• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুশান্তৰ হ’ব পুনৰ জনম!

সুশান্তৰ হ’ব পুনৰ জনম!

6 years ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

2 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

2 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

2 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

4 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

5 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

6 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

6 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

6 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

7 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

8 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

9 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সুশান্তৰ হ’ব পুনৰ জনম!

প্ৰতিশোধ ল’ব

editor by editor
June 23, 2020
in চিনেমা, বিনোদন
0
সুশান্তৰ হ’ব পুনৰ জনম!
0
SHARES
47
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ লাইমলাইটত থাকিবৰ বাবে মানুহে কি নকৰে! ৰাখী সাৱন্ত ইয়াৰ উদাহৰণ। অদ্ভুত আচৰণ আৰু মিথ্যাচাৰৰে প্ৰায়ে চৰ্চালৈ আহে বলিউডৰ অভিনেত্ৰীগৰাকী। কেতিয়াবা আচৰিত পোচাক, ভুৱা বিবাহৰ ছবি পোষ্ট কৰিও ভিউৱাৰ্ছ পোৱাৰ চেষ্টা কৰে এই ৰাখী সাৱন্তে। এইবাৰ আৰু এটা কদৰ্য কাণ্ডৰে লাইমলাইটলৈ আহিছে বলিউডৰ বিতৰ্কিত গাৰ্ল।সুশান্ত সিং ৰাজপুতৰ আত্মহনকক ঢাল হিচাপে লৈ ছচিয়েল মিডিয়াত কৰা এটা পোষ্টে ৰাখী সাৱন্তৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফলন ঘটাইছে। পোষ্টটোত ৰাখীয়ে দাবী কৰা মতে সুশান্তক সপোনত দেখিছিল। সপোনতে ৰাখীৰ গৰ্ভত পুনৰ জন্ম লৈ এই ধৰালৈ শীঘ্ৰে সুশান্ত সিং ৰাজপুত ঘূৰি আহিব বুলি কোৱা বুলি দাবী কৰিছে সাৱন্তে। নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ৰাখীয়ে কয়- ‘মই প্ৰতিশোধ ল’ম। মোৰ লগত যিয়ে অন্যায় কৰিছিল তাৰ বিৰুদ্ধে মই প্ৰতিশোধ ল’ম।মই আপোনাৰ গৰ্ভতেই জন্ম ল’ম।‘ কাহিনী ইমানতেই শেষ হোৱা নাই। ৰাখীৰ আৰু দাবী সুশান্তই হেনো ৰাখীক কৈছে বলিউডে তেওঁক অৱহেলা কৰিছে। বয়কট কৰিছে। সুশান্তক কৰা এই অৱমাননাৰ বিৰুদ্ধে কংকনা ৰানাৱাট আৰু ৰাখী সাৱন্তে লোৱা ভূমিকাক ধন্যবাদো দিয়ে। যিসকলে বেয়া ব্যৱহাৰ কৰিছিল। অপমান কৰিছিল। সেইসকলক কোনো ক্ষেত্ৰতে এৰি নিদিব সুশান্তে। ৰাখী সাৱন্তৰ মাধ্যমেৰে বলিউডৰ প্ৰযোজকসকলক এই বাৰ্তা দিবৰ কাৰণে সপোনতো প্ৰয়াত অভিনেতাজনে ৰাখীক হেনো এই কথাবোৰ কৈছে। সুশান্তৰ অসম্পূৰ্ণ হৈ ৰোৱা ছবিসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ নিৰ্দেশো দিয়ে আৰু সেই ছবিসমূহত ছানী লিওনি-ৰাখী সাৱন্তক আইটেম ছঙত ৰখাৰো দাবী জনায় সুশান্তে। স্বপ্নৰ শেষৰ ফালে সুশান্ত অভিনীত যিকোনো এখন চিনেমাক এৱাৰ্ড দিয়াৰো দাবী জনায় বলিউডৰ ধোনীয়ে। স্বপ্ন দেখিলে ঠিকেই। পোষ্টো কৰিলে ঠিকেই। পিছে ছচিয়েল মিডিয়াত ট্ৰ’লৰ জোৱাৰত ফাট দিয়া বসুমতী পাতালে লুকাও অৱস্থা হ’ল গাজাখুৰী ৰাখী সাৱন্তৰ। অনেকজনে ‘ৰাখী সাৱন্ত এটা মস্ত পাগল’, ‘মগজুৰ বিকৃতি ঘটিছে নেকি?’, ‘অভিনয় এৰি আপুনি কিন্তু ভাল গল্প লিখিব পাৰিবদেই’ আদি তীৰ্যক মন্তব্যৰে তুলাধুনা দিয়ে ৰাখীক।ইয়াকে হয়তো কয় কিছুমান জন্তুই নাখায় কি পাব্লিচিটৰ বাবে কিছুমানে নকৰে কি!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rakhi sawantsunny leonesushant sing rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড
বিনোদন

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

March 17, 2026
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?
বিনোদন

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

March 16, 2026
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য
বিনোদন

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

March 16, 2026
Next Post
চীনৰ কথা নুশুনে ৰাছিয়াই

চীনৰ কথা নুশুনে ৰাছিয়াই

সাৰদা কেলেংকাৰিৰ চাৰ্জশ্বীটৰ চূড়ান্ত খচৰা দাখিল CBIৰ

সাৰদা কেলেংকাৰিৰ চাৰ্জশ্বীটৰ চূড়ান্ত খচৰা দাখিল CBIৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.