ্নল্ডি

editor by editor
July 3, 2026
in বিবিধ, বিশ্ব, লেখা
0
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীত প্ৰায় ৪ লাখৰো অধিক প্ৰজাতিৰ ফুল পোৱা যায়। এই অসংখ্য ফুলৰ মাজত ৰেফ্লেছিয়া আৰ্নল্ডি (Rafflesia arnoldii) নিজৰ বিশাল আকাৰ, অদ্ভুত গঠন আৰু তীব্ৰ দুৰ্গন্ধৰ বাবে এক বিশেষ স্থান অধিকাৰ কৰিছে। ইয়াক বিশ্বৰ আটাইতকৈ ডাঙৰ একক ফুল বুলি গণ্য কৰা হয়। এই ফুলটোৰ নামকৰণ ব্ৰিটিছ শল্য চিকিৎসক জ’চেফ আৰ্নল্ডৰ নাম অনুসৰি কৰা হৈছিল। ১৮১৮ চনত তেওঁ এই ফুলৰ নমুনা প্ৰথমবাৰৰ বাবে অধ্যয়ন কৰিছিল। সেই সময়ৰ পৰাই ইয়াৰ বিশাল আকাৰে বিজ্ঞানী আৰু প্ৰকৃতিপ্ৰেমীসকলক আকৰ্ষিত কৰি আহিছে।

১১ কেজি ওজনৰ ফুল

ৰেফ্লেছিয়া আৰ্নল্ডিৰ ব্যাস প্ৰায় ১ মিটাৰ (প্ৰায় ৩ ফুট ৩ ইঞ্চি) পৰ্যন্ত হ’ব পাৰে আৰু ইয়াৰ ওজন ১১ কিলোগ্ৰামলৈকে হয়। ফুলটোত পাঁচটা ডাঙৰ ৰঙা-বাদামী পাহি থাকে, যাৰ ওপৰত বগা দাগ দেখা যায়। ইয়াৰ জীৱনচক্ৰ প্ৰায় এবছৰীয়া যদিও ফুলটো এবাৰ ফুলাৰ পিছত মাত্ৰ ৫ৰ পৰা ৭ দিনহে সতেজ হৈ থাকে।

তাৰ পিছত ই ম্লান হৈ যায়। এই বিৰল ফুল মূলতঃ ইণ্ডোনেছিয়াৰ বৰ্ষাৰণ্য, বিশেষকৈ সুমাত্ৰা আৰু বৰ্ণিঅ’ দ্বীপত পোৱা যায়। ই এনে অঞ্চলত জন্মে, য’ত আৰ্দ্ৰতা বেছি আৰু সূৰ্যৰ পোহৰ তুলনামূলকভাৱে কমকৈ পৰে।

মচা মাংসৰ দৰে দুৰ্গন্ধ

ৰেফ্লেছিয়া আৰ্নল্ডিক বহুতে “শৱ ফুল” (Corpse Flower) বুলিও কয়। কাৰণ ইয়াৰ পৰা পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধ ওলায়। এই দুৰ্গন্ধই মাংসভোজী বিভিন্ন কীট-পতংগক আকৰ্ষণ কৰে, যাৰ ফলত পৰাগ-সংযোগ প্ৰক্ৰিয়া সহজ হয়। বিজ্ঞানীসকলৰ মতে, ডাইমিথাইল ডাইছালফাইড আৰু ডাইমিথাইল ট্ৰাইছালফাইড নামৰ ৰাসায়নিক যৌগৰ বাবে এই বিশেষ দুৰ্গন্ধ উৎপন্ন হয়। এই ফুলটোৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—ইয়াৰ কোনো শিপা, গা-গছ বা পাত নাথাকে। ই এটা পৰজীৱী উদ্ভিদ, অৰ্থাৎ নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। ই টেট্ৰাষ্টিগমা (বনৰীয়া আঙুৰ) নামৰ লতাৰ ওপৰত নিৰ্ভৰ কৰি পানী, শক্তি আৰু প্ৰয়োজনীয় পুষ্টি সংগ্ৰহ কৰে। এই বিশেষ নিৰ্ভৰশীলতাৰ বাবেই দক্ষিণ-পূব এছিয়াৰ বৰ্ষাৰণ্যৰ বাহিৰত এই ফুল সফলভাৱে খেতি বা সংৰক্ষণ কৰাটো অতি কঠিন। সামগ্ৰিকভাৱে, ৰেফ্লেছিয়া আৰ্নল্ডি প্ৰকৃতিৰ এক অনন্য সৃষ্টি। ইয়াৰ বিশাল আকাৰ, অদ্ভুত গঠন, স্বল্পায়ু জীৱন আৰু দুৰ্গন্ধে ইয়াক পৃথিৱীৰ আটাইতকৈ ব্যতিক্ৰমী ফুলসমূহৰ ভিতৰত অন্যতম কৰি তুলিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Flower Smell
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

July 24, 2026
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক
জীৱনশৈলী

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

July 24, 2026
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!
বাণিজ্য

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

July 24, 2026
Next Post
এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ'ব বাণিজ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.