• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছানীৰ ওপজা দিন! ৪৩ বছৰ গৰকা ছানীৰ ৪৩ টা অজানা কথা জানি থওক আপুনিও

ছানীৰ ওপজা দিন! ৪৩ বছৰ গৰকা ছানীৰ ৪৩ টা অজানা কথা জানি থওক আপুনিও

2 years ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

23 minutes ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

46 minutes ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

1 hour ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

2 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

2 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছানীৰ ওপজা দিন! ৪৩ বছৰ গৰকা ছানীৰ ৪৩ টা অজানা কথা জানি থওক আপুনিও

ছানীৰ ওপজা দিন! ৪৩ বছৰ গৰকা ছানীৰ ৪৩ টা অজানা কথা জানি থওক আপুনিও

editor by editor
May 13, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ছানীৰ ওপজা দিন! ৪৩ বছৰ গৰকা ছানীৰ ৪৩ টা অজানা কথা জানি থওক আপুনিও
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীৰ আজি ওপজা দিন৷ ছানী আজিও বহু লোকৰ হৃদয়ৰ ৰাণী৷ ছানীৰ সুন্দৰ চেহেৰাই আজিও আকৰ্ষিত কৰে বহুজনক৷ বি-গ্ৰেড ছবিৰ পৰা ছানীৰ বলীউড যাত্ৰা কিন্তু বৰ এটা সহজ নাছিল৷ ২০১২ চনত ছানীয়ে ভৰি দিছিল বলীউডত৷ তাৰপিছতেই ছানিৰ পৰিচয় হৈ পৰিল বলীউড অভিনেত্ৰী৷ বলীউডৰ বহুকেইখন হীট ছবিত অভিনয় কৰিছে ছানীয়ে৷

ওপজা দিনতেই জানি থওক ছানী কিমান সম্পত্তিৰ মালিক?

২০১২ চনত ছানী লিয়নীয়ে পূজা ভাট্টৰ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল৷ এই ছবিখনৰ পাছতেই ছানিৰ জনপ্ৰিয়তা বলীউডত বৃদ্ধি পালে৷ পূজা ভাট্টৰ ছবিৰ পাছতেই ছানীয়ে জেকপট, ৰাগিনী এম এম এছ-২, এক পেহলি লীলা, ৱান নাইট ষ্টেণ্ড আৰু তেৰা ইন্তিজাৰত অভিনয় কৰিছে৷ ইয়াৰ ওপৰি ছানী লিয়নীয়ে বহুতো ছবিত আইটেম ছংত নৃত্য কৰিও চিনেমাপ্ৰেমীৰ মন জয় কৰিছে৷

বলীউডত প্ৰৱেশ কৰাৰ আগৰ জীৱনটোৰ কথা মুকলিকৈ আলোচনা নহ’লেও ছানী সকলোৰে চিনাকী চৰিত্ৰ৷ শেহতীয়াকৈ ছানীৰ সম্পত্তিক লৈ এক ৰিপৰ্ট প্ৰকাশ পাইছে৷ সেই ৰিপৰ্ট অনুসৰি  ছানী বৰ্তমান প্ৰায় কেইবাকোটিও৷ মুম্বাইৰ বিলাসী এলেকাত আছে ছানীৰ ১৬ কোটি টকাৰ এটা ফ্লেট৷ ছানীয়ে অভিনয়, মডেলিং কৰাৰ ওপৰিও নিজাকৈ ব্যৱসায়ো চলাই আছে৷ ষ্টাৰ ষ্ট্ৰাইক নামৰ এটা প্ৰসাধনৰ ব্ৰেণ্ড আছে ছানীৰ৷ ইয়াৰোপৰি ছানীৰ আছে এটা কাপোৰৰ ব্ৰেণ্ডো৷

বিলাসী গাড়ীৰ চখ

বিলাসী বাহন সংগ্ৰহটো ছানীৰ বিশেষ চখ আছে৷ ছানীৰ গেৰেজত আছে মাৰ্ছিডিছ, অডি এ৫, বিএমডব্লিউ৭ চিৰিজ ৭৪০ লি, মাৰ্চিডিছ জি এল এ ৩৫০ ডি আৰু মাচেৰটি কোৱাট্ৰাপোৰ্ট৷ এই বিলাসী জীৱন কটোৱা ছানীয়ে কিন্তু এসময়ত টকাৰ বাবে বেকাৰীতো কাম কৰিছিল৷ কিন্তু জীৱনে সুযোগ দিলে ছানী হৈ পৰিল বিশ্বৰ চিনাকি চৰিত্ৰ৷ ২০১১ চনত ছানীয়ে প্ৰেমিক ডেনিয়েলৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ ডেনিয়েলক বিয়া কৰোৱাৰ পাছতেই তেওঁ তিনিটা সন্তান তুলি লৈছে এই শিশুকেইটাক লৈ ছানীয়ে এখন সুখৰ সংসাৰ চলাই আছে৷ ছানীৰ সংসাৰখনক আজি বহুতেই প্রশংসাও কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?
জীৱনশৈলী

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

March 10, 2026
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 10, 2026
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত
জীৱনশৈলী

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

March 10, 2026
Next Post
মাজে মাজে চাই থাকক! যিকোনো মুহূৰ্ততে একাউণ্টত সোমাব ধন

মাজে মাজে চাই থাকক! যিকোনো মুহূৰ্ততে একাউণ্টত সোমাব ধন

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.