সৌৰজগতৰ ৰজা সূৰ্যই এটা এটা ৰাশিত মুটামুটি এমাহ ধৰি অৱস্থান কৰে। ইয়াৰ মাজত নক্ষত্ৰ পৰিবৰ্তন কৰি থাকে সূৰ্যই। বৰ্তমান সূৰ্য ৰোহিনী নক্ষত্ৰত অৱস্থান কৰি আছে। আগন্তুক ৮ জুনত সূৰ্যই ৰোহিনী এৰি মৃগশিৰা নক্ষত্ৰত গোচৰ কৰিব। তাত ১৫ দিন থকাৰ পাছত আগন্তুক ২২ জুনত সূৰ্যই আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব। মৃগশিৰা নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশ তিনি ৰাশিৰ জাতকৰ বাবে ভাল সময় আহিব। জানি থওক তালিকাত কোন কোন ৰাশি আছে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















