• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকৰ্মা পূজাৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিব তিনি ৰাশিৰ, সূৰ্যৰ ৰাশি পৰিবৰ্তনত বিদেশ যাত্ৰা কাৰ কাৰ ভাগ্যত?

বিশ্বকৰ্মা পূজাৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিব তিনি ৰাশিৰ, সূৰ্যৰ ৰাশি পৰিবৰ্তনত বিদেশ যাত্ৰা কাৰ কাৰ ভাগ্যত?

3 years ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

4 minutes ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

44 minutes ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

1 hour ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

10 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

11 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

11 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

12 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

13 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

13 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

14 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

15 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বকৰ্মা পূজাৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিব তিনি ৰাশিৰ, সূৰ্যৰ ৰাশি পৰিবৰ্তনত বিদেশ যাত্ৰা কাৰ কাৰ ভাগ্যত?

editor by editor
September 11, 2023
in জীৱনশৈলী, ভাৰত
0
বিশ্বকৰ্মা পূজাৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিব তিনি ৰাশিৰ, সূৰ্যৰ ৰাশি পৰিবৰ্তনত বিদেশ যাত্ৰা কাৰ কাৰ ভাগ্যত?
0
SHARES
54.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰায় এসপ্তাহ পাছতেই কন্যা ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। বুধ আৰু সূৰ্যৰ মাজত বন্ধুত্বুূপূৰ্ণ সম্পৰ্ক আছে। কেৱল সেয়াই নহয়, জ্যোতিষ শাস্ত্ৰমতে সূৰ্য আৰু বুধৰ যুটিক অত্যন্ত শুভ বুলি ধৰা হয়। সেয়ে কন্যা ৰাশিত বুধৰ প্ৰৱেশক গুৰুত্বসহকাৰে লোৱা হয়। উল্লেখ্য যে জ্যোতিষ শাস্ত্ৰত সূৰ্যত মান সন্মান, পিতা, চৰকাৰী চাকৰীৰ কৰক গ্ৰহ বুলি কোৱা হয়। সূৰ্যৰ ৰাশি পৰিবৰ্তনে এই সমস্ত ক্ষেত্ৰক প্ৰভাৱিত কৰে। ১৭ ছেপ্টেম্বৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। এই স্থান সলনিৰ ফলত তিনি ৰাশিৰ জাতকৰ উন্নতি হ’ব। মান-সন্মান বৃদ্ধি পাব। পদোন্নতিৰো যোগ। সূৰ্যৰ ৰাশি পৰিবৰ্তন কোন কোন ৰাশিৰ বাবে শুভ?

কৰ্কট ৰাশি
জ্যোতিষ অনুযায়ী কৰ্কট ৰাশিত সূৰ্যৰ প্ৰৱেশৰ ফলত কৰ্কট ৰাশিৰ জাতকৰ লাভ হ’ব। কাৰণ সূৰ্যই ৰাশিৰ তৃতীয় স্থানত প্ৰৱেশ কৰিব। এই সময়ত আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। বিদেশত ব্যৱসায় কৰি থকা জাতকসকলৰ লাভৰ সম্ভাৱনা। আনহাতে জ্যোতিষ অনুযায়ী সূৰ্য কৰ্কট ৰাশিৰ ধন স্থানৰ অধিপতি। এই সময়ত আকস্মিক ধন লাভৰ সম্ভাৱনা। আপোনাৰ মাজত প্ৰাণশক্তি সঞ্চাৰিত হ’ব। কৰ্কট ৰাশিৰ ব্যৱসায়ীসকলৰ লাভৰ সূচনা হ’ব।

ধনু ৰাশি
ধনু ৰাশিৰ জাতকসকলকো বুধৰ স্থান সলনিয়ে লাভাম্বিত কৰিব। আপোনাৰ কোষ্ঠীৰ দশম স্থানত সূৰ্যই বিচৰণ কৰিব। এই সময়ত পাৰিয়ালত কোনো মাঙ্গলিক অনুষ্ঠান আয়োজিত হ’ব পাৰে। দেশ-বিদেশ যাত্ৰা কৰিব পাৰে। সূৰ্য এই ৰাশিৰ নৱম স্থানৰ অধিপতি। এই সময়ত ইচ্ছাপূৰণ হ’ব পাৰে ধনু ৰাশিৰ জাতকৰ। ইয়াৰোপৰি নতুন কাম আৰম্ভ কৰিব পাৰে। জ্যোতিষ গণনা অনুসৰি এই ৰাশিৰ ব্যৱসায়ীৰ হাতলৈ ধন আহিব।

মীন ৰাশি
সূৰ্যৰ কন্যা ৰাশিত প্ৰৱেশে মীন ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব। এই ৰাশিৰ কোষ্ঠীৰ সপ্তম স্থানত সূৰ্যই স্থান কৰিব। মীন ৰাশিৰ জাতকসকলৰ জীৱন আনন্দৰে ভৰি পৰিব। ইয়াৰোপৰি জীৱনসংগীৰ পৰা সহযোগিত লাভ কৰিব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি মীন ৰাশিৰ যিসকল জাতক এতিয়াও অবিবাহিত তেওঁলোকে বিবাহৰ প্ৰস্তাৱ পাব পাৰে। সূৰ্য মীন ৰাশিৰ ষষ্ঠ স্থানৰ অধিপতি। আইন আদালতৰ মামলাত সাফল্য লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ
জীৱনশৈলী

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

March 30, 2026
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

March 30, 2026
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

March 30, 2026
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
Next Post
ডেৰ বছৰ পাছত স্থান সলনি কৰিব ৰাহুৱে! সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৩ ৰাশিৰ জাতক

ডেৰ বছৰ পাছত স্থান সলনি কৰিব ৰাহুৱে! সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৩ ৰাশিৰ জাতক

দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ প্ৰশ্নত থকাসৰকা মোদী! প্রধানমন্ত্ৰী মোদীৰ চৰিত্ৰত আজিও কিয় ৰাজনীতি নাই?

দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ প্ৰশ্নত থকাসৰকা মোদী! প্রধানমন্ত্ৰী মোদীৰ চৰিত্ৰত আজিও কিয় ৰাজনীতি নাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.