• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনৰ কথা নুশুনে ৰাছিয়াই

চীনৰ কথা নুশুনে ৰাছিয়াই

6 years ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

6 minutes ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

1 hour ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

2 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

2 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

4 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

8 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চীনৰ কথা নুশুনে ৰাছিয়াই

ভাৰতলৈ শীঘ্ৰে আহি আছে ৰাছিয়াৰ S-400 মিছাইল

editor by editor
June 24, 2020 - Updated on June 26, 2020
in বিশ্ব, ভাৰত
0
চীনৰ কথা নুশুনে ৰাছিয়াই
11
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গালৱানত ভাৰতৰ সৈতে চীনৰ সংঘৰ্ষৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ সামৰিক ক্ষেত্ৰৰ সম্পৰ্ক ক্ৰমাৎ সুদৃঢ় হোৱাত চিন্তিত হৈছে চীন। ভিক্ট’ৰিয়েল দিৱসৰ দিনা ৰাছিয়াত উপস্থিত হৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী য়ুৰি বৰিছ’ভৰ সৈতে আলোচনাত মিলিত হয়। প্ৰকাশিত বাতৰি অনুসৰি, সকলোতকৈ উচ্চ প্ৰযুক্তিসম্পন্ন এণ্টি ডিফেন্স মিছাইল ছিষ্টেম ভাৰতক শীঘ্ৰে প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে চীনৰ চৰকাৰী খবৰপত্ৰ Peoples Daily-এ ভাৰতক নতুন মাৰণাস্ত্ৰ প্ৰদান নকৰিবলৈ ৰুছক অনুৰোধ কৰিছিল যদিও ৰাছিয়াই চীনৰ অনুৰোধক নস্যাৎ কৰি শীঘ্ৰে মিছাইল প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হোৱাৰ পাছত ৰাজনাথ সিঙে কয়-‘ ৰাছিয়া আৰু ভাৰতৰ মাজত বিশেষ সহযোগিতা আছে। অতিশীঘ্ৰে ভাৰতৰ সৈতে হোৱা ৰাছিয়াৰ বুজাবুজি কাৰ্যক্ষেত্ৰত ৰূপায়ন কৰাৰ আশ্বাস দিছে  ৰাছিয়াই। এই আলোচনা যোগাত্মক।  মহামাৰীৰ ত্ৰাসৰ সময়তো আমাৰ মাজত দ্বিপাক্ষিক সম্বন্ধ অটুট আছে। মোক বিশ্বাস প্ৰদান কৰিছে যে আমাৰ সৈতে হোৱা বুজাবুজি চুক্তিসমূহ অটুট থাকিব। কেৱল এয়াই নহয়, বৰঞ্চ কম সময়ৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।’ সেইমৰ্মেই ভাৰতে ৰাছিয়াৰ পৰা শীঘ্ৰে লাভ কৰিব অত্যাধুনিক ‘এণ্টি ডিফেন্স ছিষ্টেম S-400 মিছাইল’। ২০১৮চনতে ৪০,০০০ কোটি টকাৰ বিনিময়ত ভাৰতে বিশ্বৰ আটাইতকৈ উচ্চ প্ৰযুক্তিসম্পন্ন মিছাইল S-400 ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰিত কৰিছিল। বৰ্তমান ভাৰতে  ৰাছিয়াৰ পৰা ৫ টাকৈ ইউনিট ক্ৰয় কৰিবলৈ চুক্তি সম্পন্ন কৰিছে। ইয়াৰ উপৰি ৰাছিয়াৰ পৰা ৩১ খন যুদ্ধ বিমান ক্ৰয় কৰিছে। আনহাতে ভাৰতীয় নৌসেনাৰ বাবে ফ্ৰীগেট আৰু হেলিকপ্টাৰৰ দিয়াৰ চুক্তিও স্বাক্ষৰ কৰিছে। ৰাছিয়াৰ সৈতে এনে সামৰিক চুক্তিয়ে চীনক যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে – অসম লাইভ ২৪

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indiarajnath singh in russiarussiarussia missile agreements-400
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
অলপ অশ্ৰু, অলপ হাঁহি বুকুত বান্ধি

অলপ অশ্ৰু, অলপ হাঁহি বুকুত বান্ধি

‘শাখা-সেন্দুৰ’ নিপিন্ধা বাবেই বিবাহ বিচ্ছেদ

‘শাখা-সেন্দুৰ’ নিপিন্ধা বাবেই বিবাহ বিচ্ছেদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.