• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেওবাৰে নিমখ খোৱা এৰক, আপোনাৰ ওপৰত সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিবলৈ আৰু কি কি কৰিব?

দেওবাৰে নিমখ খোৱা এৰক, আপোনাৰ ওপৰত সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিবলৈ আৰু কি কি কৰিব?

3 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

6 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

6 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

7 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

7 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

8 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

8 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

9 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

10 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

11 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

দেওবাৰে নিমখ খোৱা এৰক, আপোনাৰ ওপৰত সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিবলৈ আৰু কি কি কৰিব?

editor by editor
October 8, 2023
in Uncategorized
0
দেওবাৰে নিমখ খোৱা এৰক, আপোনাৰ ওপৰত সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিবলৈ আৰু কি কি কৰিব?
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষ অনুসৰি সপ্তাহৰ প্ৰতিটো দিনেই কোনোবাজন নহয় কোনোবাজন দেৱতাৰ প্ৰতি উৎসৰ্গিত। সেই হিচাপে সপ্তাহৰ কোন কোন বাৰে কি কি কৰা উচিত বা সপ্তাহৰ কোন দিনা কি কাম কৰা অনুচিত সেই বিষয়টোক লৈ নিৰ্দিষ্ট কিছু নিয়ম জ্যোতিষ শাস্ত্ৰত আছে। আজি দেওবাৰ। দেওবাৰে কি কি কৰা উচিত, কি কি কৰা অনুচিত সেই বিষয়ে জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে।

জ্যোতিষ শাস্ত্ৰ অনুসৰি যিসকল ব্যক্তিয়ে সূৰ্যদেৱতাৰ আশীৰ্বাদ লাভ কৰে তেওঁলোকৰ জীৱনত প্ৰচুৰ উন্নতি হয়। জ্যোতিষ অনুসৰি দেওবাৰ হৈছে সূৰ্যৰ দিন। এই দিনটোত কেইবাটাও বিশেষ কাম কৰিলে সূৰ্যৰ কৃপাদৃষ্টি লাভ কৰিব পাৰিব। দেওবাৰে যদি এই কামসমূহ কৰে তেন্তে আপোনাৰ ওপৰত ৰুষ্ট হ’ব সৌৰজগতৰ ৰজা সূৰ্য। সূৰ্যৰ ৰোষত পৰিলে জীৱনত নানান সমস্যাাই দেখা দিব পাকে। দেওবাৰে এই বিশেষ ৪টা কাম নকৰিব।

দেওবাৰে নিমখ নাখাব জ্যোতিষ সকলৰ মতে দেওবাৰে নিমখ খোৱাটো অনুচিত। কিন্তু কিয় দেওবাৰে নিমখ খাব নালাগে? জ্যোতিষ শাস্ত্ৰ অনুসৰি দেওবাৰে নিমখ খালে স্বাস্থ্যৰ ওপৰত বিৰুপ প্ৰভাৱ পৰে। ইয়াৰোপৰি নিমখৰ অশুভ প্ৰভাৱে সকলো কামতে বাধাৰো সৃষ্টি কৰে। দেওবাৰে সুৰ্যাস্তৰ আগতেই নিশাৰ খাদ্যগ্ৰহণ কৰা বাচনসমূহ ধুই থব লাগে। অন্যথা আপুনি ব্যৰ্থতাৰ সন্মুখীন হ’ব।

দেওবাৰে মদ মাংস আদি খাব নালাগে দেওবাৰ ছুটিৰ দিন বুলি বহুতেই দুুপৰীয়াৰ আহাৰত মাছ মাংসৰ আয়োজন কৰে। বন্ধুসকলৰ সৈতেও দেওবাৰৰ দিনটোত বহুতে মদ্যপান কৰে। কিন্তু দেওবাৰে এই দুটা কামেই অশুভ বুলি জনাইছে জ্যোতিষশাস্ত্ৰবিদসকলে। এইসমূহ নিয়ম নামানিলে সূৰ্য দুৰ্বল হয় লগতে নিগেটিভ এনাৰ্জিয়ে বিস্তাৰ সাধন কৰে। ইয়াৰ ফলত সূৰ্যৰ অশুভ প্ৰভাৱত সম্পদ আৰু সম্পত্তিৰ ক্ষতি হয়। নানান অসুখেও গা কৰি উঠে।

দেওবাৰে এইকেইটা ৰঙৰ পোছাক পৰিধান নকৰিব দেওবাৰে নীলা আৰু বাদামী ৰঙৰ পোছাক পৰিধান কৰাটো অশুভ। দেওবাৰে চুলি কটোৱাও অনুচিত বুলি জ্যোতিষ শাস্ত্ৰই দাবী কৰে।

দেওবাৰে এই সামগ্ৰীসমূহ বিক্ৰি নকৰিব জ্যোতিষবিদৰ পৰামৰ্শ অনুসৰি দেওবাৰে তামৰ কোনো সামগ্ৰীয়ে বিক্ৰি কৰিব নালাগে। ইয়াৰোপৰি সূৰ্যৰ সৈতে সম্পৰ্কিত কোনো সামগ্ৰী ভুলতো দেওবাৰে বিক্ৰি নকৰিব। দেওবাৰে উত্তৰ পশ্চিম বা উত্তৰ পূব দিশত যাত্ৰা কৰাটোও অনুচিত। দেওবাৰে ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে ঘি সেৱন কৰিহে ওলাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
ইহুদিৰ উৎসৱৰ দিনাই আক্ৰমণ! কিয় অক্টোবৰ মাহটোৱেই আক্ৰমণৰ বাবে বাচি লৈছে হামাছে?

ইহুদিৰ উৎসৱৰ দিনাই আক্ৰমণ! কিয় অক্টোবৰ মাহটোৱেই আক্ৰমণৰ বাবে বাচি লৈছে হামাছে?

আৰম্ভ বুধাদিত্য যোগ! এই সপ্তাহত প্ৰেমৰ পৰা অৰ্থলৈ সকলোদিশতে সমৃদ্ধ হৈ থাকি এই ৫ৰাশি

আৰম্ভ বুধাদিত্য যোগ! এই সপ্তাহত প্ৰেমৰ পৰা অৰ্থলৈ সকলোদিশতে সমৃদ্ধ হৈ থাকি এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.