• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত দুবাৰ ৰাশি সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

ছেপ্টেম্বৰত দুবাৰ ৰাশি সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

2 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

6 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

6 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

7 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

7 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

8 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

9 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

10 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

11 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

11 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

12 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

13 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰত দুবাৰ ৰাশি সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

ছেপ্টেম্বৰত দুবাৰ ৰাশি সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

editor by editor
September 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ছেপ্টেম্বৰত দুবাৰ ৰাশি সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ
0
SHARES
517
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি বুধ হৈছে জ্ঞান, বুদ্ধি, বিচাৰ ক্ষমতা আৰু বাচন শক্তিৰ কাৰক গ্ৰহ৷ অৰ্থাৎ কোষ্ঠীত বুধৰ শক্তিশালী স্থান থাকিলে জাতকৰ বিচাৰবুদ্ধি উন্নত হয় আৰু আৰ্থিক সমৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হয়৷ সূৰ্যৰ সকলোতকৈ কাষত অৱস্থিত এই গ্ৰহে ছেপ্টেম্বৰ মাহত দুবাৰ নিজৰ ৰাশি পৰিবৰ্তন কৰিব৷ বৰ্তমান কৰ্কট ৰাশিত অৱস্থান কৰিছে বুধে৷ অৰ্থাৎ ৪ ছেপ্টেম্বৰ ২০২৪ত বুধে সিংহ ৰাশিত গোচৰ কৰিব৷ তাতেই  পূৰ্বৰে অৱস্থান কৰিছে সূৰ্যই৷ বুধ আৰু সূৰ্য মিলিত হোৱাৰ সিংহ ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ আকৌ মাহৰ শেষৰ ফালে অৰ্থাৎ আগন্তুক ২৪ ছেপ্টেম্বৰত সিংহ এৰি কন্যা ৰাশিত বুধ প্ৰৱেশ কৰিব৷ জানি থওক বুধৰ গোচৰৰ প্ৰভাৱত ছেপ্টেম্বৰত কোন কোন ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব?

বৃষ ৰাশি

আপুনি বৃষ ৰাশিৰ জাতক হ’লে বুধৰ গোচৰৰ প্ৰভাৱত ছেপ্টেম্বৰত আপুনি লাভৱান হ’ব৷ সম্পত্তি আৰু মাটি সংক্ৰান্তিয় বিষয়ত আপুনি লাভজনক চুক্তি কৰিব৷ চৰকাৰী প্ৰকল্পৰ পৰাও আপোনাৰ আৰ্থিক লাভ হ’ব৷ বৃষ ৰাশিৰ জাতকৰ উপাৰ্জন বাঢ়িব৷ কেৰিয়াৰত উন্নতি হ’ব আৰু পিতৃ-মাতৃৰ পৰা কোনো সুখবৰ পাব পাৰে৷

মিথুন ৰাশি

মিতুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ৷ সেয়ে ছেপ্টেম্বৰত বুধৰ গোচৰত লাভজনক প্ৰভাৱ মিথুন ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ এই মাহত খ্যাতি আৰু জনপ্ৰিয়তা লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ ছেপ্টেম্বৰত নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব আপুনি৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ উন্নত হ’ব৷ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব৷

কৰ্কট ৰাশি

বুধৰ গোচৰৰ প্ৰভাৱত ছেপ্টেম্বৰত পেছাগত জীৱনত উন্নতি কৰিব কৰ্কট ৰাশিৰ জাতকে৷ বিশেষকৈ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে এই সময়ত বৃহৎ উন্নতি কৰিব পাৰিব৷ আপোনাৰ ব্যৱসায় ভাল হ’ব৷ যিসকলে কামৰ সৈতে যুক্ত হৈ আছে তেওঁলোকৰ খ্যাতি লাভ সম্ভৱ৷

সিংহ ৰাশি

কাইলৈ সিংহ ৰাশিতেই গোচৰ কৰিব বুধে৷ এই সময়ত আপুনি নিজৰ পৰিশ্ৰমৰ সুফল অৰ্জন কৰিব পাৰিব৷ এই সময়ত আপুনি যিমানেই কঠোপ পৰিশ্ৰম কৰিব সিমানেই ভাল ৰিটাৰ্ণ পাব৷ সিংহ ৰাশিৰ মহিলাই ছেপ্টেম্বৰত ভাল সময় কটাব৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ এই মাহত কাৰোবাক সেউজীয়া ৰঙৰ সামগ্ৰী দান কৰিলে তাৰ সুফল আপুনি পাব৷

বৃশ্চিক ৰাশি

ছেপ্টেম্বৰত বুধে দুইবাৰ ৰাশি পৰিবৰ্তন কৰাৰ ফলত ভাগ্য খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ কৰ্মক্ষেত্ৰত এই সময়ত আপোনাৰ সকলো প্ৰতিকূলতা আঁতৰি যাব৷ যি কামত হাত দিয়ে, তাতেই আপুনি লাভ হ’ব৷ আপোনাৰ মনত আনন্দ আৰু সন্তুষ্টি থাকিব৷ এই মাহত মাটিৰ পাত্ৰ দান কৰিলে লাভৱান হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
Next Post
অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপনকাৰী ইউটিউবাৰ যাব লাগিব জে’ললৈঃ মুখ্যমন্ত্ৰী

অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপনকাৰী ইউটিউবাৰ যাব লাগিব জে’ললৈঃ মুখ্যমন্ত্ৰী

খ্যাতি, অৰ্থ আৰু নিচাতেই শেষ হৈ গ’ল এখন হেঁপাহৰ ঘৰ…বিবাহ বিচ্ছেদক লৈ কি কৈছে হানি সিঙে?

খ্যাতি, অৰ্থ আৰু নিচাতেই শেষ হৈ গ’ল এখন হেঁপাহৰ ঘৰ...বিবাহ বিচ্ছেদক লৈ কি কৈছে হানি সিঙে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.