• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শলঠেকত বাবা ৰামদেৱ, উপস্থিত হোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ত

শলঠেকত বাবা ৰামদেৱ, উপস্থিত হোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ত

2 years ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

11 minutes ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

2 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

2 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

3 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

3 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

4 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

5 hours ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

7 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

7 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

7 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

8 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শলঠেকত বাবা ৰামদেৱ, উপস্থিত হোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ত

editor by editor
March 19, 2024
in ভাৰত
0
শলঠেকত বাবা ৰামদেৱ, উপস্থিত হোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ত
0
SHARES
72
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শলঠেকত বাবা ৰামদেৱ, উপস্থিত হোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ত

আয়ুৰ্বেদিক কোম্পানী পতঞ্জলিৰ প্ৰতিষ্ঠাতা যোগ গুৰু বাবা ৰামদেৱ শলঠেকত পৰিছে। উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিয়ে, অনতি পলমে উপস্থিত হ’ব লাগিব ন্যায়ালয়ত। লগতে কোম্পানীটোৰ প্ৰৱন্ধ নিৰ্দেশক আচাৰ্য বালকৃষ্ণকো একে নিৰ্দেশনা।

জনতাক ভ্ৰমিত কৰা বিজ্ঞাপন দিয়া বুলি ন্যায়ালয়ত উপস্থিত হোৱাৰ বাবে নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। বেমাৰৰ ক্ষেত্ৰতে ভ্ৰমিত কৰা ঔষধৰ বিজ্ঞাপন দিয়াৰ অভিযোগ পতঞ্জলিৰ বিৰুদ্ধে।

ন্যায়লয়ে পূৰ্বে কোম্পানীটোক আৰু বালকৃষ্ণক অবমাননা কৰাৰ পত্ৰ প্ৰেৰণ কৰিছিল। পাছে কোম্পানীটোৰ ফালৰ পৰা সেই পত্ৰৰ কোনো ধৰণৰ উত্তৰ নিদিয়ে ৰামদেৱ অথবা আচাৰ্য বালকৃষ্ণই। যাৰ পাছতে এইদৰে এইবাৰ উচ্চতম ন্যায়ালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও পতঞ্জলী কোম্পানীয়ে ন্যায়ালয়ৰ পৰা ধমকি খাইছিল। বহু ঔষধৰ ক্ষেত্ৰত ইয়াৰ প্ৰতিকাৰৰ ওপৰত দাবি কৰা ভুল কথাৰ বাবে ধমকি পাইছিল ন্যায়ালয়ৰ পৰা।

কোম্পানীটোৱে দাবি কৰিছিল যে, তেওঁলোকৰ ঔষধে ডাইবেটিছ আৰু এস্থেমা ৰোগ সম্পূৰ্ণ ৰূপে নোহোৱা কৰি দিব পাৰে। উল্লেখ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহতে প্ৰথমখন জাননি লাভ কৰিছিল কোম্পানীটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: baba ramdevNoticepatanjalisupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ
বিনোদন

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

September 7, 2026
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ
ভাৰত

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

September 7, 2026
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক
বিনোদন

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
Next Post
‘কা’ থাকিব নে ! কেন্দ্ৰক ৮ এপ্ৰিললৈ সময় বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

'কা' থাকিব নে ! কেন্দ্ৰক ৮ এপ্ৰিললৈ সময় বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

বিয়া নিদিয়াৰ বাবে চূড়ান্ত সিদ্ধান্ত, নিজকে শেষ কৰি দিব প্ৰেমিক-প্ৰেমিকাই, শেষ মুহুৰ্তৰ ভিডিঅ’ পঠালে ঘৰলৈ

বিয়া নিদিয়াৰ বাবে চূড়ান্ত সিদ্ধান্ত, নিজকে শেষ কৰি দিব প্ৰেমিক-প্ৰেমিকাই, শেষ মুহুৰ্তৰ ভিডিঅ' পঠালে ঘৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.