• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শাখা-সেন্দুৰ’ নিপিন্ধা বাবেই বিবাহ বিচ্ছেদ

‘শাখা-সেন্দুৰ’ নিপিন্ধা বাবেই বিবাহ বিচ্ছেদ

6 years ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

20 minutes ago
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

32 minutes ago
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

58 minutes ago
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

1 hour ago
পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

2 hours ago
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

2 hours ago
মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

4 hours ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

4 hours ago
সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

5 hours ago
ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

16 hours ago
পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘শাখা-সেন্দুৰ’ নিপিন্ধা বাবেই বিবাহ বিচ্ছেদ

গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

editor by editor
June 30, 2020
in অসম
0
‘শাখা-সেন্দুৰ’ নিপিন্ধা বাবেই বিবাহ বিচ্ছেদ
17
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মহিলাই ‘শাখা-সেন্দুৰ’ নিপিন্ধিলে ই বিবাহ বিচ্ছেদৰ কাৰক হ’ব। এই সন্দর্ভত গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ মুখ‍্য ন‍্যায়াধীশ অজয় লাম্বা আৰু ন‍্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে প্ৰদান কৰিছে এক গুৰুত্বপূর্ণ ৰায়। এগৰাকী স্বামীৰ আবেদনৰ ভিত্তিত ৰায়টোত এনেদৰে কোৱা হয়- ‘শাখা-সেন্দুৰ পিন্ধিবলৈ অস্বীকাৰ কৰাটোৱে স্বামীৰে মহিলাগৰাকীয়ে বিবাহ অগ্ৰাহ‍্য কৰাটোকে সূচায়; আৰু ই মহিলাগৰাকীক অবিবাহিতাৰূপে চিহ্নিত কৰে। ন‍্যায়ালয়ে এই ৰায় প্ৰদান কৰে ১৯ জুনত।

ইয়াৰ পূর্বে পাৰিবাৰিক আদালতত স্বামীৰ আবেদন খাৰিজ হৈছিল। বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰি পাৰিবাৰিক আদালতে কয় যে যিহেতু স্বামীৰ বিৰুদ্ধে মহিলাগৰাকীৰ কোনো ধৰণৰ নিষ্ঠুৰতা প্ৰদর্শনৰ প্ৰমাণ নাই সেয়ে বিবাহ বিচ্ছেদ মঞ্জুৰ কৰিব নোৱাৰি।

২০১২ৰ ১৭ ফেব্ৰুৱাৰীত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল।পিছে স্বামীগৃহৰ লোকেৰে একেলগে থকাত অসন্তুষ্টি প্ৰকাশ কৰি মহিলাগৰাকীয়ে প্ৰায়ে স্বামীৰে কাজিয়াত লিপ্ত হৈছিল। ইয়াৰ পৰিণতিতে ২০১৩ৰ ৩০ জুনৰ পৰা দুয়ো পৃথকে থাকিবলৈ লৈছিল। ইয়াৰ পাছত মহিলাগৰাকীয়ে স্বামী তথা স্বামীগৃহৰ লোকসকলৰ বিৰুদ্ধ হাৰাশাস্তিৰ অভিযোগ আনি আৰক্ষীৰ ওচৰত এক গোচৰ তৰিছিল, খণ্ড বিচাৰপীঠে কিন্তু এই অভিযোগ খাৰিজ কৰিছে।

বৃদ্ধ পিতৃ-মাতৃক সেৱা-শুশ্ৰূষা কৰাৰ যি আইনগত তথা নৈতিক দায়িত্ব, তাত যে স্বামীক মহিলাগৰাকীয়ে বাধা দিছিল এই বিষয়ত গুৰুত্ব প্ৰদান কৰা নাছিল পাৰিবাৰিক আদালতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: gauhati high courtshakha sindurshakha sindur divorce
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

April 18, 2026
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?
অসম

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

April 18, 2026
Next Post
কি লাগে অসমক?

কি লাগে অসমক?

জাতি-মাটি-ভেটিৰ চৰকাৰঃ মাটি যায় যায়…

জাতি-মাটি-ভেটিৰ চৰকাৰঃ মাটি যায় যায়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.