• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ দ্বিতীয় নিৰ্ভয়া কাণ্ডৰ ক্ষীপ্ৰ তদন্তত ৩ পাষণ্ড ভিক্ষাৰী, অটো চালক, টিন লোহা বেপাৰী আটক

দিল্লীৰ দ্বিতীয় নিৰ্ভয়া কাণ্ডৰ ক্ষীপ্ৰ তদন্তত ৩ পাষণ্ড ভিক্ষাৰী, অটো চালক, টিন লোহা বেপাৰী আটক

2 years ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

55 minutes ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

2 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

3 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

3 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

13 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

13 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

14 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

14 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

14 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

15 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দিল্লীৰ দ্বিতীয় নিৰ্ভয়া কাণ্ডৰ ক্ষীপ্ৰ তদন্তত ৩ পাষণ্ড ভিক্ষাৰী, অটো চালক, টিন লোহা বেপাৰী আটক

editor by editor
November 7, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
দিল্লীৰ দ্বিতীয় নিৰ্ভয়া কাণ্ডৰ ক্ষীপ্ৰ তদন্তত ৩ পাষণ্ড ভিক্ষাৰী, অটো চালক, টিন লোহা বেপাৰী আটক
0
SHARES
456
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ দ্বিতীয় নিৰ্ভয়া কাণ্ডৰ ক্ষীপ্ৰ তদন্তত ৩ পাষণ্ড ভিক্ষাৰী, অটো চালক, টিন লোহা বেপাৰী আটক

ৰাজধানী দিল্লীত সংঘটিত হোৱা আন এক নিৰ্ভয়া কাণ্ডৰ বিষয়ে আৰক্ষীয়ে জনাৰ পাছতে ক্ষীপ্ৰ তদন্ত কৰি ৩ অপৰাধীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা তিনি অপৰাধী ক্ৰমে ভিক্ষাৰী, অটো চালক, টিন লোহা বেপাৰী। বৰ্তমানে তিনিওকে আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে।

দিল্লীৰ চৰাই কালে খানত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা তিনি অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সেই অপৰাধৰেই এজন অভিযুক্ত টিল লোহা বেপাৰী হিচাপে কাম কৰে। দ্বিতীয়জনে ভিক্ষা কৰে আৰু তৃতীয় অভিযুক্তই অটো চলায়।

আৰক্ষীৰ সোধপোচত মদ্যপান কৰি এই অপৰাধ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে অভিযুক্তই। ভিক্ষা কৰা অভিযুক্তৰ নাম হৈছে ছমাছুল, যাৰ ভৰি দুয়োখন বেয়া।

সোধপোচত ওলাই পৰিছে সকোল ঘটনা। টিন-লোহা বেপাৰী প্ৰমোদে প্ৰথমে ধৰ্ষণ কৰিছিল পীড়িতাক। সেই সময়ত অভিযুক্তই মদ্যপান কৰি আছিল। এই কাণ্ডত ভিক্ষাৰী ছামছুলে সহায় কৰি দিছিল টিন-লোহা বেপাৰী প্ৰমোদক। পাছত ছামছুলে ধৰ্ষণ কৰিছিল পীড়িতাক।

https://x.com/hussainjaved81/status/1854437780090171432

পাছত পীড়িতাক সেই স্থানতে এৰি পলায়ন কৰিছিল দুয়ো পাষণ্ডই। পীড়িতাক সেই স্থানত পাছত উদ্ধাৰ কৰিছিল অটো চালক প্ৰভু মাহাতো। কিন্তু সহায় কৰাৰ সলনি প্ৰভু মাহাতোই অটোত উঠাই নি ধৰ্ষিতাকেই আকৌ ধৰ্ষণ কৰিছিল। কিন্তু সিমানতো ক্ষান্ত নাথাকিল প্ৰভু।

ইয়াৰ পিছত আন ঠাইলৈ লৈ যায় পীড়িতাক। তাতো প্ৰভু মাহাতোই বৰ্বৰতা সংঘটিত কৰি পীড়িতাক ৰাস্তাত পেলাই পলাই যায়। আৰক্ষীত সোধপোচত এই সমস্ত কথা স্বীকাৰ কৰিছে তিনিও পাষণ্ডই।

ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে আৰক্ষীয়ে ৰিং ৰোডত প্ৰায় ১৫০টা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিছিল। ইয়াৰ উপৰিও ১৫০খন অটো পৰীক্ষা কৰা হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰাত সফল হয়। সম্প্ৰতি অভিযুক্ত প্ৰভু মহতো, মহম্মদ ছামশুল আৰু প্ৰমোদক জেৰা অব্যাহত আছে।

জানিব পৰা মতে বিগত ১০-১১ অক্টোবৰৰ নিশা তিনিওজন অভিযুক্তই নৃশংসভাৱে নিৰ্যাতন চলাইছিল। পুৱা ৩:১৫ বজাত এই সন্দৰ্ভত প্ৰথম ফোন লাভ কৰিছিল আৰক্ষীয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল পীড়িতাক। উদ্ধাৰৰ সময়ত ৰক্তাক্ত অৱস্থাত আছিল ভুক্তভোগী কিশোৰী।

প্ৰথম দৃষ্টিত দিল্লী আৰক্ষীয়ে ভাৱিছিল কিশোৰীক কোনো লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। পাছত হাস্পতালত ভৰ্তি কৰোৱাত চিকিৎসকে সদৰি কৰিছিল দলবদ্ধ ধৰ্ষণৰ ঘটনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhi policeDelhi Rape CaseNirvaya CasePolice Custodyrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
Next Post
টক্সিক পাণ্ডাৰ পৰা সাৱধান! মোবাইলৰ জৰিয়তে খালী কৰি দিব একাউণ্ট, কি এই টক্সিক পাণ্ডা

টক্সিক পাণ্ডাৰ পৰা সাৱধান! মোবাইলৰ জৰিয়তে খালী কৰি দিব একাউণ্ট, কি এই টক্সিক পাণ্ডা

এই ৫ টা মূৰ্তি ঘৰত বা ব্যৱসায়ীক প্ৰতিষ্ঠানত ৰাখক, টকাৰ অভাৱ কেতিয়াও নহয়

এই ৫ টা মূৰ্তি ঘৰত বা ব্যৱসায়ীক প্ৰতিষ্ঠানত ৰাখক, টকাৰ অভাৱ কেতিয়াও নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.