• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত আৱদ্ধ হৈ থকা সুনীতাৰ স্বাস্থ্যৰ অৱনতি, ফটো দেখি চিন্তাত NASAৰ বৈজ্ঞানিক

1 year ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

14 minutes ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

52 minutes ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

1 hour ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

2 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

3 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

20 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

21 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

22 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

23 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

মহাকাশত আৱদ্ধ হৈ থকা সুনীতাৰ স্বাস্থ্যৰ অৱনতি, ফটো দেখি চিন্তাত NASAৰ বৈজ্ঞানিক

editor by editor
November 7, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
মহাকাশত আৱদ্ধ হৈ থকা সুনীতাৰ স্বাস্থ্যৰ অৱনতি, ফটো দেখি চিন্তাত NASAৰ বৈজ্ঞানিক
0
SHARES
577
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকাশত আৱদ্ধ হৈ থকা সুনীতাৰ স্বাস্থ্যৰ অৱনতি, ফটো দেখি চিন্তাত NASAৰ বৈজ্ঞানিক

৮ দিনৰ বাবে গৈছিল মহাকাশলৈ, পাছে যান্ত্ৰিক বিজুতীৰ বাবে সহযোগী বাটছ উইলম’ৰ(Butch’ Wilmore)ৰ সৈতে বিগত ৬ মাহ ধৰি মহাকাশত আৱদ্ধ হৈ আছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়মছ (Sunita Williams)। নাছা (NASA)ই বহু চেষ্টা কৰিয়ো দুয়োগৰাকী মহাকাশচাৰীক পৃথিৱীলৈ উভতাই আনিবলৈ সক্ষম হোৱা নাই।

৬ টা মাহ ধৰি মহাকাষত থকাৰ পাছত এতিয়া শংকিত হৈ পৰিছে নাছাৰ বৈজ্ঞানিক সকল। কিয়নো সদ্যহতে সুনীতা উইলিয়ামছৰ ফটোত দেখা গৈছে পাৰ্থক্য। পূৰ্বতকৈ বহু ক্ষীণাইছে মহাকাশচাৰীগৰাকী। কেৱল ওজন হ্ৰাসেই নহয়, স্বাস্থ্যৰ জনিত বিভিন্ন সমস্যাইয়ো দেখা দিছে সুনীতা উইলিমছৰ শৰীৰত।

১৫৩ দিন ধৰি মহাকাশত আৱদ্ধ হৈ থকা কেৱল ৫৯ বৰ্ষীয় সুনীতাৰেই নহয়, ৬১ বৰ্ষীয় বাটছ উইলমোৰৰো ওজন পূৰ্বৰ তুলনাত বহু হ্ৰাস পাইছে। দুয়োগৰাকীৰে মুখমণ্ডৰৰো মাংস বহু কমী গৈছে। যি প্ৰকাশিত ফটোত স্পষ্ট ৰূপত দেখা গৈছে। কেৱল পেকেড পীজ্জা আৰু চিপছ খাই থকা দেখা গৈছে দুয়োগৰাকীকে।

যাৰ ফলত এতিয়া দুয়োৰে প্ৰাণৰ সংসয়ে দেখা দিছে দুয়োৰে ক্ষেত্ৰত। কিয়নো প্ৰয়োজন অনুসাৰে খাদ্য লাভ কৰা নাই দুয়োগৰাকীয়ে। তাৰ বিপৰীতে যিখিনি খাদ্য গ্ৰহণ কৰিছে তাৰ তুলনাত দুগু কেলৰী ক্ষয় হৈ আছে। পৰ্যাপ্ত খাদ্যৰো ক্ৰমে নাটনি হৈ আহিছে দুয়োৰে।

যিহেতু এতিয়ালৈকে দুয়োকে উভতাই অনাৰ বাবে কোনো সঠিক পৰিকল্পনা কৰিব পৰা নাই নাছাই, সেয়ে ভৱিষ্যতৰ কথা ভাবি খাদ্য কমকৈ গ্ৰহণ কৰি ভৱিষ্যতৰ বাবে সঞ্চয় কৰি গৈছে দুয়ো। য়াৰ বাবেই স্বাস্থ্যৰ অৱনতি দেখা দিছে সুনীতা আৰু বাটছৰ শৰীৰত। এতিয়া কেৱল অপেক্ষা সুকলমে কেতিয়ালৈ উভতি আহিব পাৰে দুয়োগৰাকী মহাকাশচাৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Butch WilmoreNASA NASA ScientistspaceSunita Wiiliams
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
Next Post
শুক্ৰ গ্ৰহৰ গতি সলনি কৰাৰ ফলত আজিৰে পৰা ভাগ্য উদয় ৩ ৰাশিৰ

দিল্লীৰ দ্বিতীয় নিৰ্ভয়া কাণ্ডৰ ক্ষীপ্ৰ তদন্তত ৩ পাষণ্ড ভিক্ষাৰী, অটো চালক, টিন লোহা বেপাৰী আটক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন