• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

2 months ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

15 minutes ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

32 minutes ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

2 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

2 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

3 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

4 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

13 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

13 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

14 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

15 hours ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

16 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ... ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

editor by editor
April 19, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
0
SHARES
488
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি বহুলোকে নিজৰ স্বাস্থ্যত গুৰুত্ব দিব নোৱাৰে। অত্যধিক তেল আৰু নিমখ খালে কেতিয়াবা পেট ফুলি উঠে। আমি ভাবো যে সাধাৰণ গেছৰ ঔষধ খালে সমস্যাটো সমাধান হ’ব! কিন্তু আপুনি জানেনে চিকিৎসকৰ মতে পেট ফুলা মানে সদায় গেছ নহয়; বহু সময়ত ই শৰীৰৰ আভ্যন্তৰীণ সমস্যাৰ লক্ষণ হয় যিটো সোনকালে চিকিৎসা নকৰিলে মাৰাত্মক হ’ব পাৰে।

কেতিয়া সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ?

চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা ক’বলৈ গ’লে সাধাৰণতে খাদ্য খোৱাৰ কিছু সময়ৰ পিছতে স্বাভাৱিক পেট ফুলা আৰম্ভ হয় আৰু নিৰ্দিষ্ট সময়ৰ পিছত কমি যায়। কিন্তু যদি আপুনি দেখিছে যে আপোনাৰ পেটটো শিলৰ দৰে কঠিন হৈ পৰিছে আৰু আপুনি বিষৰ বাবে পোনে পোনে থিয় হ’ব পৰা নাই, তেন্তে পৰিস্থিতি একেবাৰেই স্বাভাৱিক নহয়। ব্ৰিটিছ লিভাৰ ট্ৰাষ্টৰ এক অধ্যয়নত কোৱা হৈছে যে কেতিয়াবা লিভাৰৰ সমস্যাৰ বাবে পানী ধৰি ৰখাৰ বাবে পেট ফুলি উঠে (জলন), যাক মানুহে স্বাভাৱিক গেছ বুলি ভুল কৰে।

এই ৫টা লক্ষণক আওকাণ নকৰিব:

পেটটো টান হৈ পৰা: যদি আপুনি পেট ফুলাৰ লগতে পেটৰ অসহ্যকৰ বিষ আৰু পেটটো স্পৰ্শ কৰিলে অস্বাভাৱিকভাৱে কঠিন অনুভৱ হয়, তেন্তে ই অন্ত্ৰৰ ছিদ্ৰ বা পেৰিট’নাইটিছৰ লক্ষণ হ’ব পাৰে।

মলত্যাগ আৰু বায়ু বাহিৰ হোৱা: এয়া অন্ত্ৰৰ ব্লকেজৰ লক্ষণ। যদি অন্ত্ৰৰ যিকোনো অংশলৈ তেজৰ সোঁত বন্ধ হৈ যায় (ষ্ট্ৰেংগুলেটেড হাৰ্নিয়া) তেন্তে তৎক্ষণাত চিকিৎসা নকৰিলে ছিদ্ৰ হ’ব পাৰে।

বমি আৰু জ্বৰঃ পেটৰ সমস্যাৰ লগত যদি বাৰে বাৰে সেউজীয়া পিত্ত বমি হয় আৰু কঁপনিৰ সৈতে জ্বৰ হয়, তেন্তে পেটৰ ভিতৰত গভীৰ সংক্ৰমণ বা ‘চেপ্চিছ’ হোৱাৰ সম্ভাৱনা থাকে।

অস্বাভাৱিকভাৱে ওজন কমি যোৱা: পেট ফুলাৰ লগে লগে হঠাতে ওজন কমি যোৱাটো প্ৰায়ে ডিম্বাশয় বা বৃহদান্ত্ৰৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ বুলি গণ্য কৰা হয়।

দ্ৰুত হৃদস্পন্দন আৰু মূৰ ঘূৰোৱা: পেটৰ ফুলাৰ লগতে বুকুখন যদি ধপধপাই থাকে তেন্তে ইয়াৰ অৰ্থ হ’ল শৰীৰটো শ্বকত পৰিছে। এইটো আভ্যন্তৰীণ ৰক্তক্ষৰণৰ লক্ষণ হ’ব পাৰে।

অস্ত্ৰোপচাৰ কৰাটো প্ৰয়োজনীয় নেকি?

আধুনিক আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ দ্বাৰা এতিয়া নিমিষতে ক’ব পাৰি যে সমস্যাটো সাধাৰণ গেছ নে অস্ত্ৰোপচাৰৰ জৰুৰীকালীন অৱস্থা। গতিকে এতিয়াৰ পৰা যদি আপোনাৰ পেট ফুলিছে, তেন্তে ঘৰুৱা ঔষধৰ ওপৰত নিৰ্ভৰ নকৰি শৰীৰৰ সংকেতবোৰ বুজিবলৈ চেষ্টা কৰক। যদি আপুনি অসুস্থ অনুভৱ কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন
অসম

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

June 19, 2026
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?
জীৱনশৈলী

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

June 19, 2026
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা
ভাৰত

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

June 19, 2026
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?
বিশ্ব

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

June 19, 2026
Next Post
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ'ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ'ব আচৰিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.