• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত, ST-SCৰ ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে…!

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত, ST-SCৰ ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে…!

1 year ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

4 minutes ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

33 minutes ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

1 hour ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

2 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

2 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

4 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

5 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

5 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

7 hours ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

7 hours ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

7 hours ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত, ST-SCৰ ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে…!

editor by editor
July 1, 2025
in বিবিধ, ভাৰত
0
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত, ST-SCৰ ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে…!
0
SHARES
9.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত, ST-SCৰ ক্ষেত্ৰত প্ৰথম বাৰৰ বাবে…!

৭৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে এক ঐতিহাসিক সিদ্ধান্ত। অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST) শ্ৰেণীৰ কৰ্মচাৰীৰ প্ৰত্যক্ষ নিযুক্তি আৰু পদোন্নতিৰ ক্ষেত্ৰত সংৰক্ষণৰ আনুষ্ঠানিক নীতি ৰূপায়ণ।

এই সিদ্ধান্তৰ বিষয়ে ২৪ জুনত উচ্চতম ন্যায়ালয়ৰ সকলো কৰ্মচাৰীক জাৰি কৰা এখন বিজ্ঞপ্তিযোগে অৱগত কৰা হয়।

এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পাছত উচ্চতম ন্যায়ালয়ত কৰ্মচাৰীৰ প্ৰত্যক্ষ নিযুক্তি আৰু পদোন্নতিৰ ক্ষেত্ৰত অনুসূচিত জাতি শ্ৰেণীৰ বাবে ১৫ শতাংশ আৰু অনুসূচিত জাতি শ্ৰেণীৰ বাবে ৭.৫ শতাংশ পদ সংৰক্ষিত কৰা হ’ব। এই ব্যৱস্থা ২৩ জুন ২০২৫ৰ পৰা কাৰ্যকৰী হৈছে।

লগতে ইয়াত এইটো কথাও স্পষ্ট কৰি দিছে যে এই সংৰক্ষণ ন্যায়াধীশৰ বাবে নহয়, এই নীতি কেৱল ন্যায়ালয়ৰ পঞ্জীয়ক, জ্যেষ্ঠ ব্যক্তিগত সহায়ক, সহকাৰী লাইব্ৰেৰিয়ান, কনিষ্ঠ আদালতৰ সহায়ক আৰু চেম্বাৰ পৰিচাৰক আদি পদত প্ৰযোজ্য হ’ব।

চি জে আই ভূষণ গাভাইয়ে এই ক্ষেত্ৰত যে সকলো চৰকাৰী প্ৰতিষ্ঠান আৰু বহু উচ্চ ন্যায়ালয়ত ইতিমধ্যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছে, গতিকে উচ্চতম ন্যায়ালয়ক ইয়াৰ বাহিৰত কিয় ৰখা হ’ব? আমি বহুতো ঐতিহাসিক সিদ্ধান্তত ইতিবাচক কাৰ্য্যক সমৰ্থন কৰিছো আৰু এটা প্ৰতিষ্ঠান হিচাপে আমি ইয়াতো এই নীতি কাৰ্যকৰী কৰা উচিত। আমাৰ কামত আমাৰ নীতি-নিয়ম প্ৰতিফলিত হোৱা উচিত।

২৪ জুনত উচ্চতম ন্যায়ালয়ে নতুন সংৰক্ষণ নীতি সন্দৰ্ভত এখন চাৰ্কুলাৰ জাৰি কৰিছিল। ইয়াৰ ভিতৰত সকলো কৰ্মচাৰী আৰু পঞ্জীয়কক অৱগত কৰা হৈছে যে উচ্চতম ন্যায়ালয়ৰ আভ্যন্তৰীণ নেটৱৰ্ক ‘ছাপনেট’ত মডেল ৰিজাৰ্ভেচন ৰষ্টাৰ আৰু ৰেজিষ্টাৰ আপলোড কৰা হৈছে আৰু ই ২৩ জুনৰ পৰা কাৰ্যকৰী হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Supreme CourtST SCsupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ
জীৱনশৈলী

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

October 25, 2026
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ
জীৱনশৈলী

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

October 25, 2026
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত
বিনোদন

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

October 25, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

October 25, 2026
Next Post
মোবাইলত এই ৫ সংকেট দেখিলে হৈ যাওক সাৱধান, খালী হৈ পৰিব পাৰে বেংক একাউণ্ট

মোবাইলত এই ৫ সংকেট দেখিলে হৈ যাওক সাৱধান, খালী হৈ পৰিব পাৰে বেংক একাউণ্ট

নৱেম্বৰলৈ শনিৰ ৰেট্ৰ’গ্ৰেড গতিয়ে লাভৱান কৰিব এই ৩ ৰাশিৰ লোকক

নৱেম্বৰলৈ শনিৰ ৰেট্ৰ’গ্ৰেড গতিয়ে লাভৱান কৰিব এই ৩ ৰাশিৰ লোকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.