• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰৰ ১৫ দিনত দুটাকৈ গ্ৰহণ, সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন, হ’ব অৰ্থবৃষ্টি

ছেপ্টেম্বৰৰ ১৫ দিনত দুটাকৈ গ্ৰহণ, সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন, হ’ব অৰ্থবৃষ্টি

7 months ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

35 minutes ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

1 hour ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

2 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

2 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

3 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

4 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

4 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

4 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

6 hours ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

6 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

7 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰৰ ১৫ দিনত দুটাকৈ গ্ৰহণ, সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন, হ’ব অৰ্থবৃষ্টি

ছেপ্টেম্বৰৰ ১৫ দিনত দুটাকৈ গ্ৰহণ, সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন, হ’ব অৰ্থবৃষ্টি

editor by editor
August 20, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ছেপ্টেম্বৰৰ ১৫ দিনত দুটাকৈ গ্ৰহণ, সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন, হ’ব অৰ্থবৃষ্টি
0
SHARES
23.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ যেনেকৈ মহাকাশবিদ্যাত অত্যন্ত উল্লেখযোগ্য ঘটনা৷ জ্যোতিষশাস্ত্ৰতো চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ বিশেষ গুৰুত্ব আছে৷ হিন্দুধৰ্ম আৰু বৈদিক জ্যোতিষ অনুসৰি গ্ৰহণৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত নানান ধৰণে লক্ষ্য কৰা যায়৷ ছেপ্টেম্বৰত ১৫ দিনত দুবাৰ গ্ৰহণ হব৷ জানি থওক গ্ৰহণৰ ফলত কোন কোন ৰাশিৰ জাতকৰ ওপৰত গ্ৰহণৰ প্রভাৱ পৰিব?

ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণ

চলিত বছৰৰ দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ হব আগন্তুক ২ ছেপ্টেম্বৰত৷ সেই দিনটোতেই আৰম্ভ হব পিতৃপক্ষ৷ আৰু এই চন্দ্ৰগ্ৰহণ হব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ৷ ভাৰতৰ পৰা এই চন্দ্ৰগ্ৰহণ দেখা যাব৷ সেই কাৰণেই আমাৰ দেশত চন্দ্ৰগ্ৰহণৰ সূতক কালো কাৰ্যকৰ হব৷

ছেপ্টেম্বৰতেই সূৰ্যগ্ৰহণ

এই বছৰৰ শেষ সূৰ্যগ্ৰহণ হব আগন্তুক ২১ ছেপ্টেম্বৰত৷ সেই দিনটোতেই থাকিব মহালয়া বা সৰ্বপিতৃ অমাবস্যা৷ এইদিনটোৰ পৰাই পিতৃপক্ষৰ অৱসান আৰু ইয়াৰ পাছত দিনাই দেৱীপক্ষৰ সূচনা৷ চন্দ্ৰগ্ৰহণৰ ঠিক ১৫ দিন পাছতেই এই সূৰ্যগ্ৰহণ৷ এই গ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহয়৷ সেয়ে গ্ৰহণৰ সূতক কালো আমাৰ দেশত কাৰ্যকৰ নহ’ব৷

৩ ৰাশিত পৰিব গ্ৰহণৰ সুপ্ৰভাৱ

১৫ দিনৰ মূৰত সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ হোৱাত তাৰ উল্লেখযোগ্য প্ৰভাৱ পৰিব তিনি ৰাশিৰ জাতকৰ জীৱনত৷ দুটাকৈ গ্ৰহণৰ প্ৰভাৱত প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰে এইসমূহ ৰাশিৰ জাতকে৷ জানি থওক গ্ৰহণৰ অন্ধকাৰতো সোণৰ দৰে ভাগ্য চমকিব কাৰ কাৰ?

বৃষ ৰাশি

ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ প্ৰভাৱত জীৱনলৈ সোণালী সময় আহিব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ বিপুল আৰ্থিক লাভ কৰাৰ সুযোগ পাব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভ হব৷ দূৰৈৰ যাত্ৰা কৰিলে সফল হব৷ কোনো বাহন ক্ৰয়ৰ সপোন পূৰণ হব৷ নিজৰ সকলো পৰিকল্পনা সফল কৰিব পাৰিব৷

মিথুন ৰাশি

সূৰ্য আৰু চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত আগন্তুক মাহত নানান দিশৰ পৰা লাভৱান হব মিথুন ৰাশিৰ জাতক৷ এই সময়ত আপুনি ব্যৱসায়ত বৃহৎ লাভ কৰিব পাৰে৷ বিনিয়োগৰ পৰাও মোটা ধন লাভ কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ ৰৈ থকা ধন উদ্ধাৰ কৰিব পাৰিব৷ নতুন চাকৰি পাব পাৰে৷ উপাৰ্জনৰ নতুন পথ খুলিব আপোনাৰ সন্মুখত৷

মকৰ ৰাশি

দুটাকৈ গ্ৰহণৰ প্ৰভাৱত ছেপ্টেম্বৰত সৌভাগ্য উদয় হব মকৰ ৰাশিৰ জাতকৰ৷ কিছু অৰ্থলাভ কৰিব পাৰে৷ ব্যৱসায় ভালে চলিব৷ চাকৰিয়ালে অফিচত পদোন্নতি কৰিব পাৰে৷ নতুন কোনো আইডিয়াৰে কাম কৰিব৷ নতুন ঘৰ বা বাহন ক্ৰয় কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?
জীৱনশৈলী

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

March 24, 2026
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!
জীৱনশৈলী

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

March 24, 2026
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
ভাৰত

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

March 24, 2026
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…
জীৱনশৈলী

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

March 24, 2026
Next Post
ছেপ্টেম্বৰত ঘৰ সলনি কৰিব ৪ গ্ৰহই, অৰ্থ-সম্পদেৰে উপচি পৰিব ৩ ৰাশিৰ জীৱন

ছেপ্টেম্বৰত ঘৰ সলনি কৰিব ৪ গ্ৰহই, অৰ্থ-সম্পদেৰে উপচি পৰিব ৩ ৰাশিৰ জীৱন

ৰক্তচাপ কোনোপ্ৰকাৰেই নিয়ন্ত্ৰণ কৰিব পৰা নাই? ব্ৰেকফাষ্ট এইকেইবিধ খাদ্য গ্ৰহণ কৰি আছে নেকি?

ৰক্তচাপ কোনোপ্ৰকাৰেই নিয়ন্ত্ৰণ কৰিব পৰা নাই? ব্ৰেকফাষ্ট এইকেইবিধ খাদ্য গ্ৰহণ কৰি আছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.