• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণা দ্বাদশীত হৰ্ষণা যোগ, দেওবাৰে সূৰ্যদেৱৰ কৃপা ৫ৰাশিত

কৃষ্ণা দ্বাদশীত হৰ্ষণা যোগ, দেওবাৰে সূৰ্যদেৱৰ কৃপা ৫ৰাশিত

2 years ago
চৰ্চাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ এখন দোকান

চৰ্চাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ এখন দোকান

47 minutes ago
‘ৰামায়ণ’ত অসমৰ শিল্পকলাৰ চমক!

‘ৰামায়ণ’ত অসমৰ শিল্পকলাৰ চমক!

2 hours ago
ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?

ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?

3 hours ago
চোৰাংচোৱাৰ ভয়ংকৰ তথ্য! পুনৰ মুম্বাইৰ ২৬/১১ৰ দৰে আক্ৰমণৰ পৰিকল্পনা?

চোৰাংচোৱাৰ ভয়ংকৰ তথ্য! পুনৰ মুম্বাইৰ ২৬/১১ৰ দৰে আক্ৰমণৰ পৰিকল্পনা?

3 hours ago
ছলমান খানৰ টোপনি হৰণ কৰা হেৰী বক্সাৰক গ্ৰেপ্তাৰ

ছলমান খানৰ টোপনি হৰণ কৰা হেৰী বক্সাৰক গ্ৰেপ্তাৰ

4 hours ago
মহানগৰীত বস্তাৰ ভিতৰত উদ্ধাৰ মৃ*তদেহৰ টুকুৰা-টুকুৰ অংশ

মহানগৰীত বস্তাৰ ভিতৰত উদ্ধাৰ মৃ*তদেহৰ টুকুৰা-টুকুৰ অংশ

5 hours ago
পিতৃৰ কোলাতে প্ৰাণ হেৰুৱালে ২২ বছৰীয়া পুত্ৰই

পিতৃৰ কোলাতে প্ৰাণ হেৰুৱালে ২২ বছৰীয়া পুত্ৰই

5 hours ago
য’ত আৰম্ভ হৈছিল, তাতেই শেষ… অৱসৰৰ বাবে ছামিয়ে কিয় বাছি ল’লে ৬ নৱেম্বৰ?

য’ত আৰম্ভ হৈছিল, তাতেই শেষ… অৱসৰৰ বাবে ছামিয়ে কিয় বাছি ল’লে ৬ নৱেম্বৰ?

6 hours ago
ৰে’লযাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ!

ৰে’লযাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ!

6 hours ago
অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, এজন-দুজন নহয়, ১৯১জন লোকক হত্যা!

অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, এজন-দুজন নহয়, ১৯১জন লোকক হত্যা!

7 hours ago
কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

7 hours ago
এই ৩ ৰাশিৰ আজি লাভেই লাভ!

এই ৩ ৰাশিৰ আজি লাভেই লাভ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কৃষ্ণা দ্বাদশীত হৰ্ষণা যোগ, দেওবাৰে সূৰ্যদেৱৰ কৃপা ৫ৰাশিত

কৃষ্ণা দ্বাদশীত হৰ্ষণা যোগ, দেওবাৰে সূৰ্যদেৱৰ কৃপা ৫ৰাশিত

editor by editor
January 25, 2025
in বিবিধ
0
কৃষ্ণা দ্বাদশীত হৰ্ষণা যোগ, দেওবাৰে সূৰ্যদেৱৰ কৃপা ৫ৰাশিত
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৬ জানুৱাৰী ২০২৫ দেওবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি ত্যাগ কৰি ধনু ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘৰ কৃষ্ণা দ্বাদশী তিথি৷ কাইলৈ নিশা ৮ বাজি ৫৪ মিনিট পৰ্যন্ত দ্বাদশী তিথি থাকিব৷ তাৰপাছতেই মাঘ কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ ব্যাঘাত যোগ আৰু হৰ্ষণা যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে জ্যেষ্ঠা আৰু পাছত মূলা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱত আত্মীয় বা প্ৰতিবেশীৰ পৰা খুব ভাল কোনো খবৰ পাব পাৰে মেষ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মন কাইলৈ আনন্দেৰে ভৰপুৰ থাকিব৷ বিৰোধীয়ে আপোনাক জব্দ কৰাৰ বাবে নানান চক্ৰান্ত ৰচিব পাৰে৷ বিৰোধীৰ এই চেষ্টা আপুনি ব্যৰ্থ কৰি দিব পাৰিব৷ শত্ৰুৱে নিজৰ ভিতৰতেই মানসিক যুজ চলাব৷

