• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰান্তীয় গাওঁৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰাঃ ২২ বছৰতেই IAS হ’ল সুলোচনা

প্ৰান্তীয় গাওঁৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰাঃ ২২ বছৰতেই IAS হ’ল সুলোচনা

2 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

4 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

5 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

6 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

6 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

7 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

7 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

8 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

8 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

9 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

10 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

11 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰান্তীয় গাওঁৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰাঃ ২২ বছৰতেই IAS হ’ল সুলোচনা

প্ৰান্তীয় গাওঁৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰাঃ ২২ বছৰতেই IAS হ’ল সুলোচনা

editor by editor
November 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
প্ৰান্তীয় গাওঁৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰাঃ ২২ বছৰতেই IAS হ’ল সুলোচনা
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কথাতেই কোৱা হয়, যিসকলে কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকৰ হাততেই সাফল্যৰ ব্ৰহ্মাস্ত্ৰ আছে৷ আমা দেশত UPSC আটাইতকৈ কঠিন পৰীক্ষাসমূহৰ ভিতৰত এটা৷ প্ৰতিবছৰে হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে এই পৰীক্ষাত পৰীক্ষাত অংশগ্ৰহণ কৰিলেও তেওঁলোকৰ মাজত মাত্ৰ কেইগৰাকীমানেহে সফল হয়৷ আকৌ তেওঁলোকৰ ভিতৰত মাত্ৰ কেইগৰাকীমানেহে প্ৰথম প্ৰচেষ্টাতেই এই পৰীক্ষাত সফল হয়৷

প্ৰথমবাৰতেই UPSC উত্তীৰ্ণ হ’ল সুলোচনা

মাত্ৰ ২২ বছৰ বয়সতেই UPSC পাছ কৰি IAS অফিচাৰ হৈছে সুলোচনা৷ মূলত আমি IAS সুলোচনা মীনাৰ কথা ক’ব খুজিছো৷ তেওঁ প্ৰান্তিয় এথন গাওঁৰ পৰা ওলাই গৈ এই পৰীক্ষাত সফল হৈছে৷ সুলোচনা মীনা ৰাজস্থানৰ ছৱাই মাধোপুৰ গাওঁৰ বাসিন্দা৷ তেওঁ ৰাজস্থানৰ পৰাই দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে৷ ইয়াৰ পাছতেই সুলোচনা পঢ়াশুনাৰ বাবে দিল্লীলৈ যায়৷ সুলোচনা মীনা উদ্ভিদবিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী৷ স্নাতক উত্তীৰ্ণ হোৱাৰ পাছতেই প্ৰতিদিনে ৮ৰ পৰা ৯ঘণ্টাকৈ পঢ়ি UPSCৰ বাবে সাজু হৈছিল সুলোচনা৷ সুলোচনাই জনোৱা অনুসৰি তেওঁ UPSCৰ মক টেষ্টক যথেষ্ট প্ৰাধান্য দিছিল৷ ইয়াৰোপৰি তেওঁ ইউটিউব আৰু টেলিগ্ৰামত বিনামূলীয়াকৈ উপলব্ধ তথ্যসমূহ পঢ়িছিল৷ লগতে NCERTৰ কিতাপসমূহো পঢ়িছিল৷

মাত্ৰ ২২ বছৰ বয়সতেই IAS হৈছে সুলোচনা৷ সুলোচনাই কঠোৰ পৰিশ্ৰম কৰি ২০২১ চনত তেওঁ প্ৰথমবাৰৰ বাবে UPSC পৰীক্ষাত অংশগ্ৰহণ কৰে৷ তেওঁৰ কঠোৰ পৰিশ্ৰম ফলপ্ৰসু হৈছে আৰু তেওঁ সৰ্বভাৰতীয় স্কৰত ৪১৫ স্থান দখল কৰিছে৷ ইয়াৰোপৰি ST বিভাগত তেওঁ ভাৰতৰ মাজত ষষ্ঠ স্থানত আছে৷ আৰু এনেকৈয়ে তেওঁ মাত্ৰ ২২ বছৰ বয়সত IAS অফিচাৰ হয়৷ সুলোচনা মীনা বৰ্তমান ঝাৰখণ্ডত কৰ্মৰত হৈ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
১৫,০০,০০০,০০ টকাৰ মালিক এ আৰ ৰহমান, বিচ্ছেদৰ পাছত পত্নীয়ে কিমান ধন পাব?

১৫,০০,০০০,০০ টকাৰ মালিক এ আৰ ৰহমান, বিচ্ছেদৰ পাছত পত্নীয়ে কিমান ধন পাব?

অৰ্থ কষ্টত ভূগিছে নেকি ৰণবীৰ-দীপিকা? ভাড়ালৈ দিলে নিজৰ বিলাসী ফ্লেট, ভাড়া কিমান জানেনে?

অৰ্থ কষ্টত ভূগিছে নেকি ৰণবীৰ-দীপিকা? ভাড়ালৈ দিলে নিজৰ বিলাসী ফ্লেট, ভাড়া কিমান জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.