• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেষ আহিছে সূৰ্যলৈ, এই মাহত ভাগ্য উজ্বলিব ৫ ৰাশিৰ, বাকীসকলৰ কি হ’ব?

মেষ আহিছে সূৰ্যলৈ, এই মাহত ভাগ্য উজ্বলিব ৫ ৰাশিৰ, বাকীসকলৰ কি হ’ব?

2 years ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

39 minutes ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

56 minutes ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

2 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

12 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

12 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

13 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

13 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

14 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

14 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

14 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মেষ আহিছে সূৰ্যলৈ, এই মাহত ভাগ্য উজ্বলিব ৫ ৰাশিৰ, বাকীসকলৰ কি হ’ব?

editor by editor
April 13, 2024
in ভাৰত, লেখা
0
মেষ আহিছে সূৰ্যলৈ, এই মাহত ভাগ্য উজ্বলিব ৫ ৰাশিৰ, বাকীসকলৰ কি হ’ব?
0
SHARES
13.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি মেষ সংক্ৰান্তি। ১৩ এপ্ৰিল অর্থাৎ আজি সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিছে। আগন্তুক এমাহ এই ৰাশিতেই বিচৰণ কৰিব সূৰ্য। বৈদিক পঞ্জিকাত এই দিনটো ব’হাগ সংক্ৰান্তি নামেৰে পৰিচিত। এই দিনটোৰ পৰাই সৌৰ বৰ্ষৰ সূচনা। কাৰণ এই দিন ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেষক প্ৰৱেশ কৰিছে আদিত্য়ই।

এতিয়াৰে পৰা সমস্ত ৰাশিত ভ্ৰমণ চক্ৰৰ সূচনা হয়। উল্লেখ্য যে আজি মেষ ৰাশিত প্ৰৱেশৰ পাছতেই সূৰ্যই বৃহস্পতিৰ সৈতে যুঁটি বান্ধিছে। বহাগ সংক্ৰান্তি বা মেষ সংক্ৰান্তিত চ’ত নৱৰাত্ৰি আৰু এনে গ্ৰহ সংযোগে সমস্ত ৰাশিৰ জাতকৰ জীৱনক প্ৰভাৱিত কৰিছে। সূৰ্যৰ ৰাশি পৰিবৰ্তনত মেষৰ পৰা মীন ৰাশিলৈকে সকলোবোৰ জাতক প্ৰভাৱিত হ’ব।

মেষ ৰাশি

এই ৰাশিতেই প্ৰৱেশ কৰিছে সূৰ্যই। এই ৰাশি সূৰ্যৰ উচ্চ ৰাশি। যাৰ ফলত মেষ ৰাশিৰ জাতকৰ বাবে এই সময় অত্য়ন্ত শুভ ফলদায়ী। চৰকাৰী চাকৰিয়াল জাতকে এই সময়ত বিশেষ লাভ অৰ্জন কৰিব। পদোন্নতি সম্ভৱ। উচ্চাধিকাৰী সকলে আপোনাৰ প্ৰশংসা কৰিব। মেষ ৰাশিৰ চাকৰিয়াল জাতকে এই সময়ত ধন লাভ কৰিব পাৰে। আৰ্থিক পৰিস্থিতি মজবুত হ’ব।

বৃষ ৰাশি

বৃষ ৰাশিৰ যি জাতকে বিদেশত কৰ্মৰত হৈ আছে তেওঁলোকে কেৰিয়াৰত সফলতা লাভ কৰিব। বিদেশ যাত্ৰাৰ পৰিকল্পনা কৰিলে বৃষ ৰাশিৰ জাতকৰ লাভ হ’ব। আধ্য়াত্মিক কামত মনোনিৱেশ কৰিব। লগ্নিৰ পৰিকল্পনা কৰিলে এই সময় অত্যন্ত ভাল। চাকৰিয়ালসকলৰ পৰিস্থিতি ভালে থাকিব। ব্য়ৱসায়ত সাফল্য লাভ কৰিব।

মিথুন ৰাশি

মেষ ৰাশিত সূৰ্যৰ প্ৰৱেশে মিথুন ৰাশিৰ জাতকলৈ আৰ্থিক লাভৰ যোগ আনিব। এই ৰাশিৰ জাতকৰ আয়ৰ একাধিক সুযোগ আহিব। ইয়াৰ ফলত মিথুন জাতকৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব। কেৰিয়াৰত উন্নতিৰ পথত বাধা সৃষ্টি কৰিব খোজাসকল নিজেই পৰাস্ত হ’ব। ব্য়ৱসায়ীৰ লাভ অৰ্জনৰ একাধিক সুযোগ আহিব।

কৰ্কট ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰে কৰ্কট ৰাশিৰ জাতকৰ জীৱনলৈ আনন্দ আনিব। কৰ্মক্ষেত্ৰত একাধিক ইতিবাচক পৰিবৰ্তন আহিব। এই ৰাশিৰ চৰকাৰী চাকৰিয়ালে সাফল্য লাভ কৰিব। কোনো ডাঙৰ পদ লাভ কৰিব পাৰে। আয়ৰ নতুন উৎস  মুকলি হ’ব।