কৰ্কট ৰাশি

কাইলৈ কোনো সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ হৰ্ষণা যোগৰ প্ৰভাৱত সমাজত আপোনাৰ জনপ্ৰিয়তা আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ কাইলৈ সূৰ্যদেৱৰ আশীৰ্বাদত আত্মবিশ্বাস তুংগত থাকিব কৰ্কট ৰাশিৰ জাতকৰ৷ জীৱনসংগীৰ সৈতে ভুল বুজাবুজি দূৰ হ’ব৷ সংগীৰ সৈতে কোনো সুন্দৰ স্থানলৈ ফুৰিবলৈ যাব পাৰে৷

সিংহ ৰাশি

সূৰ্যদেৱৰ কৃপাত কাইলৈ ২৬ জানুৱাৰীত সম্পদ বৃদ্ধিৰ যোগ আছে সিংহ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷ মোটা আৰ্থিক লাভৰ সম্ভাৱনা আছে এই ৰাশিৰ জাতকৰ সন্মুখত৷ কোনো পুৰণি অসুখৰ পৰা মুক্তি পাব পাৰে৷ কাইলৈ নিজৰ সন্তানৰ ভৱিষ্যৎ সম্পৰ্কে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷

বৃশ্চিক ৰাশি

দেওবাৰে সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱত যি কামতেই হাত দিব তাতেই সফলতা লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ আপুনি উন্নতি কৰাৰ সুযোগ পাব৷ নিজৰ সকলো কামেই সম্পূৰ্ণ মনোযোগেৰে সম্পন্ন কৰিব৷ কাইলৈ আত্মবিশ্বাসেৰে তুংগত থাকিব আপুনি৷ যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷ আৰ্থিকভাৱেও কাইলৈ উন্নতি কৰিব৷

মীন ৰাশি

সন্তান বিষয়ক কোনো ভাল খবৰ লাভ কৰি মন আনন্দিত হৈ থাকিব মীন ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি নীতি আৰু আদৰ্শবোধেৰে জিলিকি থাকিব৷ ইয়াৰ ফলত প্ৰথমে সমস্যা হ’লেও শেষত জয় লাভ আপোনাৰেই হ’ব৷ কৰোবাত বিনিয়োগ কৰিলে ভাল লাভ কৰিব পাৰে৷ সংগীৰ সৈতেও কাইলৈ ভাল সময় কটাব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰ্চাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ এখন দোকান
বিবিধ

চৰ্চাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ এখন দোকান

November 7, 2026
ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?
জীৱনশৈলী

ৰাশি অনুসৰি দেৱী লক্ষ্মীক কি ফুল আগবঢ়াব?

November 7, 2026
কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?
বিবিধ

কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

November 7, 2026
এই ৩ ৰাশিৰ আজি লাভেই লাভ!
জীৱনশৈলী

এই ৩ ৰাশিৰ আজি লাভেই লাভ!

November 7, 2026
Next Post
৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, ক’ত কেনেকৈ কৰিব বিনিয়োগ?

৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, ক’ত কেনেকৈ কৰিব বিনিয়োগ?

দুয়ো নাৰীয়েই স্বামীক লৈ অতিষ্ঠ! সমলিংগৰ প্ৰতি আকৰ্ষিত নহ’লেও দুই মহিলাই কৰিলে আচৰিত কাম

দুয়ো নাৰীয়েই স্বামীক লৈ অতিষ্ঠ! সমলিংগৰ প্ৰতি আকৰ্ষিত নহ’লেও দুই মহিলাই কৰিলে আচৰিত কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.