• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ বছৰলৈ হ’ব পৰে জেল, ৰে’ল যাত্ৰাৰ সময়ত আপুনিও কৰে নেকি এই কাম !

৫ বছৰলৈ হ’ব পৰে জেল, ৰে’ল যাত্ৰাৰ সময়ত আপুনিও কৰে নেকি এই কাম !

8 months ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

33 minutes ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

1 hour ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

2 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

3 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

4 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

5 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

6 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

7 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

7 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

8 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

8 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৫ বছৰলৈ হ’ব পৰে জেল, ৰে’ল যাত্ৰাৰ সময়ত আপুনিও কৰে নেকি এই কাম !

editor by editor
July 29, 2025
in বিবিধ, ভাৰত
0
৫ বছৰলৈ হ’ব পৰে জেল, ৰে’ল যাত্ৰাৰ সময়ত আপুনিও কৰে নেকি এই কাম !
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ বছৰলৈ হ’ব পৰে জেল, ৰে’ল যাত্ৰাৰ সময়ত আপুনিও কৰে নেকি এই কাম !

ভাৰতীয় ৰে’ল সেৱা বিশ্বৰ চতুৰ্থ ডাঙৰ ৰে’ল সেৱা। যাৰ সহায়ত নিতৌ দেশৰ কোটি কোটি জনতাই যাত্ৰা কৰে। ইয়াৰ সুলভ যাত্ৰাই ইয়াক অন্যতকৈ অধিক উপযোগী কৰি তোলে। এই সেৱা সুন্দৰকৈ অব্যাহত ৰাখিবৰ বাবে ১২ লাখ কৰ্মচাৰী নিয়োজিত।

এই ৰেল সেৱাই দেশৰ প্ৰতিটো কোনেই চুই গৈছে, যাৰ বাবে ইয়াক দেশৰ লাইফ লাইন বুলিও কোৱা হয়।

কিন্তু ইমানৰ পাছতো কিছু সংখ্যক ভাৰতীয়ই ইয়াৰ দুৰ্ব্যৱহাৰ কৰে লগতে ইয়াৰ ক্ষতি কৰিবলৈও কুন্ঠাবোধ নকৰে। সেয়ে ৰেল বিভাগে আনিছে বহু কঠোৰ নিয়ম।

বিশেষকৈ ৰেল যাত্ৰাৰ এচি কোচত থকা সুবিধাৰ অপব্যৱহাৰ কৰে বহু যাত্ৰীয়ে। এচি কোচত যাত্ৰাৰ সময়ত যাত্ৰীক দিয়া বিচনা চাদৰ দুখন, গাৰু কভাৰ, টাৱেল আদি বহু ক্ষেত্ৰত চুৰি কৰি লৈ যায় যাত্ৰীয়ে।

সেয়ে ৰেল বিভাগে ইয়াৰ বাবে আনিছে বিশেষ আইন। যদি কোনো যাত্ৰীয়ে এইদৰে যাত্ৰাৰ পাছত সেই বিচনা চাদৰ বা গাৰু কভাৰ বা টাৱেল উভতাই নিদি চোৰ কৰা ধৰা পৰে তেন্তে ১০০০ টকা জৰিমনা হব পাৰে। যদিহে জৰিমনা দিয়াৰ ক্ষেত্ৰত অবহেলা কৰে তেন্তে ১ বছৰ কাৰাবাস পৰ্যন্তও হব পাৰে।

উল্লেখ্য যে, এই বিচনা চাদৰ, গাৰু, গাৰু কভাৰ, টাৱেল আদি ৰেলৱে বিভাগৰ সম্পত্তি বুলি ধৰা হয়, সেয়ে এই সম্পত্তি চুৰিৰ বাবে ৰেলৱে সম্পত্তি অধিনিয়ম ১৯৯৬ ৰ অধীনত তদন্ত চলে।

প্ৰথমবাৰলৈ এনে ভুল কৰিলে যাত্ৰীক এবছৰৰ কাৰাবাস নাইবা ১০০০ টকা জৰিমনা দিয়ে। ইয়াতকৈ গভীৰ কোনো দোষ হ’লে, নাইবা এনেদৰে অধিক বাৰ চোৰ কৰা ধৰা পৰিলে ৫ বছৰলৈ কাৰাবাস লগতে জৰিমণা দুয়োটাই হব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian RailwayRailway departmentRailway law
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
Next Post
৪ দিন ICUত থকাৰ পাছত শেষ নিশ্বাস ত্যাগ ছামিউলৰ, সামান্য আঘাত পোৱা বুলি উল্লেখ কৰিছিল নন্দিনীয়ে

৪ দিন ICUত থকাৰ পাছত শেষ নিশ্বাস ত্যাগ ছামিউলৰ, সামান্য আঘাত পোৱা বুলি উল্লেখ কৰিছিল নন্দিনীয়ে

‘হনীমুন ইন শ্বিলং’, সোনম ৰঘুবংশীৰ ঘটনা এতিয়া চিনেমাত দেখা পাব দৰ্শকে

'হনীমুন ইন শ্বিলং', সোনম ৰঘুবংশীৰ ঘটনা এতিয়া চিনেমাত দেখা পাব দৰ্শকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.