• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৭০ দিনত ৮,৬৪০ কিঃমিঃ! হজৰ বাবে খোজকাঢ়ি মক্কাত উপস্থিত কেৰালাৰ ছিহাৱ

৩৭০ দিনত ৮,৬৪০ কিঃমিঃ! হজৰ বাবে খোজকাঢ়ি মক্কাত উপস্থিত কেৰালাৰ ছিহাৱ

3 years ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

6 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

7 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

7 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

8 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

8 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

9 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

10 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

13 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

15 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

15 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৭০ দিনত ৮,৬৪০ কিঃমিঃ! হজৰ বাবে খোজকাঢ়ি মক্কাত উপস্থিত কেৰালাৰ ছিহাৱ

editor by editor
June 10, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
৩৭০ দিনত ৮,৬৪০ কিঃমিঃ! হজৰ বাবে খোজকাঢ়ি মক্কাত উপস্থিত কেৰালাৰ ছিহাৱ
0
SHARES
650
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিমানত বা গাড়ীত নহয়। খোজেৰেই পবিত্ৰ হজ যাত্ৰা শেষ কৰিলে ভাৰতীয় যুৱকে। এইদৰে খোজকাঢ়ি মক্কাত উপস্থিত হ’বলৈ এবছৰৰো বেছি সময় লাগিছে যুৱকজনৰ। তীৰ্থযাত্ৰাৰ বাবে প্ৰায় ৮৫০০ কিঃমিঃ পথ খোজেৰেই গৈছে যুৱকজনে। যুৱকজনৰ এই কাৰ্যক বিস্ময়কৰ কাৰ্য হিচাপেই লৈছে ধৰ্মপ্ৰাণ মুছলমান সমাজে।

কেৰালাৰ পৰা মক্কালৈ যোৱা যুৱকজনৰ নাম ছিহাৱ ছটু। সম্প্ৰতি ছিহাব সামাজিক মাধ্যমত ভাইৰেল এক চৰিত্ৰ হৈ পৰিছে। ছিহাবৰ এই কাৰ্যক প্ৰশংসাৰে উপচায় পেলাইছে বহুজনে। কেৱল ভাৰততেই ছিহাবৰ চৰ্চা চলিছে এনে নহয়। আৰৱৰ মিডিয়াটো ছিহেৱ এতিয়া ভাইৰেল নাম হৈ পৰিছে। খোজেৰেই কেৰালাৰ পৰা মক্কা যোৱা ছিহাৱে এই যাত্ৰাত ৪খন দেশ পাৰ হৈ গৈছে। পাকিস্তান, ইৰাণ, ইৰাক আৰু কোৱেইট পাৰ লৈ মক্কালৈ গৈছে তেওঁ।

কেৰালাৰ মালাপ্পুৰম জিলাৰ ভেলানচেৰিৰ বাসিন্দা ছিহাবে বিগত বৰ্ষৰ ২ জুনতেই এই যাত্ৰা আৰম্ভ কৰিছিল। পবিত্ৰ হজ যাত্ৰাৰ বাবে মক্কালৈ ৰাওনা হৈছিল ছিহাৱ। চলিত বছৰৰ জুন মাহত ছিহাব মক্কাত উপস্থিত হয়। পবিত্ৰ এই তীৰ্থযাত্ৰাৰ বাবে খোজকাঢ়ি প্ৰায় ৮ হাজাৰ ৬৪০ কিঃমিঃ পথ তেওঁ অতিক্ৰম কৰিছে। মক্কাত উপস্থিত হ’বলৈ ছিহাৱক সময় লাগিছে প্ৰায় ৩৭০ দিন। অৰ্থাৎ ৮৮৮০ ঘণ্টাই খোজ কাঢ়িছে ছিহাবে।

