• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ চৈত্ৰ কৃষ্ণা দ্বিতীয়াত বৃদ্ধি যোগ, চৌদিশৰ পৰা উন্নতি হ’ব এই ৫ৰাশিৰ

কাইলৈ চৈত্ৰ কৃষ্ণা দ্বিতীয়াত বৃদ্ধি যোগ, চৌদিশৰ পৰা উন্নতি হ’ব এই ৫ৰাশিৰ

11 months ago
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

2 hours ago
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

3 hours ago
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

4 hours ago
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

5 hours ago
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

6 hours ago
প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

7 hours ago
আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

8 hours ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

1 day ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

1 day ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

1 day ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ চৈত্ৰ কৃষ্ণা দ্বিতীয়াত বৃদ্ধি যোগ, চৌদিশৰ পৰা উন্নতি হ’ব এই ৫ৰাশিৰ

কাইলৈ চৈত্ৰ কৃষ্ণা দ্বিতীয়াত বৃদ্ধি যোগ, চৌদিশৰ পৰা উন্নতি হ’ব এই ৫ৰাশিৰ

editor by editor
March 15, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ
0
কাইলৈ চৈত্ৰ কৃষ্ণা দ্বিতীয়াত বৃদ্ধি যোগ, চৌদিশৰ পৰা উন্নতি হ’ব এই ৫ৰাশিৰ
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৬ মাৰ্চ ২০২৫ দেওবাৰে চন্দ্ৰই কন্যা ৰাশি ত্যাগ কৰি তুলা ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণা দ্বিতীয়া তিথি৷ কাইলৈ বিয়লী ৪বাজি ৫৮ মিনিট পৰ্যন্ত দ্বিতীয়া থাকিব, তাৰপাছতেই আৰম্ভ হব চৈত্ৰ কৃষ্ণা তৃতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বৃদ্ধি যোগ আৰু ধ্ৰুব যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে হস্তা নক্ষত্ৰ আৰু তাৰপাছত চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ ১৬ মাৰ্চ ২০২৫ লাভজনক দিন হব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ বৃদ্ধি যোগৰ প্ৰভাৱত ব্যৱসায়ত কোনো ডাঙৰ চুক্তিত ছহী কৰিব পাৰে৷ আৰ্থিক দিশৰ পৰা কাংখিত সাফল্য লাভ কৰিব৷ কাইলৈ ব্যৱসায়ত ডাঙৰ আৰ্থিক লাভৰ যোগ আছে আৰু নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে আপুনি৷ নতুন চাকৰি লাভৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷

বৃষ ৰাশি

কাইলৈ দেওবাৰে সূৰ্যদেৱৰ আশীৰ্বাদত মনৰ সকলো ইচ্ছা পূৰণ হব বৃষ ৰাশিৰ জাতকৰ৷ বৃদ্ধি যোগৰ প্ৰভাৱত কাইলৈ সকলো কামতেই সৌভাগ্যক নিজৰ কাষত পাব আপুনি৷ ইয়াৰ ফলত কাইলৈ আপোনাৰ সকলো কামেই সহজতে সম্পন্ন হব৷ বিনিয়োগ কৰাৰ বাবে কাইলৈৰ দিনটো শুভ৷

কৰ্কট ৰাশি

ধ্ৰুৱ যোগৰ শুভ প্ৰভাৱত কাইলৈ লাভবান হব কৰ্কট ৰাশিৰ জাতক৷ কাইলৈ বেছ আৰাম আৰু বিলাসিতাৰে দিন কটাব৷ কামৰ সূত্ৰে বিদেশ যাত্ৰা কৰিব পাৰে৷ আপোনাৰ মনত  চলি থকা কথা কাৰো আগত প্ৰকাশ নকৰিব৷ কাইলৈ পুৰণি বিনিয়োগৰ পৰা লাভৱান হব পাৰে৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব কৰ্কট ৰাশিৰ জাতকৰ৷

ধনু ৰাশি

কাইলৈ সিদ্ধি যোগৰ শুভ প্ৰভাৱ লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ কৰ্মক্ষেত্ৰত ডাঙৰ কোনো সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ আপোনাৰ কৰ্মদক্ষতাই সকলোকে মুগ্ধ কৰিব৷ সূৰ্যদেৱৰ আশীৰ্বাদত কাইলৈ নিজৰ সকলো কাম সহজেই সম্পূৰ্ণ কৰিব ধনু ৰাশিৰ জাতকে৷ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভাল ফল পাব৷ প্ৰেম জীৱন মধুৰভাৱে কটাব ধনু ৰাশিৰ জাতকে৷

কুম্ভ ৰাশি

কাইলৈ দিনটো হস্তা নক্ষত্ৰৰ শুভ প্ৰভাৱত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মনত আত্মবিশ্বাস বাঢ়িব৷ সূৰ্যৰ কৃপাত কাইলৈ আয় বহুপৰিমানে বৃদ্ধি পাব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা থাকিলে এইবাৰ দূৰ হব৷ কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ দায়িত্ব আপুনি পাব পাৰে৷ পৰিয়ালৰ সকলোৰে সৈতে কৰোবাত ফুৰিবলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

February 7, 2026
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ
জীৱনশৈলী

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

February 7, 2026
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?
জীৱনশৈলী

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

February 7, 2026
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ
জীৱনশৈলী

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

February 7, 2026
Next Post
হঠাতে অসুস্থ, হাস্পতালত ভৰ্তি এ আৰ ৰহমান

হঠাতে অসুস্থ, হাস্পতালত ভৰ্তি এ আৰ ৰহমান

পুত্ৰ নথকা ঘৰত কন্যাই মাতৃৰ শেষ কৃত্য কৰাৰ বাবেই এঘৰীয়া হ’ল মঙলদৈত

পুত্ৰ নথকা ঘৰত কন্যাই মাতৃৰ শেষ কৃত্য কৰাৰ বাবেই এঘৰীয়া হ'ল মঙলদৈত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.