• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰণি ফটো VIRAL- কেনেকৈ সনমৰ হৃদয় কজ্বা কৰিলে নগা সুন্দৰীয়ে…

পুৰণি ফটো VIRAL- কেনেকৈ সনমৰ হৃদয় কজ্বা কৰিলে নগা সুন্দৰীয়ে…

1 year ago
ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

2 hours ago
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

3 hours ago
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

4 hours ago
‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

4 hours ago
মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

4 hours ago
ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

5 hours ago
গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

6 hours ago
নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

6 hours ago
বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

7 hours ago
কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

7 hours ago
জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

9 hours ago
আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 20, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

পুৰণি ফটো VIRAL- কেনেকৈ সনমৰ হৃদয় কজ্বা কৰিলে নগা সুন্দৰীয়ে…

ইউটিউবাৰ তথা কন্ঠশিল্পী সনম পুৰী শেহতীয়াকৈ বিবাহ পাশত আৱদ্ধ হ'ল

editor by editor
January 12, 2024
in Uncategorized
0
পুৰণি ফটো VIRAL- কেনেকৈ সনমৰ হৃদয় কজ্বা কৰিলে নগা সুন্দৰীয়ে…
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ কন্ঠ আৰু ৰূপেৰে হাজাৰ হাজাৰ যুৱতীৰ মন কাঢ়ি নিয়া ইউটিউবাৰ তথা কন্ঠশিল্পী সনম পুৰী শেহতীয়াকৈ বিবাহ পাশত আৱদ্ধ হ’ল। নগা সুন্দৰী zuchobeni tungoeৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছতে এতিয়া সকলোৱে অভিনন্দন জ্ঞাপন কৰিছে সনমক।

Sanam Puri Gets Married To Zuchobeni Tungoe In A White Wedding |सिंगर Sanam Puri ने की व्हाइट वेडिंग

৩১বছৰীয়া পাঞ্জাৱৰ নিৱাসী সনম পুৰী বিভিন্ন গীতৰ লগতে পুৰণি বহু গীতক নতুনকৈ উপস্থাপন কৰি অতি জনপ্ৰিয় হৈ পৰিছিল। পাঞ্জাৱৰ ৰীতি-নীতিৰে দুয়োৰে মাজত সম্পন্ন হয় বিবাহ।

Sanam Puri to marry Nagaland model Zuchobeni Tungoe tomorrow - Sanam Puri to marry Nagaland model Zuchobeni Tungoe tomorrow -

সনম পুৰীতকৈ প্ৰায় ৬বছৰ সৰু নাগালেণ্ডৰ zuchobeni tungoe। বহুদিনৰে পৰা প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতে দুয়ো সিদ্ধান্ত লৈছিল বিয়াত বহাৰ। ঠিক তেনেকৈয়ে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত বিয়াখন সুকলমে হৈ যায়।

Nagaland: Popular singer Sanam Puri to tie knot with his girlfriend Zuchoben Tungoe

নাগালেণ্ডৰ কহিমাৰ নিৱাসী zuchobeni tungoe। এটা বেণ্ডৰ সৈতে জড়িত হৈ থকাৰ লগতে সনমৰ লগতো কেইবাটাও গীত পৰিৱেশন কৰিছে zuchobeni tungoeএ।

Sanam Puri Gets Married To Zuchobeni Tungoe In A White Wedding, The Bride Stuns In A Sheen Gown

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শক্তিশালী ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত
Uncategorized

শক্তিশালী ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত

May 15, 2025
‘পাৰমাণৱিক যুদ্ধ হোৱাৰ পৰা দুই দেশক ৰক্ষা কৰিছো!’ প্রধামন্ত্ৰীৰ ভাষণৰ পূৰ্বেই ডনাল্ড ট্ৰাম্পে কিয় দিছিল এই বাৰ্তা?
Uncategorized

‘পাৰমাণৱিক যুদ্ধ হোৱাৰ পৰা দুই দেশক ৰক্ষা কৰিছো!’ প্রধামন্ত্ৰীৰ ভাষণৰ পূৰ্বেই ডনাল্ড ট্ৰাম্পে কিয় দিছিল এই বাৰ্তা?

May 12, 2025
কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী
Uncategorized

কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী

May 12, 2025
আজি বুদ্ধ পূৰ্ণিমাৰ শুভ যোগত কপাল ফুলিব ৩ ৰাশিৰ, আছে অৰ্থপ্ৰাপ্তিৰ যোগ
Uncategorized

আজি বুদ্ধ পূৰ্ণিমাৰ শুভ যোগত কপাল ফুলিব ৩ ৰাশিৰ, আছে অৰ্থপ্ৰাপ্তিৰ যোগ

May 12, 2025
Next Post
কম বয়সতে প্ৰিয়ংকাৰ প্ৰেম কেনেকৈ হৈছিল ৰৰ্বাটৰ সৈতে…

কম বয়সতে প্ৰিয়ংকাৰ প্ৰেম কেনেকৈ হৈছিল ৰৰ্বাটৰ সৈতে...

YOUTUBE কৰিও সাকাৰ কৰিব পাৰি ডাঙৰ সপোনঃ ১১কোটি টকাৰ ঘৰ কিনিলে এইগৰাকী ইউটিউবাৰে…

YOUTUBE কৰিও সাকাৰ কৰিব পাৰি ডাঙৰ সপোনঃ ১১কোটি টকাৰ ঘৰ কিনিলে এইগৰাকী ইউটিউবাৰে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.