• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইহুদিৰ উৎসৱৰ দিনাই আক্ৰমণ! কিয় অক্টোবৰ মাহটোৱেই আক্ৰমণৰ বাবে বাচি লৈছে হামাছে?

ইহুদিৰ উৎসৱৰ দিনাই আক্ৰমণ! কিয় অক্টোবৰ মাহটোৱেই আক্ৰমণৰ বাবে বাচি লৈছে হামাছে?

3 years ago
হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

22 minutes ago
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

1 hour ago
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

2 hours ago
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

2 hours ago
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

3 hours ago
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

4 hours ago
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

5 hours ago
মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

6 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

6 hours ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

18 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

19 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইহুদিৰ উৎসৱৰ দিনাই আক্ৰমণ! কিয় অক্টোবৰ মাহটোৱেই আক্ৰমণৰ বাবে বাচি লৈছে হামাছে?

editor by editor
October 9, 2023
in বিবিধ, বিশ্ব, লেখা
0
ইহুদিৰ উৎসৱৰ দিনাই আক্ৰমণ! কিয় অক্টোবৰ মাহটোৱেই আক্ৰমণৰ বাবে বাচি লৈছে হামাছে?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হামাছৰ আক্ৰমণত ৰক্তাক্ত ইজৰাইল। ২০ মিনিটৰ ভিতৰত ৫হাজাৰ ৰকেটেৰে হামাছে কৰা আক্ৰমণৰ প্ৰত্তুত্ত্যৰ দিছে ইহুদি সেনাই। ইয়াৰ পূৰ্বেও অক্টোবৰ মাহতেই একাধিক আত্মঘাতী আক্ৰমণ চলাইছে পেলেষ্টাইনৰ এই সন্ত্ৰাসবাদী সংগঠনটোৱে। প্ৰত্যেকবাৰ আক্ৰমণৰ বাবে হামাছে অক্টোবৰ মাহটোৱেই কিয় বাচি লয়? যুদ্ধৰ মাজতেই ভাইৰেল হৈছে হামাছে অক্টোবৰ মাহটোক আক্ৰমণৰ বাবে বাচি লোৱাৰ প্ৰকৃত কাৰণ। শনিবাৰে হামাছে কৰা আক্ৰমণৰ নেপথ্যৰ সম্পূৰ্ণ তথ্য ফাদিল কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে। ইয়াৰ আঁৰত আছে ‘ছিমচাট তোৰাহ’ আৰু ‘ইয়োম কিপপুৰ’। অৰ্থাৎ স্বাভাৱিকভাৱেই ৫০ বছৰ পুৰণি আৰৱ-ইজৰাইলৰ যুদ্ধৰ প্ৰসংগও ইয়াৰ সৈতে জড়িত হৈ আছে।

‘ছিমচাট তোৰাহ কি?
প্ৰতি বছৰে অক্টোবৰ মাহত ছিমচাট তোৰাহ পালন কৰে ইজৰাইলী বাসিন্দাই। ইহুদিসকলৰ পবিত্ৰ উৎসৱসমূহৰ মাজত এই উৎসৱো অন্যতম। শনিবাৰে আছিল সেই বিশেষ দিনটো। ফলত গাজা ষ্ট্ৰিপৰ সৈতে লাগি থকা এলেকাত মিউজিক ফেষ্টিভেলৰো আয়োজন কৰা হৈছিল। তাতেই গোট খাইছিল বহুসংখ্যক ইহুদি আৰু বিদেশী পৰ্যটকো। সেই ফেষ্টিভেলস্থলীতেই ‘অপাৰেছন আল-আক্সা ফ্লাড’ আৰম্ভ কৰিছিল হামাছে।

বিশেষজ্ঞসকলৰ দাবী যে, সেই দিনটোকেই বিশেষভাৱে বাছি লৈছিল জঙ্গিসকলে। উৎসৱৰ বাবেই সকলো ব্যস্ত হৈ থকাত সেই সময়েই উত্তম সময় বুলি ধৰি লৈ আক্ৰমণ চলাইছিল হামাছবাহিনীয়ে। ফলত ইহুদী ভূমিত জলপথ, স্থলপথ আৰু আকাশীপথেৰে অনুপ্ৰৱেশ কৰে হামাছে। মিউজিক ফেষ্টিভেলত সোমাই নিৰ্বিচাৰ গুলীচালনা কৰে হামাছবাহিনীয়ে। মিউজিক ফেষ্টিভেলৰ ভিতৰতেই ২৫০ জন নিৰীহক গুলীয়াই হত্যা কৰে হামাছবাহিনীয়ে। সেই স্থানৰ পৰাই মহিলাকো পণবন্দী কৰাৰ ওপৰিও মিউজিক ফেষ্টিভেলত ভাগ ল’বলৈ অহা এগৰাকী জাৰ্মাণ মহিলাক হত্যা কৰি মৃতদেহ অৰ্ধউলংগ কৰি বাহনত উঠাই লৈ ফুৰাৰ ভিডিঅ’ এক্স হেণ্ডেলত খুবেই ভাইৰেল হৈ পৰিছে।

