• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ স্বামীক মই হত্যা কৰা নাই, মই নিৰ্দোষী’, গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ জেৰাত কি কি দাবী কৰিছে সোনম ৰঘূবংশীয়ে?

‘মোৰ স্বামীক মই হত্যা কৰা নাই, মই নিৰ্দোষী’, গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ জেৰাত কি কি দাবী কৰিছে সোনম ৰঘূবংশীয়ে?

1 year ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

18 minutes ago
NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

34 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

মহে আপোনাক বেছিকৈ কামোৰে নেকি? এই পদ্ধতিৰে হ’ব সুৰক্ষিত!

54 minutes ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

2 hours ago
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

3 hours ago
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

4 hours ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

5 hours ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

6 hours ago
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

6 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যৰ তলা খুলিব ৩ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

7 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

18 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘মোৰ স্বামীক মই হত্যা কৰা নাই, মই নিৰ্দোষী’, গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ জেৰাত কি কি দাবী কৰিছে সোনম ৰঘূবংশীয়ে?

‘মোৰ স্বামীক মই হত্যা কৰা নাই, মই নিৰ্দোষী’, গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ জেৰাত কি কি দাবী কৰিছে সোনম ৰঘূবংশীয়ে?

editor by editor
June 9, 2025
in অপৰাধ, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
‘মোৰ স্বামীক মই হত্যা কৰা নাই, মই নিৰ্দোষী’, গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ জেৰাত কি কি দাবী কৰিছে সোনম ৰঘূবংশীয়ে?
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
নিজৰ স্বামী ৰাজা ৰঘুবংশীক তেওঁ হত্যা কৰা নাই৷ গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ সন্মুখত এই দাবী কৰিছে হানিমুনলৈ গৈ স্বামীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোনম ৰঘুবংশী৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি নিজকে নিৰ্দোষী বুলি দাবী সোনমৰ৷ ইয়াৰ সৈতে তেওঁ দাবী কৰিছে যে মেঘালয়ত তেওঁক অপহৰণো কৰা হৈছিল৷ অপহৰণকাৰীয়েই তেওঁক মেঘালয়ৰ পৰা গাজিয়াবাদত এৰি হৈছে৷ সোনমৰ দাবী যে তেওঁ হত্যাকাৰী নহয় তেওঁ এই ঘটনাৰ চিকাৰহে হৈছে৷
সোনমে দাবী কৰিছে যে অপহৰণকাৰীসকলে তেওঁক গাজিয়াবাদত এৰি যোৱাৰ পাছতেই সোনমে ফোন কৰিছিল ঘৰলৈ৷ ইয়াৰপাছতেই তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ মেঘালয়ত নিজৰ স্বামী ৰাজা ৰঘুবংশীক হত্যাক অভিযোগত তেওঁৰ পত্নী সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ অভিযোগ মতে নিজৰ প্ৰেমিকৰ সৈতে পৰকীয়াৰ সম্পৰ্কৰ বাবেই জোৰ কৰি স্বামীক মেঘালয়লৈ হানিমুনৰ বাবে লৈ গৈ হত্যা কৰিছে সোনমে৷
এই হত্যাকাণ্ডৰ অভিযোগত ইতিমধ্যেই সোনমৰ ওপৰিও তিনিজন ভাড়াতীয়া হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ৰাজ কুশৱাহা নামৰ সোনমৰ এগৰাকী প্ৰেমিকৰ নামো এই হত্যাকাণ্ডৰ সৈতে সাঙোৰ খাইছে৷ অৱশ্যে এই ঘটনাত নিজ কন্যা দায়ী নহয় বুলি দাবী কৰিছে সোনমৰ পিতৃ দেৱী সিঙে৷ প্ৰকৃত সত্য উদঘাটনত চিবিআই তদন্তৰ দাবী কৰিছে তেওঁ৷ অন্যহাতে নিহত ৰাজা ৰঘুবংশীৰ পৰিয়ালেও জনাইছে যে সোনমৰ মুখৰ পৰা তেওঁলোকে সকলোবোৰ শুনিব খুজিছে৷ দেওবাৰে নিশা উত্তৰপ্ৰদেশৰ এখন ধাবাৰ পৰা সোনমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

August 3, 2026
NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন
নিয়োগ

NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

August 3, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

মহে আপোনাক বেছিকৈ কামোৰে নেকি? এই পদ্ধতিৰে হ’ব সুৰক্ষিত!

August 3, 2026
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক
বিশ্ব

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

August 3, 2026
Next Post
ৰাজা ৰঘুবংশীক শেষ কৰি লগে লগেই পলাই গৈছিল মধ্যপ্ৰদেশলৈ! সোনমৰ প্ৰেমিক ৰাজক গ্ৰেপ্তাৰ মেঘালয় আৰক্ষীৰ, কি কি নতুন তথ্যৰ কথা ক’লে মেঘালয়ৰ আৰক্ষীয়ে?

ৰাজা ৰঘুবংশীক শেষ কৰি লগে লগেই পলাই গৈছিল মধ্যপ্ৰদেশলৈ! সোনমৰ প্ৰেমিক ৰাজক গ্ৰেপ্তাৰ মেঘালয় আৰক্ষীৰ, কি কি নতুন তথ্যৰ কথা ক’লে মেঘালয়ৰ আৰক্ষীয়ে?

২লাখ বিনিয়োগত দুই বছৰত পাব ২৯,৭৭৬ টকা সুদ, পোষ্ট অফিচৰ এই প্ৰকল্প সম্বন্ধে জানি থওক সবিশেষ

২লাখ বিনিয়োগত দুই বছৰত পাব ২৯,৭৭৬ টকা সুদ, পোষ্ট অফিচৰ এই প্ৰকল্প সম্বন্ধে জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.