• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেইবাঘণ্টীয়া অভিযান, বিশাল আৰু চুমীৰ ঘৰৰ পৰা কি কি মূল্যবান সামগ্ৰী জব্দ আৰক্ষীৰ?

কেইবাঘণ্টীয়া অভিযান, বিশাল আৰু চুমীৰ ঘৰৰ পৰা কি কি মূল্যবান সামগ্ৰী জব্দ আৰক্ষীৰ?

2 years ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

17 minutes ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

1 hour ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

2 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

3 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

17 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

18 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

18 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

18 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

19 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

19 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

20 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কেইবাঘণ্টীয়া অভিযান, বিশাল আৰু চুমীৰ ঘৰৰ পৰা কি কি মূল্যবান সামগ্ৰী জব্দ আৰক্ষীৰ?

কেইবাঘণ্টীয়া অভিযান, বিশাল আৰু চুমীৰ ঘৰৰ পৰা কি কি মূল্যবান সামগ্ৰী জব্দ আৰক্ষীৰ?

editor by editor
September 3, 2024
in অপৰাধ, অসম, জীৱনশৈলী
0
কেইবাঘণ্টীয়া অভিযান, বিশাল আৰু চুমীৰ ঘৰৰ পৰা কি কি মূল্যবান সামগ্ৰী জব্দ আৰক্ষীৰ?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰক্ষীৰ হাতত অৱশেষত ধৰা পৰা প্ৰৱঞ্চক বিশাল ফুকনৰ ঘৰত আৰক্ষীয়ে চলাইছে কেইবাঘণ্টীয়া অভিযান৷

এই অভিযানত কি কি সামগ্ৰী লাভ কৰিলে আৰক্ষীয়ে সেই বিষয়টোক জানিবলৈ আগ্ৰহী এতিয়া বহুজন৷

মানি ট্ৰেডিঙৰ নামত কোটি কোটি ধন আত্মসাৎ কৰি গ্ৰেপ্তাহ হৈছে বিশাল ফুকন৷

বিশালৰ গ্ৰেপ্তাৰৰ পাছতেই আৰক্ষীয়ে অভিযান চলাইছে কৰিঅ’গ্ৰাফাৰ চুমি বৰাক বিচাৰি৷

আৰক্ষীয়ে চুমি আৰু বিশাল দুয়োৰে ঘৰত অভিযান চলাই লাভ কৰিছে কেইবাটাও সামগ্ৰী৷

বিশালৰ লগতে বিশালৰ মেনেজাৰ বিপ্লৱ হাজৰিকাকো আটক কৰিছে আৰক্ষীয়ে৷

বিশালৰ প্ৰৱাঞ্জলি এপাৰ্টমেণ্টৰ পৰা ছিকিউৰিটি গাৰ্ড এজনকো আৰক্ষীয়ে সোধপোছৰ বাবে লৈ গৈছে৷

আৰক্ষীৰ কেইবাঘণ্টীয়া অভিযানত বিশালৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে জাপে জাপে বিদেশী মুদ্ৰা৷

UAEৰ কাৰেন্সী ডিৰহাম উদ্ধাৰৰ ওপৰিও আৰক্ষীয়ে জব্দ কৰিছে ৬টাকৈ আইফোন৷

ইফালে চুমী বৰাৰ ডিব্ৰুগড় বাণীপুৰস্থিত এপাৰ্টমেণ্টৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা আইফোন৷

ইফালে বিশালৰ বেংক একাউণ্টো জব্দ কৰিছে আৰক্ষীয়ে৷

সোমবাৰে গ্ৰেপ্তাৰ হোনা বিশালক আজি স্বাস্থ্য পৰীক্ষা কৰোৱাইছে আৰক্ষীয়ে৷

৬০ দিনত ৩০ শতাংশ নিশ্চিত ৰিটাৰ্ণ দিয়াৰ লোভ দেখুৱাই ধন সংগ্ৰহ কৰিছিল বিশালে৷

কম দিনত ধনী হোৱাৰ সপোনেৰে বহুতেই কোটি কোটি ধন বিনিয়োগ কৰিছিল বিশালৰ ওচৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
জীৱনশৈলী

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

September 20, 2026
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
Next Post
ছেপ্টেম্বৰত দুবাৰ ৰাশি সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

ছেপ্টেম্বৰত দুবাৰ ৰাশি সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপনকাৰী ইউটিউবাৰ যাব লাগিব জে’ললৈঃ মুখ্যমন্ত্ৰী

অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপনকাৰী ইউটিউবাৰ যাব লাগিব জে’ললৈঃ মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.