• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুম্বাই ইণ্ডিয়ানছৰ বিজয়উল্লাসৰ বিপৰীতে ৫বাৰৰ বিশ্বচেম্পিয়ন কেপ্টেইনৰ চকুত চকুপানী, এইবাৰো বিফল

মুম্বাই ইণ্ডিয়ানছৰ বিজয়উল্লাসৰ বিপৰীতে ৫বাৰৰ বিশ্বচেম্পিয়ন কেপ্টেইনৰ চকুত চকুপানী, এইবাৰো বিফল

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

5 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

5 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

6 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

6 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

7 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

8 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

8 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

8 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

9 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

9 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

10 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মুম্বাই ইণ্ডিয়ানছৰ বিজয়উল্লাসৰ বিপৰীতে ৫বাৰৰ বিশ্বচেম্পিয়ন কেপ্টেইনৰ চকুত চকুপানী, এইবাৰো বিফল

editor by editor
March 16, 2025
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
মুম্বাই ইণ্ডিয়ানছৰ বিজয়উল্লাসৰ বিপৰীতে ৫বাৰৰ বিশ্বচেম্পিয়ন কেপ্টেইনৰ চকুত চকুপানী, এইবাৰো বিফল
0
SHARES
800
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুম্বাই ইণ্ডিয়ানছৰ বিজয়উল্লাসৰ বিপৰীতে ৫বাৰৰ বিশ্বচেম্পিয়ন কেপ্টেইনৰ চকুত চকুপানী, এইবাৰো বিফল

মহিলা আই পি এল খেলৰ ২০২৫ চনৰ চিজনত মুম্বাই ইণ্ডিয়ানছ দলে বিজয় মুকুট পৰিধান কৰে। কালি ১৫ মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা ফাইনেল খেলত দিল্লী কেপিটেলছ দলক পৰাজিত কৰি পদক লাভ কৰে মুম্বাই দলে। ৮ ৰানৰ ব্যৱধানত মুম্বাই দলৰ বিজয় সাব্যস্ত।

২০ অভাৰত মুম্বাই দলে প্ৰথমে বেট ধৰি ৭ উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে। দিল্লী কেপিটেল দলে ১৫০ টাৰ্গেট লৈ খেলপথাৰত নামে। কিন্তু ৯ উইকেট হেৰুৱাই ২০ অভাৰত ১৪১ ৰানতে ইনিংছ সামৰি দলটোৱে পৰাজয় বৰণ কৰে। লগে লগে মুম্বাই দলত বিজয়উল্লাস হয় কিন্তু তাৰ বিপৰীতে দিল্লী দলত শোকে খুন্দা মাৰি ধৰে।

কাৰণ এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ ফাইনেলত উপস্থিত হৈয়ো বিফলতাৰ মুখ দেখিছে দিল্লী দলে। ভাগ্যউ যেন বেয়াকৈ লগ এৰা দিছে দলটোক। মুখ্য প্ৰশিক্ষক জোনাথন বেটিৰ প্ৰশিক্ষণত তিনিবাৰকৈ ফাইনেলত উপনীত হৈয়ো বিজয় হোৱা নাই দলটোৱে।

আনহাতে দিল্লীৰ এনে পৰাজয়ৰ পাছতে ভাঙি পৰিছে কেপ্টেইন মেগ লেনিং (Meg Lanning)। চকুত চকুপানী থকা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টো লেনিঙে প্ৰথমে চকুপানী মচি থকা দেখা গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketiplWomen primer leaguewpl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
আজি কৃষ্ণা দ্বিতীয়াত সৰ্বাৰ্থ সিদ্ধি যোগ, ৪ ৰাশিৰ বাবে আজি হঠাৎ আৰ্থিক লাভৰ যোগ

আজি কৃষ্ণা দ্বিতীয়াত সৰ্বাৰ্থ সিদ্ধি যোগ, ৪ ৰাশিৰ বাবে আজি হঠাৎ আৰ্থিক লাভৰ যোগ

টেলিভিচন জগতৰ আগশাৰীৰ অভিনেত্ৰীক ৰং লগোৱাৰ চলেৰে…,সহ অভিনেতাৰ বিৰুদ্ধে অভিযোগ

টেলিভিচন জগতৰ আগশাৰীৰ অভিনেত্ৰীক ৰং লগোৱাৰ চলেৰে...,সহ অভিনেতাৰ বিৰুদ্ধে অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.