• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৩ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ সামৰণি, ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা হৰভজন সিঙৰ

4 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

7 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

8 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

9 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

10 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

11 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২৩ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ সামৰণি, ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা হৰভজন সিঙৰ

editor by editor
December 24, 2021
in ক্ৰীড়া, গুৱাহাটী, বিশ্ব, ভাৰত
0
২৩ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ সামৰণি, ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা হৰভজন সিঙৰ
0
SHARES
431
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ টীম ইণ্ডিয়াৰ প্ৰসিদ্ধ স্পিনাৰ হৰভজন সিঙৰ অৱসৰ ঘোষণা৷ শীঘ্ৰেই ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিব ভাৰতীয় দলৰ অভিজ্ঞ স্পিনাৰগৰাকীয়ে৷ শুকুৰবাবে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে খেলুৱৈগৰাকীয়ে৷ টেষ্ট হেট্ৰিক সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে এক স্মৰনীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ সামৰণি মাৰিব হৰভজন সিঙে৷ পঞ্জাবৰ ৪১ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে ১৯৯৮ৰ পৰা আৰম্ভ কৰিছিল ক্ৰিকেট কেৰিয়াৰ৷ ২৩ বছৰৰ এই আকৰ্ষনীয় ক্ৰিকেট কেৰিয়াৰত ১০৩ খন টেষ্টত ৪১৭ টা উইকেট, ২৩৬ এদিনীয়া ক্ৰিকেটত ২৬৯ টা উইকেট আৰু ২৮ খন টি-২০ মেছত  ২৫ Scalps সংগ্ৰহ কৰিবলৈ কৰিবলৈ হৈছিল হৰভজন সিঙে৷ প্ৰতিগৰাকী অনুৰাগী তথা দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি আজি টুইটযোগে অৱসৰৰ কথা ঘোষণা কৰে ক্ৰিকেটাৰগৰাকীয়ে৷

All good things come to an end and today as I bid adieu to the game that has given me everything in life, I would like to thank everyone who made this 23-year-long journey beautiful and memorable.
My heartfelt thank you 🙏 Grateful .https://t.co/iD6WHU46MU

— Harbhajan Turbanator (@harbhajan_singh) December 24, 2021

উল্লেখ্য ১৯৯৮ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ হৈ খেলিছিল হৰভজন সিঙে৷ আৰু ২০১৬ চনৰ মাৰ্চত ঢাকাত অনুষ্ঠিত টি-২০ত UAEৰ বিৰুদ্ধে দেশৰ হৈ শেষ বাৰৰ বাবে খেলিছিল খেলুৱৈগৰাকীয়ে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelharbhajan singhteam india cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
বিশ্ববাসীৰ বাবে পুনৰ শংকাৰ অন্য নাম ‘ডেলমিক্ৰন’, অমিক্ৰনতকৈও সংক্ৰামক ‘ডেলমিক্ৰন’ ভেৰিয়েণ্ট

চৰ্চাত চিলীৰ ৰাষ্ট্ৰপতিৰ পোহনীয়া কুকুৰ ‘ব্ৰাউনী’, দিয়ে ইণ্টাৰভিউ, ফ্ৰেণ্ডৰ সৈতে কৰে ‘লাইভ চ্যেট’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন