• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ

সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ

5 months ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 hour ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

3 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

4 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

5 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

5 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

5 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

6 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

7 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

7 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ

সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ

editor by editor
September 16, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
সিংহ ৰাশিত ১৮ বছৰৰ পাছত সূৰ্য-কেতু মুখামুখি, বেংক বেলেন্স বাঢ়িব এই ৫ৰাশিৰ
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান কেতুৱে অৱস্থান কৰিছে সিংহ ৰাশিত৷ কাইলৈ ১৭ আগষ্টত সূৰ্যই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত গোচৰ কৰিব৷ ১৮ বছৰৰ পাছত সিংহ ৰাশিত একলগ হ’ব সূৰ্য আৰু কেতু৷ সূৰ্য আৰু কেতু একেলগ হলেই গঠিত হয় গ্ৰহণ যোগ৷ জ্যোতিষ অনুসৰি এই যোগ মুঠেও শুভ নহয়৷ কিন্তু সিংহ হৈছে সূৰ্যৰ নিজৰ ৰাশি৷ সেয়ে সিংহ ৰাশিলৈ আহি জোৰ বাঢ়িব সূৰ্যৰ৷ ফলত কেতুৰ অশুভ প্ৰভাৱ বহুপৰিমাণেই খৰ্ব হব৷ এই পৰিস্থিতিত সূৰ্য আৰু কেতুৰ যুঁটিত লাভৱান হব পাঁচ ৰাশিৰ জাতক৷ নানান দিশৰ পৰা অৰ্থলাভ কৰাৰ সুযোগ পাব এওঁলোকে৷ জানি থওক এই তালিকাত কোন কোন ৰাশি আছে?

মেষ ৰাশি

মেষ ৰাশিৰ পঞ্চম ঘৰত যুঁটি গঠন কৰিব সিংহই৷ এই পৰিস্থিতিত প্ৰেম জীৱন খুবেই ভাল হব মেষ ৰাশিৰ জাতকৰ৷ যিসকলে প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিব খোজে তেন্তে এই সময় খুবেই ভাল সময়৷ প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ সমৰ্থন পাব৷ উচ্চশিক্ষাতো সাফল্য লাভৰ সম্ভাৱনা আছে৷ কেৰিয়াৰত উন্নতি কৰিব৷

সিংহ ৰাশি

সিংহ ৰাশিতেই আহিব সূৰ্য আৰু কেতু৷ সেই কাৰণেই এই যুঁটি বেছ লাভজনক হব সিংহ ৰাশিৰ বাবে৷ সিংহ ৰাশিত সূৰ্য অত্যন্ত শক্তিশালী স্থানত থাকিব৷ ইয়াৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত কামৰ বাবে স্বীকৃতি পাব৷ কেতুৰ প্ৰভাৱত আধ্যাত্মিক চেতনা জাগ্ৰত হব৷ আৰ্থিকভাৱে লাভ কৰিব৷ আত্মীয়ৰ সৈতে বিবাদ দূৰ হব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ অৰ্থনৈতিক পৰিস্থিতিৰ বাবে লাভজনক হব সিংহ আৰু কেতুৰ যুঁটি৷ বিশেষকৈ যিসকলে ব্যৱসায় কৰিছে তেওঁলোকৰ দীৰ্ঘদিনৰ কোনো সমস্যা দূৰ হব৷ কামৰ পথত অহা সকলো বাধা দূৰ হব৷ সাফল্যৰ পথলৈ আগুৱাই যাব৷ নতুন উপাৰ্জনৰ ৰাস্তা আপোনাৰ সন্মুখত খুলিব৷ প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থন পাব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ দশম ঘৰত যুঁটি গঠন কৰিব সূৰ্য আৰু কেতুৱে৷ ইয়াৰ ফলত কেৰিয়াৰত বৃহৎ সাফল্যই অপেক্ষা কৰিছে আপোনাৰ বাবে৷ কাৰ্যালয়ত নিজৰ পৰিশ্ৰমৰ সুফল পাব৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ জুনিয়ৰসকলৰ সন্মুখত আপোনাৰ কাম উদাহৰণ হিচাপে তুলি ধৰা হব৷ সমাজত প্ৰতিপত্তি বাঢ়িব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷

মকৰ ৰাশি

সূৰ্য আৰু কেতুৰ যুঁটিৰ প্ৰভাৱত কেৰিয়াৰ, শিক্ষা আৰু ব্যৱসায়ত বৃহৎ উন্নতি কৰিব পাৰিব মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি অফিচত ডাঙৰ কোনো কামৰ দায়িত্ব পাব পাৰে৷ প্ৰমোছন হব পাৰে৷ এই সময়ত উপাৰ্জন পূৰ্বতকৈ পৰা বৃদ্ধি পাব৷ আইনী সমস্যা দূৰ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 21, 2026
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 21, 2026
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
Next Post
শ্ৰীকৃষ্ণৰ দ্বাৰকাৰ পৰা ৰাৱণৰ লংকা, আৰু কি কি নিৰ্মাণ কৰিছিল বিশ্বকৰ্মাই?

শ্ৰীকৃষ্ণৰ দ্বাৰকাৰ পৰা ৰাৱণৰ লংকা, আৰু কি কি নিৰ্মাণ কৰিছিল বিশ্বকৰ্মাই?

পোষ্ট অফিচৰ RD স্কিমত মাহিলী ৩৫০০ টকা জমা কৰিলে ৬০ মাহৰ পাছত কিমান ৰিটাৰ্ণ পাব?

পোষ্ট অফিচৰ RD স্কিমত মাহিলী ৩৫০০ টকা জমা কৰিলে ৬০ মাহৰ পাছত কিমান ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.