• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীঘ্ৰেই ৰহস্য ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ! গৱেষণাগাৰত ব্যস্ত অসমৰ যুৱ বিজ্ঞানী ৰংমন বৰদলৈ

শীঘ্ৰেই ৰহস্য ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ! গৱেষণাগাৰত ব্যস্ত অসমৰ যুৱ বিজ্ঞানী ৰংমন বৰদলৈ

5 years ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

22 minutes ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

57 minutes ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

10 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

10 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

11 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

12 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

13 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

14 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

15 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

15 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শীঘ্ৰেই ৰহস্য ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ! গৱেষণাগাৰত ব্যস্ত অসমৰ যুৱ বিজ্ঞানী ৰংমন বৰদলৈ

editor by editor
December 25, 2021
in অসম, গুৱাহাটী, প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, ভাৰত
0
শীঘ্ৰেই ৰহস্য ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ! গৱেষণাগাৰত ব্যস্ত অসমৰ যুৱ বিজ্ঞানী ৰংমন বৰদলৈ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিব অসমৰ বিজ্ঞানীয়ে৷ নাছাৰ এক ২০ বছৰীয়া সপোনে বাস্তৱ ৰূপ পোৱাৰ সময়তে চৰ্চালৈ আহিছে এগৰাকী অসমীয়া যুৱ বিজ্ঞানীৰ নাম৷

নাছাই আজি মুকলি কৰে এটা অত্যাধুনিক টেলিস্ক’প৷ টেলিস্ক’পটোৰ নাম ‘জেমচ ৱেব স্পেচ টেলিস্ক’প’৷ নাছাৰ হাৱল টেলিস্ক’পতকৈ ৩ গুণ অধিক শক্তিশালী ‘জেমচ ৱেব স্পেচ টেলিস্ক’প’৷ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ বিজ্ঞানীৰ ২০ বছৰযোৰা এক প্ৰচেষ্টাৰ অন্তত বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিব পৰা এই টেলিস্ক’প মুকলি কৰা হয়৷

এই সময়তে চৰ্চালৈ আহিছে জ্যোতিপদাৰ্থ বিজ্ঞানী অসমৰ ৰংমন বৰদলৈৰ নাম৷ নাছাৰ বিজ্ঞানীৰ দলটোৰ সৈতে অসমৰ ৰংমন বৰদলৈ জড়িত হৈ আছিল গৱেষনাত৷ উল্লেখ্য, আমেৰিকাৰ নৰ্থ কেৰ’লিনা ষ্টেট ইউনিভাৰচিটীৰ সহযোগী অধ্যাকপৰূপে কৰ্মৰত ৰংমন বৰদলৈ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam live 24axom live 24NASAnasa scientistrangman bordoloi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি
ৰাজনীতি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

June 26, 2026
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
Next Post
ৰাজ্যত নতুন কোভিড SOP, বলবৎ হ’ব নৈশ কাৰ্ফিউ৷ ৩১ ডিচেম্বৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ ৰাজ্য চৰকাৰৰ

ৰাজ্যত নতুন কোভিড SOP, বলবৎ হ’ব নৈশ কাৰ্ফিউ৷ ৩১ ডিচেম্বৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ ৰাজ্য চৰকাৰৰ

দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ! ১০ ৰাজ্যলৈ প্ৰেৰণ মাল্টি ডিচিপ্লিনেৰী টীম

দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ! ১০ ৰাজ্যলৈ প্ৰেৰণ মাল্টি ডিচিপ্লিনেৰী টীম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.