‘ইয়োম কিপপু’ৰ যুদ্ধ

দ্বিতীয় কাৰণ হিচাপে বিশেষজ্ঞই ‘ইয়োম কিপপুৰ’ৰ কথাও প্ৰকাশ কৰিছে। ১৯৭৩ চনৰ ৬ অক্টোবৰ তাৰিখটো আছিল ইহুদিসকলৰ পবিত্ৰ দিন ইয়োম কিপপুৰ। কিন্তু সেই দিনটোতেই আৰৱৰ কেইবাখনো দেখে মিলি ইজৰাইলৰ ওপৰত আক্ৰমণ চলায়। দুই পক্ষৰ মাজত আৰম্ভ হয় ভয়ংকৰ এক যুদ্ধৰ। সেই যুদ্ধত দুইপক্ষৰেই প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হৈছিল। মাত্ৰ ২ সপ্তাহতেই ইজৰাইলে এই যুদ্ধ শেষ কৰি দিছিল। ইজৰাইলেই সেই যুদ্ধত জয়ী হয়। কেৱল সেয়াই নহয় গোলান হাইটছ, ছিনাইসহ আৰৱৰ একাধিক স্থান দখল কৰি লৈছিল ইহুদি সেনাই। যুদ্ধ চলি থকাৰ সময়ত সেইবাৰ ইজৰাইলক সমৰ্থন কৰা সকলো দেশকে আৰৱৰ দেশসমূহে ধমকি দিছিল। পশ্চিমীয়া দেশসমূহে তেল সৰবৰাহ বন্ধ কৰাৰ বাবে ধমকি দিছিল। কিন্তু সেই ধমকি কামত নাহিল। কোনো দেশৰ সহায় নোলোৱাকৈয়ে ইজৰাইলে সেই যুদ্ধৰ অন্ত পেলায়। সেই পৰাজয়ক সহজভাৱে আজিও স্বীকাৰ কৰি ল’ব নোখোজে হামাছবাহিনীয়ে। সেয়ে সেই কটা ঘাত প্ৰলেপ লগাবলৈকে এইবাৰ আকৌ আক্ৰমণ চলাইছে হামাছে। সেয়ে শনিবাৰে গাজা ষ্ট্ৰীপ এলেকাত ২০ মিনিটৰ ভিতৰত ৫হাজাৰ ৰকেটেৰে আক্ৰমণ চলায়। হামাছৰ এই আক্ৰমণৰ প্ৰত্তুত্ত্যৰ দিবলৈকে এইবাৰ ইজৰাইলেও এখন পূৰ্ণকালীন যুদ্ধৰ আৰম্ভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ
বিনোদন

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

July 31, 2026
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’
অসম

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

July 31, 2026
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?
জীৱনশৈলী

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

July 31, 2026
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?
ভাৰত

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

July 31, 2026
Next Post
আৰম্ভ বুধাদিত্য যোগ! এই সপ্তাহত প্ৰেমৰ পৰা অৰ্থলৈ সকলোদিশতে সমৃদ্ধ হৈ থাকি এই ৫ৰাশি

আৰম্ভ বুধাদিত্য যোগ! এই সপ্তাহত প্ৰেমৰ পৰা অৰ্থলৈ সকলোদিশতে সমৃদ্ধ হৈ থাকি এই ৫ৰাশি

৩০ বছৰ পাছত দুৰ্গাপূজাত তিনিটা দুৰ্লভ ৰাজযোগ! দেৱীৰ কৃপাত ৫ৰাশিৰ হাতলৈ আহিব ধন

৩০ বছৰ পাছত দুৰ্গাপূজাত তিনিটা দুৰ্লভ ৰাজযোগ! দেৱীৰ কৃপাত ৫ৰাশিৰ হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.