• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি কথা ক’লে নপঢ়া ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ৯-১০ ঘণ্টাকৈ পঢ়িব?

কি কথা ক’লে নপঢ়া ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ৯-১০ ঘণ্টাকৈ পঢ়িব?

4 years ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

12 minutes ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

3 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

4 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

6 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

6 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

7 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

8 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

8 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

8 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

9 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

10 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

কি কথা ক’লে নপঢ়া ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ৯-১০ ঘণ্টাকৈ পঢ়িব?

editor by editor
February 17, 2022
in জীৱনশৈলী, বিবিধ
0
কি কথা ক’লে নপঢ়া ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ৯-১০ ঘণ্টাকৈ পঢ়িব?
0
SHARES
781
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিশু আৰু কৈশোৰ কালত সকলো সন্তানকে অভিভাৱকে বুজাই মেলি পঢ়াব লগা হয়৷ আগৰ দিনত খেলা-ধূলাত ব্যস্ত থকাৰ বাবে ল’ৰা-ছোৱালীয়ে কিতাপ পঢ়াবলৈ মন কৰা নাছিল৷ কিন্তু এতিয়া মোবাইলত ব্যস্ত থাকি, বিশেষকৈ মোবাইল গেম, ভিডিঅ’ আদিত ব্যস্ত থাকি পঢ়া শুনাৰ প্ৰতি ধাউতি নিদিয়া হয়৷

তেনে অৱস্থাতা পিতৃ-মাতৃয়ে বিভিন্ন কৌশল অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰে৷ পিতৃ-মাতৃয়ে বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰি ল’ৰা-ছোৱালীক পঢ়াবলৈ চেষ্টা কৰে৷

কি কি কৌশল বা কথাৰে ল’ৰা-ছোৱালীক পঢ়াব পাৰি আমি তাৰ বিষয়ে পিতৃ-মাতৃ তথা অভিভাৱকৰ উদ্দেশ্যে দুটামান কথা উল্লেখ কৰিব খুজিছো৷

  • ল’ৰা-ছোৱালীৰ ক্লাছমেট বা চুবুৰীয়াৰ একেলগে খেলাধূলা কৰাৰ ল’ৰা-ছোৱালীৰ প্ৰসংগ আনি বা তুলনা কৰি তেওঁলোকক পঢ়াব পাৰি৷ বিশেষকৈ ‘অমুকে যোৱাবাৰ পৰীক্ষাত তোমাতকৈ বেছি নম্বৰ পালে’, ‘অমুকে সদায় পঢ়া শুনা কৰে’, ‘তুমি নপঢ়িলে আকৌ অমুকতকৈ কম নম্বৰ পাবা’, ‘কম নম্বৰ পালে তোমাক লাজ দিব’ আদি কথাৰে ল’ৰা-ছোৱালীক পঢ়াৰ মেজলৈ নিব পাৰি৷

  • ‘তুমি পঢ়া শুনা কৰাৰ বাবেই সকলোৱে ভাল বুলি কয়’, ‘তুমি যদি পঢ়া শুনা নকৰাৰ তেনে মানুহে তোমাক বেয়া বুলি ক’ব’ আৰু ‘তুমি পঢ়িলে তেওঁলোকক তুমি পঢ়া বুলি ক’ম’ আদি কথাৰেও ল’ৰা-ছোৱালীক পঢ়ুৱাব পাৰি৷

  • তেওঁলোকক উৎসাহ যোগাবলৈ বিভিন্ন মহান আৰু সফল লোকৰ উদাহৰণ দিব পাৰি৷ তেওঁলোক যে পঢ়া-শুনা কৰিহে জীৱনত সফল মানুহ হৈছে সেই কথা বুজাব পাৰিব লাগে৷

  • জীৱনত প্ৰতিষ্ঠা হ’বলৈ ভালদৰে পঢ়া-শুনা কৰাটো যে জৰুৰী সেই কথাটোকো বুজাব পাৰিব লাগে৷ উদাহৰণসহ বুজালে অতি ভাল৷ ওচৰৰ অথবা আত্মীয় সফল লোকৰ উদাহৰণ দিলে আৰু ভাল৷

  • শিক্ষা গ্ৰহণ অৰ্থাৎ পঢ়া-শুনা কৰিলেহে মানুহে জীৱনৰ লক্ষ্যক স্পৰ্শ কৰিব পাৰে৷ জীৱনটো যাপন কৰিবলৈ বা উদযাপন কৰিবলৈ যে শিক্ষা অতি জৰুৰী সেই কথাটো তেওঁলোকক সৰল ভাষাৰে বুজাব পাৰিব লাগে৷

  • কষ্ট কৰিলেহে মোক্ষ লাভ হয়৷ সেই কথাটোকো তেওঁলোকক বুজাব পাৰিব লাগিব৷ এতিয়া কৰা কষ্টই পৰৱৰ্তী জীৱনটোক স্বাচ্ছন্দ্য কৰি তোলে বুলিও বুজাব পাৰিব লাগে৷

  • অৱশ্যে এইবোৰ কৰোতে পিতৃ-মাতৃয়ে সদায় ল’ৰা-ছোৱালীৰ সৈতে বান্ধুত্বসুলভ আচৰণ কৰিব লাগে৷ খং, ৰাগ, দাবী, ধমকিৰে এনে কৰিলে হিতে বিপৰীতে হোৱাৰো সম্ভাৱনা থাকে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalstudent
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

April 17, 2026
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
Next Post
শনিদেৱৰ কৃপা; ২৪ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব এইসকল লোকৰ জীৱন

শনিদেৱৰ কৃপা; ২৪ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব এইসকল লোকৰ জীৱন

অদ্ভুত পৰম্পৰা! মনে বিচৰাজনক পাবলৈ অন্তৰ্বাস খুলি ৰখাৰ নিয়ম৷ মহিলাৰ অন্তৰ্বাসৰ বাবেই বিখ্যাত ঠাইখন

অদ্ভুত পৰম্পৰা! মনে বিচৰাজনক পাবলৈ অন্তৰ্বাস খুলি ৰখাৰ নিয়ম৷ মহিলাৰ অন্তৰ্বাসৰ বাবেই বিখ্যাত ঠাইখন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.