• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮জুনৰ পৰা ঘূৰিব ভাগ্যৰ চকা, সূৰ্যৰ নক্ষত্ৰ সলনিত সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন

৮জুনৰ পৰা ঘূৰিব ভাগ্যৰ চকা, সূৰ্যৰ নক্ষত্ৰ সলনিত সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন

1 year ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

31 minutes ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

55 minutes ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

1 hour ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

3 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

3 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

5 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

17 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

18 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

18 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

18 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮জুনৰ পৰা ঘূৰিব ভাগ্যৰ চকা, সূৰ্যৰ নক্ষত্ৰ সলনিত সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন

৮জুনৰ পৰা ঘূৰিব ভাগ্যৰ চকা, সূৰ্যৰ নক্ষত্ৰ সলনিত সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন

editor by editor
May 30, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
৮জুনৰ পৰা ঘূৰিব ভাগ্যৰ চকা, সূৰ্যৰ নক্ষত্ৰ সলনিত সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন
0
SHARES
14.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৌৰজগতৰ ৰজা সূৰ্যই এটা এটা ৰাশিত মুটামুটি এমাহ ধৰি অৱস্থান কৰে। ইয়াৰ মাজত নক্ষত্ৰ পৰিবৰ্তন কৰি থাকে সূৰ্যই। বৰ্তমান সূৰ্য ৰোহিনী নক্ষত্ৰত অৱস্থান কৰি আছে। আগন্তুক ৮ জুনত সূৰ্যই ৰোহিনী এৰি মৃগশিৰা নক্ষত্ৰত গোচৰ কৰিব। তাত ১৫ দিন থকাৰ পাছত আগন্তুক ২২ জুনত সূৰ্যই আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব। মৃগশিৰা নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশ তিনি ৰাশিৰ জাতকৰ বাবে ভাল সময় আহিব। জানি থওক তালিকাত কোন কোন ৰাশি আছে?

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। মৃগশিৰা নক্ষত্ৰত সূৰ্যৰ গোচৰৰ প্ৰভাৱত নানান দিশৰ পৰা লাভ হব সিংহ ৰাশিৰ জাতকৰ। এই ১৫ দিনৰ মাজত আপোনাৰ উপাৰ্জন বাঢ়িব। পাবলগীয়া ধন এই সময়ত লাভ কৰিব পাৰে। সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব আপোনাৰ।

তুলা ৰাশি

সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ডাঙৰ প্ৰভাৱ পৰিব তুলা ৰাশিৰ জাতকৰ জীৱনত। এই সময়ত প্ৰচুৰ আৰ্থিক লাভ কৰিব পাৰিব। চাকৰিয়ালৰ দৰমহা বাঢ়িব। ব্যৱসায়ীসকলে ডাঙৰ মুনাফা অৰ্জনৰ সুযোগ পাব। ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব।

ধনু ৰাশি

সূৰ্যই মৃগশিৰা নক্ষত্ৰত অহাত লাভজনক পৰিস্থিতি তৈয়াৰ হব ধনু ৰাশিৰ জাতকৰ বাবে। সূৰ্যৰ প্ৰভাৱত শনিৰ ধাইয়া দশাৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা কিছু পৰিমাণে ৰেহাই পাব। সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। পাৰিবাৰিক সম্পৰ্ক মজবুত হব। আত্মবিশ্বাস বাঢ়িব। আৰ্থিকভাৱে লাভৱান হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

August 20, 2026
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
Next Post
বিনিয়োগ কৰিলেই পাব দ্বিগুণ লাভ, কি কি নতুন স্কিম আৰম্ভ কৰিছে SBIয়ে?

বিনিয়োগ কৰিলেই পাব দ্বিগুণ লাভ, কি কি নতুন স্কিম আৰম্ভ কৰিছে SBIয়ে?

প্ৰায়েই হাত ভৰি অৱশ যেন লাগে? পেশীও টানি টানি ধৰে? শৰীৰত এই খনিজৰ ঘাটি হলেই ভূগিব এইকেইটা জটিল সমস্যাত

প্ৰায়েই হাত ভৰি অৱশ যেন লাগে? পেশীও টানি টানি ধৰে? শৰীৰত এই খনিজৰ ঘাটি হলেই ভূগিব এইকেইটা জটিল সমস্যাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.