• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি কৃষ্ণা দ্বিতীয়াত সৰ্বাৰ্থ সিদ্ধি যোগ, ৪ ৰাশিৰ বাবে আজি হঠাৎ আৰ্থিক লাভৰ যোগ

আজি কৃষ্ণা দ্বিতীয়াত সৰ্বাৰ্থ সিদ্ধি যোগ, ৪ ৰাশিৰ বাবে আজি হঠাৎ আৰ্থিক লাভৰ যোগ

1 year ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

26 minutes ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

2 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

2 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

3 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

4 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

5 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

6 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

6 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

7 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

8 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

8 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি কৃষ্ণা দ্বিতীয়াত সৰ্বাৰ্থ সিদ্ধি যোগ, ৪ ৰাশিৰ বাবে আজি হঠাৎ আৰ্থিক লাভৰ যোগ

editor by editor
March 16, 2025
in জীৱনশৈলী, বিনোদন
0
আজি কৃষ্ণা দ্বিতীয়াত সৰ্বাৰ্থ সিদ্ধি যোগ, ৪ ৰাশিৰ বাবে আজি হঠাৎ আৰ্থিক লাভৰ যোগ
0
SHARES
905
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি কৃষ্ণা দ্বিতীয়াত সৰ্বাৰ্থ সিদ্ধি যোগ, ৪ ৰাশিৰ বাবে আজি হঠাৎ আৰ্থিক লাভৰ যোগ

আজি দেওবাৰ, ১৬ মাৰ্চ। কন্যা ৰাশিৰ পৰা আজি চন্দ্ৰই তুলা ৰাশিত প্ৰৱেশ কৰিব। সূৰ্য্য এতিয়া মীন ৰাশিত সংক্ৰমণ হৈ আছে। সিদ্ধান্ত পঞ্জিকা অনুসৰি আজি চ’ত মাহৰ কৃষ্ণ পক্ষৰ দ্বিতীয় দিন। আজি গোটেই দিনটো বৃদ্ধু যোগ আৰু ধ্ৰুৱ যোগৰ প্ৰভাৱ থাকিব।

এই যোগৰ ফলত ৪ ৰাশিৰ আজিৰ দিনটো অতিকে ভাল। আৰ্থিক লাভৰ সুযোগ আহিব ৪ ৰাশিৰ লোকৰ জীৱনলৈ।

মেষ ৰাশি
আজি আপুনি জটিল সমস্যা সমাধান কৰিব পাৰিব। কিন্তু মূৰৰ বিষ, ৰক্তচাপ, স্নায়ুৰ সমস্যাত ভুগিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা বা প্ৰৱেশ পৰীক্ষাৰ ফলাফল আশা কৰা ধৰণে নহ’ব। বৃদ্ধসকলে হয়তো ভাল খবৰ পাব। আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আজি টকা সঞ্চয় কৰিব পাৰিব। কাৰোবাক আৰ্থিকভাৱে সহায় কৰাৰ আগতে বিবেচনা কৰক।

মিথুন ৰাশি
মিথুন ৰাশিৰ লোকৰ বাবে আজি মানসিক অস্থিৰতা হ্ৰাস পাব। আজি কোনো দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। খনন আৰু কৃষি ব্যৱসায় আজি ফলপ্ৰসূ হ’ব। পুৰণি সম্পত্তিৰ পৰা টকা উপাৰ্জনৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে।

মকৰ ৰাশি-
আপোনাৰ বুদ্ধিমান পদক্ষেপেৰে বাধা আৰু বিপদ অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। জিভা, ডিঙি বা দাঁতৰ সমস্যাত ভুগিব পাৰে। আজিৰ দিনত সঞ্চয় সুন্দৰ হ’ব পাৰে। আজি ঔষধ, প্ৰসাধন সামগ্ৰী, ঘৰুৱা সামগ্ৰীৰ ব্যৱসায়ত উন্নতি হ’ব। আজি জুইৰ পৰা বিপদৰ সম্ভাৱনা।

ধনু ৰাশি-
অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। পুৰণি কথাবোৰ ধৰি ৰাখি আৱেগিক হৈ পৰিলে হেৰুৱাব। নতুন ঘৰ কিনাৰ সুযোগ পাব পাৰে। ঠিকাভিত্তিক ব্যৱসায় লাভজনক হ’ব। কোনোবাই আপোনাৰ সুনাম অপ্ৰয়োজনীয়ভাৱে কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyRashi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

July 7, 2026
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব
জীৱনশৈলী

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

July 7, 2026
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ
জীৱনশৈলী

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

July 7, 2026
Next Post
টেলিভিচন জগতৰ আগশাৰীৰ অভিনেত্ৰীক ৰং লগোৱাৰ চলেৰে…,সহ অভিনেতাৰ বিৰুদ্ধে অভিযোগ

টেলিভিচন জগতৰ আগশাৰীৰ অভিনেত্ৰীক ৰং লগোৱাৰ চলেৰে...,সহ অভিনেতাৰ বিৰুদ্ধে অভিযোগ

নাইট ক্লাবত অগ্নিকাণ্ড, ৫১ জন নিহত, শতাধিক আহত

নাইট ক্লাবত অগ্নিকাণ্ড, ৫১ জন নিহত, শতাধিক আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.