• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কা’ থাকিব নে ! কেন্দ্ৰক ৮ এপ্ৰিললৈ সময় বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

‘কা’ থাকিব নে ! কেন্দ্ৰক ৮ এপ্ৰিললৈ সময় বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

3 years ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

9 minutes ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

49 minutes ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

2 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

2 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

3 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

3 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

4 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

5 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

5 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

6 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘কা’ থাকিব নে ! কেন্দ্ৰক ৮ এপ্ৰিললৈ সময় বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

editor by editor
March 19, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
‘কা’ থাকিব নে ! কেন্দ্ৰক ৮ এপ্ৰিললৈ সময় বান্ধি দিলে উচ্চতম ন্যায়ালয়ে
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘কা’ থাকিব নে ! কেন্দ্ৰক ৮ এপ্ৰিললৈ সময় বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

‘কা’ সন্দৰ্ভত আজি ১৯ মাৰ্চ তাৰিখে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ জাননী দিয়ে কেন্দ্ৰীয় চৰকাৰক। জাননী অনুসৰি ৮ এপ্ৰিললৈ সময় বান্ধি দিলে ‘কা’ সন্দৰ্ভত। ‘কা’ বলৱৎ কৰা-নকৰাক লৈ কেন্দ্ৰক জাননী দিয়ে ন্যায়ালয়ে।

অহা ৩ সপ্তাহৰ ভিতৰত ৮ এপ্ৰিলৰ আগে ন্যায়লয়ক উত্তৰ দিব লাগিব কেন্দ্ৰই। তাৰ পাছতে ৯ এপ্ৰিলৰ দিনা পৰৱৰ্তী শুনানী হব।

উল্লেখ্য যে, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (IUML) -এ ‘কা’ আইনৰ ওপৰত স্থগিতাদেশৰ বাবে আৱেদন লৈ উচ্চতম ন্যায়ালৰ দ্বাৰস্থ হৈছিল।

আই ইউ এম এলে আৱেদন খনত উল্লেখ কৰা মতে, এই আইন অসংবিধানিক আৰু ই মুছলমানসকলৰ ওপৰত ভেদভাৱ আনি দিব। ইয়ে সংবিধানৰ ১৪ আৰু ১৫ নং অনুচ্ছেদৰ উলংঘন কৰিব।

কিয়নো এই ‘কা’ আইনত কোনো মুছলমানক স্থান দিয়া হোৱা নাই। কেৱল হিন্দু সকলেহে এই আইনপ সুবিধা গ্ৰহণ কৰিব পাৰিব। সেয়ে এই আইন সম্পূৰ্ণ ধৰ্ম বিৰোধি বুলি অভিহিত কৰি ইয়াক স্থগিত কৰাৰ বাবে আবেদন কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ।

কেৱল এই মুছলীম লীগটোৱে নহয় তেনেদৰে অন্য ২০০ টাৰো অধিক সংস্থায়ো ‘কা’ৰ বিৰোধিতাৰে ন্যায়ালয়ৰ কাষ চাপিছিল। সেই উদ্দেশ্য আজি মুখ্য ন্যায়াধীশ ডি আই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰাৰ দ্বাৰা গঠন হোৱা পীঠে আজিৰ এই জাননী কেন্দ্ৰক প্ৰেৰণ কৰে। সেই আবেদনৰ ওপৰতেই আজি কেন্দ্ৰক জবাবদিহি কৰে উচ্চতম ন্যায়ালয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamcaaCaa PetitionIndiansupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন
অপৰাধ

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

September 22, 2026
Next Post
বিয়া নিদিয়াৰ বাবে চূড়ান্ত সিদ্ধান্ত, নিজকে শেষ কৰি দিব প্ৰেমিক-প্ৰেমিকাই, শেষ মুহুৰ্তৰ ভিডিঅ’ পঠালে ঘৰলৈ

বিয়া নিদিয়াৰ বাবে চূড়ান্ত সিদ্ধান্ত, নিজকে শেষ কৰি দিব প্ৰেমিক-প্ৰেমিকাই, শেষ মুহুৰ্তৰ ভিডিঅ' পঠালে ঘৰলৈ

ৰাজ্যত পুৱাৰে পৰা বৰষুণ, অহা ৪ দিনলৈ একে থাকিব বতৰ, ২০ জিলাত এলাৰ্ট

ৰাজ্যত পুৱাৰে পৰা বৰষুণ, অহা ৪ দিনলৈ একে থাকিব বতৰ, ২০ জিলাত এলাৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.