• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান কোটি টকাৰ মালিক চনম কাপুৰ? জন্মদিনতেই অনিল কন্যাৰ বেংক বেলেন্সক লৈ চলিছে চৰ্চা

কিমান কোটি টকাৰ মালিক চনম কাপুৰ? জন্মদিনতেই অনিল কন্যাৰ বেংক বেলেন্সক লৈ চলিছে চৰ্চা

3 years ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

21 minutes ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

2 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

10 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

11 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

11 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

12 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

13 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

14 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

14 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

15 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিমান কোটি টকাৰ মালিক চনম কাপুৰ? জন্মদিনতেই অনিল কন্যাৰ বেংক বেলেন্সক লৈ চলিছে চৰ্চা

editor by editor
June 9, 2023
in জীৱনশৈলী, ফেশ্বন, ভাৰত
0
কিমান কোটি টকাৰ মালিক চনম কাপুৰ? জন্মদিনতেই অনিল কন্যাৰ বেংক বেলেন্সক লৈ চলিছে চৰ্চা
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩৮ বছৰীয়া হ’ল বলীউড অভিনেত্ৰা চনম কাপুৰ। বক্স অফিচত বৰ বেছি হীট নহ’ল চনমৰ এখনো চিনেমা৷ কিন্তু ফেশ্বনৰ জগতত চনম আন্তৰ্জাতিক DIVA, ফেশ্বনৰ পৃথিৱীত সুনাম অৰ্জন কৰা চনমে এইখন জগতৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰে কোটি কোটি টকা৷ বৰ্তমানলৈ কিমান কোটি সম্পত্তিৰ মালিক চনম কাপুৰ?

লাইফষ্টাইল এছিয়াৰ ৰিপৰ্টত প্ৰকাশ পোৱামতে, ৯৫ কোটি টকাৰ সম্পত্তি আছে চনম কাপুৰৰ৷ ইফালে আন এক সংস্থা Karan. Legৰ মতে চলিত বছৰত ১১৫ কোটি বেংক বেলেন্স আছে চনমৰ৷ বছৰত ১২ কোটিতকৈয়ো অধিক আয় কৰে চনমে৷ সেই হিচাপমতে চনম কাপুৰৰ মাহিলী আয় এক কোটিৰো বেছি৷ চিনেমাৰ ওপৰিও বিজ্ঞাপনৰ পৰাই আয় কৰে কেইবা কোটি ধন৷ লৰিয়েল পেৰিছ, কল্যাণ জুৱেলাৰ্ছ, স্নিকাৰ্চ, মাষ্টাৰকাৰ্ড ইণ্ডিয়া, কলগেটসহ একাধিক ব্ৰেণ্ডৰ সৈতে চনম চুক্তিবদ্ধ৷

চনমে মডেলিঙৰ জগতখনৰ ওপৰিও প্ৰযোজনাৰ কামো আৰম্ভ কৰিছে৷ টেলিভিছনত সঞ্চালনাৰ কামো আৰম্ভ কৰিছে চনমে৷ ইয়াৰোপৰি ৰিয়েল ইষ্টেটত বিনিয়োগ কৰিবলৈকো আৰম্ভ কৰিছে অনিল কাপুৰৰ কন্যা চনমে৷ ইয়াৰোপৰি মাটিৰ ব্যৱসায় আছে চনমৰ৷ স্বামী আনন্দ আহুজাৰ সৈতে ভেজ নন ভেজ আৰু ভানে নামৰ দুটাকৈ ব্ৰেণ্ড লঞ্চ কৰিছে চনমে৷ ইয়াৰোপৰি ৰিয়া কাপুৰৰ সৈতে ৰেচোন নামৰ এটা পোছাকৰ ব্ৰেণ্ড আৰম্ভ কৰিছে অভিনেত্ৰীগৰাকীয়ে৷

উল্লেখ্য যে বিলাসবহুল জীৱন চনমে পছন্দ কৰে৷ দিল্লীত তিনি হাজাৰ স্কোয়েৰ ইয়াৰ্ডৰ এটা বাংলো ক্ৰয় কৰিছে চনমে৷ পৃথ্বীৰাজ ৰোডত অৱস্থিত সেই বাংলোৰ নাম শ্বেৰমুখী বাংলো৷ সেই বাংলোটোৰ দাম ১৭৩ কোটি৷ চনমৰ স্বামী আনন্দ আহুজা দিল্লীৰ বাসিন্দা৷ ৰাজধানী দিল্লীলৈ গ’লেই সেই ঘৰত থাকে চনম৷ এফালে লণ্ডনৰ নটিং হিলতো এটা ঘৰ ক্ৰয় কৰিছে চনমে৷ ৰুশাদ শ্ৰফে তেওঁৰ এই গৃহৰ ডিজাইন কৰিছে৷ আনন্দ আৰু চনমে লণ্ডনৰ সেই ঘৰক ছেকেণ্ড হোম বুলিও কয়৷

একাধিক বিলাসবহুল গাড়ী আছে চনমৰ৷ Mercedes Benz S500, Mercedes Maybach, BMW 730LD, Audi A6, Audi Q7 ৰ দৰে বাহন আছে চনমৰ কালেকছনত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ
জীৱনশৈলী

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

March 30, 2026
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

March 30, 2026
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

March 30, 2026
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
Next Post
দেওবাৰৰ পৰা কৰ্ণাটকত মহিলাই পাব ফ্ৰি বাছসেৱা! কণ্ডাক্টৰ হ’ব মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়া

দেওবাৰৰ পৰা কৰ্ণাটকত মহিলাই পাব ফ্ৰি বাছসেৱা! কণ্ডাক্টৰ হ’ব মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়া

৩৭০ দিনত ৮,৬৪০ কিঃমিঃ! হজৰ বাবে খোজকাঢ়ি মক্কাত উপস্থিত কেৰালাৰ ছিহাৱ

৩৭০ দিনত ৮,৬৪০ কিঃমিঃ! হজৰ বাবে খোজকাঢ়ি মক্কাত উপস্থিত কেৰালাৰ ছিহাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.