উল্লেখ্য যে এই যাত্ৰাকালত ছিহাৱে পোনতে কেৰালাৰ পৰা উত্তৰ ভাৰত হৈ পাকিস্তানত উপস্থিত হয়। পাকিস্তানৰ পৰা ইৰাণলৈ যায় তেওঁ। তাৰপাছতেই ৰাজধানী তেহৰাণ হৈ ইৰাকত ভৰি দিয়ে। ইৰাকৰ পৰা কুৱেইটত উপস্থিত হয় কেৰালাৰ যুৱকজন। চলিত বছৰৰ মে’ৰ দ্বিতীয় সপ্তাহত কুৱেইটৰ পৰা ছৌদি আৰৱৰ সীমান্তত উপস্থিত হয় ছিহাৱ। ছৌদি আৰৱত সোমোৱাৰ পাছতেই প্ৰথমে মদিনালৈ যায় ছিহাৱ। মদিনাত ২১ দিন আছিল ছিহাব। ইয়াৰপাছতেই মদিনাৰ পৰা মক্কালৈ ৰাওনা হয় তেওঁ।

উল্লেখ্য যে মদিনাৰ পৰা মক্কাৰ দূৰত্ব প্ৰায় ৪৪০ কিঃমিঃ। মাত্ৰ ৯ দিনতেই এই দূৰত্ব অতিক্ৰম কৰিছে ছিহাৱে। চলিত বছৰতেই মক্কালৈ হজৰ বাবে গৈছে ছিহাৱৰ মাতৃও। তেওঁ কিন্তু পুত্ৰৰ সৈতে খোজেৰে যোৱা নাই। অৱশ্যে মাতৃ তাত উপস্থিত হোৱাত ছিহাৱে মদিনাৰ পৰা গৈ মক্কাত মাতৃক লগ ধৰে।

ছিহাৱৰ নিজাকৈ এটা ইউটিউব চেনেলো আছে। তাতেই তেওঁ প্ৰতিদিনে কেনেকৈ এই দীঘলীয়া যাত্ৰা কৰিছে তাৰো বৰ্ণনা দি গৈছে। প্ৰতিদিনেই যাত্ৰা শেষ কৰি নিজা চেনেলত এটাকৈ ভিডিঅ’ আপলোড কৰে। ছিহাৱে তেওঁৰ ইউটিউব ভিডিঅ’ত দিয়া তথ্যমতে, তেওঁৰ হাতত কোনো বৈধ ভিছা নাছিল। সেয়ে ট্ৰানজিট ভিছা লৈ তেওঁ পাকিস্তানত প্ৰৱেশ কৰিছিল। এই ট্ৰানজিট ভিছাৰ বাবেই তেওঁ প্ৰায় এমাহ সময় ৰ’ব লগাও হৈছিল। ট্ৰানজিট ভিছা লাভ কৰাৰ পাছত চলিত বছৰৰ ফেব্ৰুৱাৰীত পাকিস্তানত প্ৰৱেশ কৰে ছিহাৱে। তাৰপাছতেই মক্কাত উপস্থিত হ’বলৈ প্ৰায় ৪ মাহ সময় লাগিছে ছিহাৱৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বাণিজ্য

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 27, 2026
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

June 27, 2026
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

June 27, 2026
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত
জীৱনশৈলী

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

June 27, 2026
Next Post
তীৰ্থযাত্ৰীৰ বাবে ৰাজকীয় আয়োজন! হজৰ পৰাই ক্ৰুইড অইলতকৈয়ো অধিক উপাৰ্জন কৰে ছৌদি আৰৱে, হজৰ পৰা ছৌদি আৰৱৰ বাৰ্ষিক আয় কিমান জানেনে?

তীৰ্থযাত্ৰীৰ বাবে ৰাজকীয় আয়োজন! হজৰ পৰাই ক্ৰুইড অইলতকৈয়ো অধিক উপাৰ্জন কৰে ছৌদি আৰৱে, হজৰ পৰা ছৌদি আৰৱৰ বাৰ্ষিক আয় কিমান জানেনে?

ইউটিউবাৰ CarryMinati-এ এটা ভিডিঅ’ৰ পৰা কিমান আয় কৰে?

ইউটিউবাৰ CarryMinati-এ এটা ভিডিঅ’ৰ পৰা কিমান আয় কৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.