• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ববাসীৰ বাবে পুনৰ শংকাৰ অন্য নাম ‘ডেলমিক্ৰন’, অমিক্ৰনতকৈও সংক্ৰামক ‘ডেলমিক্ৰন’ ভেৰিয়েণ্ট

বিশ্ববাসীৰ বাবে পুনৰ শংকাৰ অন্য নাম ‘ডেলমিক্ৰন’, অমিক্ৰনতকৈও সংক্ৰামক ‘ডেলমিক্ৰন’ ভেৰিয়েণ্ট

5 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সৌভাগ্যই টোকৰ মাৰিব আপোনাৰ জীৱনত! জানক ৰাশিফল

28 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

38 minutes ago
মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

44 minutes ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

56 minutes ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

2 hours ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

3 hours ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

4 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

6 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

6 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

6 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

বিশ্ববাসীৰ বাবে পুনৰ শংকাৰ অন্য নাম ‘ডেলমিক্ৰন’, অমিক্ৰনতকৈও সংক্ৰামক ‘ডেলমিক্ৰন’ ভেৰিয়েণ্ট

editor by editor
December 24, 2021 - Updated on December 25, 2021
in ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
বিশ্ববাসীৰ বাবে পুনৰ শংকাৰ অন্য নাম ‘ডেলমিক্ৰন’, অমিক্ৰনতকৈও সংক্ৰামক ‘ডেলমিক্ৰন’ ভেৰিয়েণ্ট
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিগত দুটা বছৰ ধৰি কোভিড-১৯ মহামাৰীয়ে সৰ্বস্বান্ত কৰিছে মানৱজাতিক৷ পুনৰ আন এটা উদ্বেগৰ খবৰে ভাৰাক্ৰান্ত কৰিছে বিশ্ববাসীক৷ কোভিডৰ শেহতীয়া ভেৰিয়েণ্ট অমিক্ৰণৰ বিৰুদ্ধে বিশ্ববাসী ব্যস্ত থকাৰ সময়ত পুনৰ পোহৰলৈ আহিছে কোভিডৰ নতুন ভেৰিয়েণ্ট ‘ডেলমিক্ৰণ’ ভেৰিয়েণ্ট৷ অমিক্ৰণ আৰু  ডেল্টা ভেৰিয়েণ্টৰ সংযোগ হৈ সৃষ্টি হৈছে এই নতুন ভেৰিয়েণ্ট ‘ডেলমিক্ৰণ’ ভেৰিয়েণ্ট৷ বিভিন্ন দেশৰ বৰ্ধিত কোভিড সংক্ৰমণৰ ঘটনাক ডেলমিক্ৰন বুলি সদৰী কৰিছে বিশেষজ্ঞই৷ লণ্ডন আৰু আমেৰিকাত চিনাক্ত হৈছে এই নতুন ভেৰিয়েণ্ট বিধ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে অমিক্ৰণতকৈও অধিক সংক্ৰামক ডেলমিক্ৰণ ভেৰিয়েণ্ট৷ ইফালে দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমানলৈকে ৩৫৮ গৰাকী  লোক আক্ৰান্ত হৈছে অমিক্ৰনত৷ অমিক্ৰণৰ বিৰুদ্ধে যুঁজিবলৈ দেশ সাজু হোৱাৰ সসময়তে ডেলমিক্ৰণ ভেৰিয়েণ্টৰ খবৰে পুনৰ উদ্বিগ্ন কৰি তুলিছে দেশবাসীক৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channeldelmicronomicron
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ভাৰত

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

November 1, 2026
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!
ভাৰত

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

October 31, 2026
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ
ভাৰত

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

October 31, 2026
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড
অপৰাধ

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

October 31, 2026
Next Post
চৰ্চাত চিলীৰ ৰাষ্ট্ৰপতিৰ পোহনীয়া কুকুৰ ‘ব্ৰাউনী’, দিয়ে ইণ্টাৰভিউ, ফ্ৰেণ্ডৰ সৈতে কৰে ‘লাইভ চ্যেট’

চৰ্চাত চিলীৰ ৰাষ্ট্ৰপতিৰ পোহনীয়া কুকুৰ ‘ব্ৰাউনী’, দিয়ে ইণ্টাৰভিউ, ফ্ৰেণ্ডৰ সৈতে কৰে ‘লাইভ চ্যেট’

শীঘ্ৰেই ৰহস্য ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ! গৱেষণাগাৰত ব্যস্ত অসমৰ যুৱ বিজ্ঞানী ৰংমন বৰদলৈ

শীঘ্ৰেই ৰহস্য ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ! গৱেষণাগাৰত ব্যস্ত অসমৰ যুৱ বিজ্ঞানী ৰংমন বৰদলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.