সিংহ ৰাশি

সিংহ ৰাশিত জাতকৰ জীৱনত পৰিবৰ্তনে দেখা দিব। সমাজত মান সন্মান বাঢ়িব। আশে-পাশে থকা ব্য়ক্তিৰ পৰামৰ্শই লাভাম্বিত কৰিব এই ৰাশিৰ জাতকক। ধন লাভৰ একাধিক সুযোগ আহিব।

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকে সূৰ্যৰ গোচৰৰ ফলত কেৰিয়াৰত সমস্ত সাফল্য অৰ্জন কৰিব পাৰে। জীৱনৰ সমস্ত চেলেঞ্জ সহজে অতিক্ৰম কৰিব পাৰিব। উৎসাহ আৰু উদ্দীপনাৰ সহায়ত সমস্ত কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰে এই ৰাশিৰ জাতকে। জীৱনসংগীৰ সহযোগীতা লাভ কৰিব। ইয়াৰ ফলত দাম্পত্য জীৱন ভালেৰে কটাব পাৰিব। ভাগ্যৰ সংগ পাব।

তুলা ৰাশি

সূৰ্যৰ গোচৰত তুলা ৰাশিৰ চাকৰিয়াল জাতক উপকৃত হ’ব। ৰাজনীতিৰ সৈতে জড়িত সকলে এই সময়ত সফলতা লাভ কৰিব। ভাগ্যোন্নতি সম্ভৱ। কোনো প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানত অংশ ল’ব পাৰে।

বৃশ্চিক ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰে বৃশ্চিকৰ সাফল্যৰ নতুন দ্বাৰ মুকলি কৰিব। গোপন শত্ৰু শান্ত হ’ব। আইনী বিষয়ত জড়িত থাকিলে জয়লাভ কৰিব। অন্যহাতে এই ৰাশিৰ যি জাতকে চৰকাৰী চাকৰিৰ সন্ধান কৰিছে তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিব। চৰকাৰী চাকৰি লাভৰ শুভ সংবাদ পাব পাৰে বৃশ্চিক ৰাশিৰ জাতকে।

ধনু ৰাশি

ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত হৈ আছে যদি সফলতা লাভ কৰিব। ব্য়ৱসায়ত উন্নতিৰ যোগ। সন্তানৰ বাবে অৱশ্যে দুঃচিন্তা থাকিব। বিবাহিত জাতকৰ সন্তান লাভৰ যোগ আছে। ধনুৰ জাতকে এই মাহত কোনো ৰণনীতি প্ৰস্তুত কৰিব পাৰে।

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকে নানান চেলেঞ্জত মোকাবিলা কৰিব পাৰিব। পৰিয়াল আৰু ব্যক্তিগত জীৱনত মানসিক অৱসাদৰ চিকাৰ হ’ব। এই সময়ত কোনো দুঃসংবাদ পাব পাৰে। এই সময়ত সতৰ্ক থকাটো অত্যন্ত জৰুৰী। নিজৰ কামত মনোনিৱেশ কৰিব।

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকে এই মাহত ব্যৱসায় আৰু চাকৰিত সাফল্যৰ একাধিক সুযোগ পাব। এই সময়ত ডাঙৰ কোনো কনট্ৰেক্ট পাব পাৰে। পৰিয়ালৰ লোকৰ সৈতে কোনো বিবাদ নকৰিব। সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব। ধৰ্মীয় কামৰ প্ৰতি মনোনিৱেশ কৰিব। বিদেশৰ পৰা একাধিক সুযোগ লাভ কৰিব এই ৰাশিৰ জাতকে।

মীন ৰাশি

বহাগত মেষ ৰাশিত সূৰ্যৰ প্ৰৱেশে মীন ৰাশিৰ জাতকক উপকৃত কৰিব। স্বাস্থ্য সংক্ৰান্তিয় সমস্যাই দেখা দিব পাৰে। আকস্মিক ধন লাভৰ যোগ আছে। আৱেগপ্ৰৱণ নহ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ
বাণিজ্য

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
Next Post
লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আজি গৰু বিহু, গৰু বিহুৰ সৈতে সংগতি থকা এইকেইটা পৰম্পৰাৰ বিষয়ে জানেনে?

লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আজি গৰু বিহু, গৰু বিহুৰ সৈতে সংগতি থকা এইকেইটা পৰম্পৰাৰ বিষয়ে জানেনে?

বিহুৰ বতৰতে জানি থওক হেৰাই যাব ধৰা কেইফাঁকি মান বিহুনাম

বিহুৰ বতৰতে জানি থওক হেৰাই যাব ধৰা কেইফাঁকি মান বিহুনাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.