• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউটিউবাৰ CarryMinati-এ এটা ভিডিঅ’ৰ পৰা কিমান আয় কৰে?

ইউটিউবাৰ CarryMinati-এ এটা ভিডিঅ’ৰ পৰা কিমান আয় কৰে?

3 years ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

17 minutes ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

53 minutes ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

2 hours ago
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

3 hours ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

4 hours ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

4 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

5 hours ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

6 hours ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

17 hours ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

18 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

19 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইউটিউবাৰ CarryMinati-এ এটা ভিডিঅ’ৰ পৰা কিমান আয় কৰে?

editor by editor
June 10, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ইউটিউবাৰ CarryMinati-এ এটা ভিডিঅ’ৰ পৰা কিমান আয় কৰে?
0
SHARES
648
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাত্ৰ ২০ বছৰ বয়সতেই ডিজিটেল প্লেটফৰ্মত ষ্টাৰ হৈ উঠিছে তেওঁ। বৰ্তমান ইউটিউবত তেওঁৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা প্ৰায় ৩ কোটি ৯০ লাখ। ইয়াৰোপৰি তেওঁৰ আছে গেমিং চেনেলো। সেই গেমিং চেনেলতো ছাবস্ক্ৰাইবাৰৰ সংখ্যা প্ৰায় ১.২ কোটি। ইউটিউব চেনেলত নানান ধৰণৰ ভিডিঅ’ প্ৰায় সদায়েই দি আহিছে কেৰিমিনাতিয়ে। ৰ’ষ্টিং ভিডিঅ’ৰ পৰা আৰম্ভ কৰি বিভিন্ন নতুন নতুন কনটেণ্ট তেওঁৰ চেনেলত দেখা যায়। আনকি তেওঁৰ আছে বহুকেইটা গানৰ ভিডিঅ’ও। গানৰ ভিডিঅ’ৰেই তেওঁ আকৌ এবাৰ চৰ্চাত আহিছে।

১০ বছৰ বয়সতেই ইউটিউব জগতত প্ৰৱেশ

১০ বছৰ বয়সতেই কেৰিমিনতিয়ে ইউটিউবত ভিডিঅ’ দিবলৈ আৰম্ভ কৰিছিল। ২০১৪ চনত সক্ৰিয়ভাৱে ইউটিউব কনটেণ্ট বনাবলৈ আৰম্ভ কৰিছিল কেৰিমিনতিয়ে। ২০১৪ চনত তেওঁৰ ইউটিউব চেনেলৰ নাম আছিল Addicted A1, সেই চেনেলটোত কেৰিমিনতিয়ে নানান গেমৰ ওপৰত ৰিভিউ’ দিছিল। ২০১৫ চনত সেই চেনেলৰ নাম সলায় কেৰিদোয়েল কৰিলে। তাতেই তেওঁ পোনতে ছানি দেওলৰ নকল কৰি কাউণ্টাৰ ষ্ট্ৰাইক গেমৰ ৰিভিউ’ দিবলৈ আৰম্ভ কৰে। ইয়াৰোপৰি মিউজিক ভিডিঅ’ৰো এলবাম কৰিবলৈ আৰম্ভ কৰে কেৰিমিনতিয়ে। কিছুদিন পাছত তেওঁ নাম সলায় কৰিলে কেৰিমিনতি। ২০২১ চনত ৩ কোটি ছাবস্ক্ৰাইবাৰৰ মাইলফলক অতিক্ৰম কৰিবলৈ সক্ষম হয় কেৰিৰ চেনেলে।

কেৰিমিনতি আৰু বিতৰ্ক

২০২০ চনত ইউটিউব বনাম টিকটক ট্ৰেণ্ডৰ সময়ত এটা ৰ’ষ্টিং ভিডিঅ’ বনাইছিল কেৰিয়ে। সেই ভিডিঅ’টোক লৈ তুমুল আলোচনাও হৈছিল। একাধিক তৰ্ক বিতৰ্কও হৈছিল এই বিষয়ক লৈ। বিতৰ্কৰ পাছতেই বিপুল হাৰত জনপ্ৰিয়তাও লাভ কৰিবলৈ সক্ষম হয় কেৰিয়ে। এই ভিডিঅ’ আপলোড কৰাৰ কিছুদিন পাছত কেৰিয়ে ভিডিঅ’টো ডিলিট কৰে। টাইম মেগাজিনৰ ‘টেনথ নেক্সট জেনেৰেছন লিডাৰ্ছ ২০১৯’ত ঠাই পায় কেৰিয়ে। ফোবৰ্ছৰ ‘৩০আণ্ডাৰ ৩০ এছিয়া’ বিভাগত স্থান পায় কেৰিমিনতিয়ে। ২০২২ চনত ৰানৱে ৩৪ ছবিত এটা কেমিঅ’ ৰুলটো দেখা গৈছিল কেৰিমিনতিক।

কেৰিমিনতিৰ আয় কিমান?
বিতৰ্ক থাকিলেও বহুতৰেই প্ৰিয় ইউটিউবাৰৰ ভিতৰত এজন কেৰিমিনতি। তেওঁ ইউটিউবৰ পৰা কিমান ধন আয় কৰে সেই বিষয়টোক লৈ বহুতেই জানিবলৈ আগ্ৰহী। তিনি মাহত কিমান আয় কৰে কেৰিমিনতিয়ে? এক ৰিপৰ্টত প্ৰকাশ পোৱা অনুযায়ী ১.৩৫ মিলিয়নৰো অধিক মানুহে প্ৰতিদিনেই তেওঁৰ ভিডিঅ’ চাই। সেই অনুসৰি প্ৰতি হাজাৰ ভিউ’ত প্ৰায় ৩ ডলাৰৰ পৰা ৭ ডলাৰলৈকে আয় কৰে তেওঁৰ চেনেলে।

কেৰিমিনতিয়ে তেওঁৰ প্ৰতিটো ভিডিঅ’ৰ পৰা প্ৰায় ১ লাখকৈ ধন আয় কৰে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ৪১ কোটি টকাৰো অধিক। ইউটিউবৰ উপৰিও ব্ৰেণ্ড প্ৰমোছন, গান, চিনেমা ইত্যাদিৰ পৰাও বহু ধন আয় কৰে কেৰিমিনতিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!
জীৱনশৈলী

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

April 20, 2026
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

April 20, 2026
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

April 20, 2026
Next Post
বিমান দুৰ্ঘটনাৰ ৪০ দিনৰ পিছত আমাজনত জীৱন্তে উদ্ধাৰ চাৰিটি শিশু, কেনেদৰে ৪০ দিন ধৰি সহবাস কৰিলে আমাজানৰ ঘন জংঘলত? বিশ্বক আচৰিত কৰা এক সঁচা ঘটনা

বিমান দুৰ্ঘটনাৰ ৪০ দিনৰ পিছত আমাজনত জীৱন্তে উদ্ধাৰ চাৰিটি শিশু, কেনেদৰে ৪০ দিন ধৰি সহবাস কৰিলে আমাজানৰ ঘন জংঘলত? বিশ্বক আচৰিত কৰা এক সঁচা ঘটনা

৮ বছৰে সৰু ৰোহনপ্ৰীতৰ সৈতে বিচ্ছেদ প্ৰায় খাটাং! নেহাৰ জন্মদিনত কিয় দেখা নগ’ল ৰোহনপ্ৰীতক?

৮ বছৰে সৰু ৰোহনপ্ৰীতৰ সৈতে বিচ্ছেদ প্ৰায় খাটাং! নেহাৰ জন্মদিনত কিয় দেখা নগ’ল ৰোহনপ্ৰীতক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.