উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল বিসংগতিক লৈ ৰাজ্যত তীব্ৰ ৰূপ লৈছে ছাত্ৰ বিদ্ৰোহে। টকা লৈ পৰীক্ষাৰ ফলাফল দিয়াৰ গুৰুতৰ অভিযোগ লৈ বিদ্যালয় ঘেৰাও কাৰ্যসূচী অভিভাৱক, শিক্ষাৰ্থীৰ।