• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুত্ৰ নথকা ঘৰত কন্যাই মাতৃৰ শেষ কৃত্য কৰাৰ বাবেই এঘৰীয়া হ’ল মঙলদৈত

পুত্ৰ নথকা ঘৰত কন্যাই মাতৃৰ শেষ কৃত্য কৰাৰ বাবেই এঘৰীয়া হ’ল মঙলদৈত

1 year ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

1 hour ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

2 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

3 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

3 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

4 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

5 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

6 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

6 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

7 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

8 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

9 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুত্ৰ নথকা ঘৰত কন্যাই মাতৃৰ শেষ কৃত্য কৰাৰ বাবেই এঘৰীয়া হ’ল মঙলদৈত

editor by editor
March 16, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
পুত্ৰ নথকা ঘৰত কন্যাই মাতৃৰ শেষ কৃত্য কৰাৰ বাবেই এঘৰীয়া হ’ল মঙলদৈত
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুত্ৰ নথকা ঘৰত কন্যাই মাতৃৰ শেষ কৃত্য কৰাৰ বাবেই এঘৰীয়া হ’ল মঙলদৈত

পুনৰ এখন ঘৰক এঘৰীয়া কৰাৰ বাবে চৰ্চাত মঙলদৈ। এইবাৰ পুত্ৰ নথকা ঘৰত কন্যাই জন্মদাত্ৰীৰ শেষ কৃত্য কৰি এঘৰীয়া হ’ল এখন ঘৰ।

মঙলদৈ পুনৰ সংঘটিত হৈছে মানব সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ মঙলদৈৰ হিৰাপাৰাত সংঘটিত হৈছে সমাজক লজ্জানত কৰা ঘটনা।

এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছতেই এঘৰীয়া কৰা হ’ল এটি পৰিয়ালক। পুত্ৰ নথকা ঘৰত মৃতকৰ জীয়ৰীয়ে কৰিছিল মাতৃৰ শেষকৃত্যৰ সকলো কাম। লগতে জীয়ৰীৰ পুত্ৰ তথা মৃতকৰ নাতিয়ে কৰিছিল মুখাগ্নি।

কিন্তু সমাজৰ বাবে সেয়াই হ’ল অপৰাধ। একাংশ ৰাইজৰ মতে নিৰাম নোখোৱা লোকে কাজ কৰ্ম অনুষ্ঠিত কৰিলে উদ্ধাৰ হ’ব নোৱাৰে পৰিয়ালটি।

যাৰ বাবে হিৰাপাৰা গাঁৱৰ ডেকা উপাধীৰ পৰিয়ালটোক এঘৰীয়া কৰিলে গাঁৱৰ ৰাইজে। পৰিয়ালটোৰ মৃতকৰ কোনো কাম কাজতো উপস্থিত নহল গাঁৱৰ কোনো ৰাইজ।

উল্লেখ্য যে, মৃত মহিলাগৰাকীৰ দুই সন্তান , পুত্ৰ আৰু কন্যা আছিল। যদিও পুত্ৰই মাতৃৰ চোৱা চিতা নকৰাৰ বাবে কন্যাই সমস্ত ভৰণ-পোষণৰ লগতে চোৱা চিতা কৰিছিল মাতৃৰ। সেয়ে মনৰ বেজাৰতে পুত্ৰ থাকিয়ো পুত্ৰই একো নকৰা বাবে নিজকে পুত্ৰহীনা বুলি মানি আহিছিল বৃদ্ধাই।

লগতে জীৱনৰ শেষ ইচ্ছা হিচাপে কন্যাক আৰু কন্যাৰ ফালৰ নাতিকেই জীৱনৰ শেষকালৰ সকলো দায়িত্ব অৰ্পন কৰিছিল মাতৃয়ে। মাতৃৰ শেষ ইচ্ছা অনুসৰিয়ে কন্যাই কৰিছিল সকলো কাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assammangaldoiMangaldoi Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026 - Updated on June 29, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
Next Post
মুম্বাই ইণ্ডিয়ানছৰ বিজয়উল্লাসৰ বিপৰীতে ৫বাৰৰ বিশ্বচেম্পিয়ন কেপ্টেইনৰ চকুত চকুপানী, এইবাৰো বিফল

মুম্বাই ইণ্ডিয়ানছৰ বিজয়উল্লাসৰ বিপৰীতে ৫বাৰৰ বিশ্বচেম্পিয়ন কেপ্টেইনৰ চকুত চকুপানী, এইবাৰো বিফল

আজি কৃষ্ণা দ্বিতীয়াত সৰ্বাৰ্থ সিদ্ধি যোগ, ৪ ৰাশিৰ বাবে আজি হঠাৎ আৰ্থিক লাভৰ যোগ

আজি কৃষ্ণা দ্বিতীয়াত সৰ্বাৰ্থ সিদ্ধি যোগ, ৪ ৰাশিৰ বাবে আজি হঠাৎ আৰ্থিক লাভৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.