• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

6 months ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

13 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

3 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

4 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

6 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

15 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

16 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

16 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

17 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

editor by editor
March 30, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পিতৃৰ ঘৰলৈ গৈছিল পত্নী৷ তাৰমাজতেই ভয়ংকৰ ঘটনা ঘটালে স্বামীয়ে৷ প্ৰেমিকাক ঘৰলৈ মাতি আনি জীৱন শেষ কৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে৷ ঘটনা ইমানতে শেষ নহয়৷ হত্যাৰ পাছত দেহ টুকুৰা টুকুৰ কৰি তাৰপিছতেই সেয়া ফ্ৰিজত ভৰাই ৰখাৰ অভিযোগ উঠিছে৷ নৃশংস ঘটনাটো ঘটিছে বিশাখাপত্তনমৰ গাজুৱাকা এলেকাত৷ মৃত্যকৰ নাম পলিপল্লি মৌনিকা৷ চিন্তাদা ৰবীন্দ্ৰ নামৰ সেই অভিযুক্ত ব্যক্তি এজন মাৰ্চেণ্ট নেভি অফিচাৰ বুলি জানিব পৰা গৈছে৷ ঘটনাক কেন্দ্ৰ কৰি এতিয়া দেশজুৰি বাঢ়িছে চাঞ্চল্য৷

বিবাহবহিৰ্ভূত সম্পৰ্কত সোমাই পৰিছিল ৰবীন্দ্ৰ৷ ২০২১ চনত এটা ডেটিং এপৰ মাধ্যমেৰে চিনাকি গৈছিল ৰবীন্দ্ৰ আৰু মৌনিকাৰ৷ সময়ৰ লগে লগে ঘনিষ্ঠতা বাঢ়ে৷ প্ৰায়েই একেলগে দুয়ো ফুৰিবলৈকো গৈছিল৷ সূত্ৰৰ খবৰ অনুসৰি দেওবাৰে দুপৰীয়া মৌনিকাক নিজৰ গাজুৱাকাৰ ভাৰাঘৰলৈ মাতি পঠিয়াই ৰবীন্দ্ৰই৷ আৰক্ষী সূত্ৰৰ পৰা জনা গৈছে তাতেই দুয়ো কিছুক্ষণ থকাৰ পাছত দুয়োৰে মাজত তীব্ৰ কাজিয়াৰ সৃষ্টি হয়৷ অভিযোগ যে মৌনিকাই তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰি দিয়াৰ ধমকি দিছিল ৰবীন্দ্ৰক৷ তাৰপিছতেই ভয়ংকৰ পৰিণতি৷ তদন্তকাৰীৰ দাবী, মৌনিকাক শ্বাসৰুদ্ধ কৰিব হত্যা কৰা হৈছে৷

আৰক্ষীৰ দাবী, পূৰ্বৰে পৰাই মৌনিকাক হত্যা কৰাৰ পৰিকল্পনা কৰি আছিল ৰবিন্দ্ৰই৷ তেওঁৰ পত্নী সেইদিনা ঘৰত নথকাৰ সুযোগ বুজি ঘৰলৈ মাতিছিল মৌনিকাক৷ সদ্য সন্তানৰ জন্ম দিয়াৰ পাছৰে পৰাই পিতৃৰ ঘৰতেই আছে ৰবীন্দ্ৰৰ পত্নী৷ অভিযোগ যে সেই সুযোগতেই ঘৰত প্ৰেমিকাক মাতি আনি হত্যাৰ পৰিকল্পনা কৰা হয়৷

আৰক্ষী সূত্ৰই ৰাষ্ট্ৰীয় সংবাদমাধ্যমক জনোৱা অনুসৰি ছুৰি ক্ৰয় কৰিবলৈ দোকানলৈকো গৈছিল ৰবীন্দ্ৰ৷ পাছত অৱশ্যে অনলাইন অৰ্ডাৰ কৰে৷ সেই ছুৰিৰেই মৌনিকাৰ দেহ টুকুৰা টুকুৰ কৰিছে বুলি অভিযোগ৷ দেহ তিনি টুকুৰা কৰি এটা অংশ ৰখা হৈছে ফ্ৰিজত৷ আৰু এটা অংশ বস্তাত ভৰাই বিচনাৰ তলত লুকুৱাই থৈছিল৷ আৰু মূৰ আৰু হাত নিৰ্জন এলেকাত নি পুৰি পেলোৱা হৈছে৷ প্ৰতিবেশীয়ে জনাইছে যে কোনো অস্বাভাৱিক শব্দ তেওঁলোকে শুনা পোৱা নাছিল৷ বাহিৰৰ পৰা সকলো স্বাভাৱিকেই লাগিছিল৷ প্ৰমাণ লুকুওৱাৰ চেষ্টা কৰিলেও পলায় যোৱা নাছিল ৰবীন্দ্ৰ৷ ঘটনাৰ পাছতেই গাজুৱাকা থানালৈ গৈ আত্মসমৰ্পন কৰে৷ নিজেই হত্যা কৰাৰ কথাও স্বীকাৰ কৰে৷ তাৰপিছতেই আৰক্ষীয়ে দেহাংশ উদ্ধাৰ কৰিছে৷ ইতিমধ্যেই সমগ্ৰ ঘটনাক লৈ আৰম্ভ হৈছে তদন্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
Next Post
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.